পৃষ্ঠা:New Testament in Assamese.djvu/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ ৪ ৬ পাঁচনিৰ কৰম । ১৭ অধ্যায় | - পাছে সিবিলাকে অস্থি পলি অাৰু অপিলোনিয়া নগৰেদি গৈ, যতে য়িহুদিবিলাকৰ নাম ঘৰ অছিল, সেই থেচেলনীকী নগৰ পাই, ২ পৌলে আপোনাৰ আচাৰৰ দৰে সিবিলাকৰ ওচৰলৈ গৈ, তিনি বিশ্রাম বৰিত সি- বিলাকে সৈতে ধর্ম পুথিৰ কথা বিবেচনা কৰি, ৩ খ্রীষ্টে দুঃখ ভোগ কৰিবলৈ আৰু মৃত্যুৰ পৰা উঠিবলৈ প্ৰয়োজন আছে, আৰু তোমোলাকৰ আগত যি যীশুৰ কথা কীত্তন কৰিছে, তেওঁ যে খ্রীষ্ট হয়, এই সকলো কথা প্রকাশ কৰি প্রমাণ দিলে । ৪ তাতে সিবিলাকৰ মাঝৰ কেতবিলকি, অকি ভালেমান ভকতীয়া গ্রীক মানুহ, আৰু অনেক প্রধান তিৰোতাই বিশ্বাস কৰি পৌল আৰু চিলাৰ লগত থাকিল । ৫ কিন্তু য়িহুদিবিলাকে হাটৰ কেতবোৰ দুষ্ট মানুহ লগত লৈ, সমূহক চপাই নগৰৰ মাঝত হুৰা মুৰা লগাই যাচেনিৰ ঘৰ বেৰি, পাঁচনিবিলাকক সমূহৰ আগলৈ ধৰি আনিবলৈ ইচ্ছা কৰিলে । ৬ কিন্তু সিবিলাকক 'নেপাই, রচোন অাৰু জন চাকে ভায়েকক নগৰৰ অধিকাৰবিলাকৰ ওচৰলৈ টানি নি ৰিঙ্গিয়াই কলে, এই যি মানুহবােৰে জগতক লুটিয়াই পেলাইছে, সেইবোৰ ইয়ালৈকো আহিল ; ৭ অৰু এই য়াচেনে সিহঁতক অলিহিকৈ ৰাখিছে; অাৰু য়িশু নামে তানি এজন ৰজা আছে বুলি, সিহঁত সকলোএ কৈচৰৰ অজ্ঞাৰ বিৰেন্ধ কর্ম ৮ সিহঁতৰ এই কথা শুনি মানুহ সমূহৰ আৰু নগৰৰ অধিকাৰ- বিলাকৰে। উগল খুগুল লাগিল । ১ তাতে ঘাচেনি অাৰু অনবিলাককে। লগা কৰি এৰি দিলে । পাছে ভায়ে কবিলাকে ৰাতিএই পৌল আৰু চিলাক বেয়া নগৰলৈ বেগতে পঠাই দিলে । সিবিলাকে সেই নগৰ পাই য়িহুদিহঁতৰ নাম ঘৰলৈ ১১ সেই ঠাইৰ লোকবিলাকৰ থেচলনিকিৰ মানুহতকৈ সুমতি অছিল, কিয়নো সিবিলাকে মনৰ ইচ্ছাৰে কথা গহণ কৰি, এয়ে হয় কি নহয়, তাকে জানিবলৈ ধর্ম পুথিত নিতে নিতৌ বিচাৰিছিল । ১২ এয়েৰেই সিবিলাকৰ মাঝৰ বহু মানুহ আৰু অনেক উত্তম গ্রীক তিৰোতা মুনিহেও বিশ্বাস কৰিলে । ১৩ কিন্তু বেৰা নগৰত পৌলৰ মুখে ঈশ্বৰৰ কথা কীত্তন হৈছে, ইয়াকে থেচলনীকীৰ য়িহুদিহঁতে জানি তালৈকো আহি মানুহবিলাকক কুমতি দিলে । ১৪ তেতিয়াই ভায়েকবিলাকে পৌলক সাগৰৰ ফাললৈ পঠাই দিলে, কিন্তু চিলা আৰু তিমথি সেই ঠাইতে থাকিল । পেলিক লৈ যোৱাবিলাকে তেওঁক আর্থিনী নগৰ পোৱালত, চিল অাৰু তিমথি তেওঁৰ ওচৰলৈ বেগাই আহিবৰ নিমিত্তে পৌলৰ আজ্ঞা পাই, সি- বিলাক উভতি গল । ১৬ পাছে পৌলে আথিনী নগৰত সিবিলাকলৈ বাট চাই থাকোতেই সেই কৰে | গল । ১৫ পাছে