পৃষ্ঠা:New Testament in Assamese.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অধ্যায়। ২৪ ঔ ২২ তেতিয়া মানুহ সমূহে সিবিলাকৰ অহিতে উঠিল, আৰু অধিকাৰবােৰে সিবিলাকৰ কপিৰ বখলিয়াই চাবুকেৰে কোবীবলৈ অজ্ঞা কৰিলে । তে সিবিলাকক ভালেমান কোব মৰিলত পাছে বন্দীশালত পেলাই, সাৱ- ধান কৰি ৰাখিবলৈ বন্দীশালৰ ৰখীয়াক অজ্ঞা দিলে । ২৪ সি এনে অডিটা পাই সিবিলাকক ভিতৰ বন্দীশাললৈ তিয়াই নি কুন্দাত ভৰি সুমাই ৰাখিলে। ২৫ পাছে মানিশা ৰাতি পৌল আৰু চিলাই ঈশ্বৰলৈ প্রার্থনা কৰি গীত গালে, তাতে বন্দীয়াৰবোৰে সিবিলাকৰ মাত শুনিলে । ২৬ পাছে অকস্মিতে যিহেৰে বন্দীশালৰ মূলবিলাকে। লৰিল, এনে বৰ ভূইকপ গল; তেতিয়াই অটাই দুৱাৰ মুকলি হল, আৰু সকলোৰে বান্ধ সুলকিল। ২৭ তা- তে বন্দীশালৰ ৰখীয়াই টোপনিৰ পৰা সাৰ পাই বন্দীশালৰ দুৱাৰ মুক- লি দেখি, বন্দীয়াৰবেৰি পলাল বুলি ভাবি, তৰোৱাল উলিয়াই আপােন ঘাতী হবলৈ মন কৰিলে । ২৮ কিন্তু পৌলে ৰিঙ্গিয়াই কলে, আমি অ- টাইবােৰ ইয়াতে আছে; তুমি অাপোনাক একো হিংসা নকৰিবা। তিয়া চাকি খুজি ভিতৰলৈ লৰি আহি, কঁপি কঁপি পৌল আৰু চিলাৰ ভৰিত পৰিল । পাছে সিবিলাকক বাহিৰলৈ আনি সুধিলে, হে আত- বিলাক, পৰিত্ৰাণ পাবলৈ মই কি কৰিম? ৩১ সিবিলাকে বুলিলে, প্রভু যীশু খ্রীষ্টত বিশ্বাস কৰা, তেহে তুমি অাৰু তােমাৰ ঘৰবিলাকো তৰিব । ৩২ পাছে তাত অাৰু তাৰ ঘৰৰ সকলোতে সিবিলাকে প্ৰভুৰ কথা কলে । ৩৩ তাতে সি ৰাতিৰ সেই ডাৰতে সিবিলাকক লৈ কেবিৰ ঘা ধূয়ালে । তে- তিয়াই তাক অাৰু তাৰ ঘৰৰ সকলোকে বুৰ দিওৱা হল । ৩৪ পীছে সি অপোনাৰ ঘৰলৈ অানি সিবিলাকৰ অগিত খোৱা বস্তু দি, ঘৰৰ সকলো সৈতে ঈশ্বৰত বিশ্বাস কৰি আনন্দিত হল । ৩৫ পাছে দিন হল অধিকাৰবিলাকে টেকেলাবোৰক পঠাই দি কলে, এই মানুহবোৰক এৰি দে । তাতে বন্দীশালৰ ৰখীয়াই পৌলক সেই কথা কৈ বুলিলে, তোমোলাকক এৰি দিবলৈ অধিকাৰবিলাকে মানুহ পঠাইছে, এই নিমিত্তে তোমোলাকে এতিয়া বাহিৰ হৈ কুশলে যোৱা । ৩৭ কিন্তু পৌলে সিহঁতত কলে, ৰুমীয়া মানুহ যি আমি, আমাৰ কোনাে দোষ বিচাৰ নকৰি, আটাইৰে আগত আমাক চাবুকেৰে কোবাই বন্দীশা- লত থলে, এতিয়া মনে মনে উলিয়াই পাছে নে? এনে নহয়, সিবিলাকে আপুনি আহি আমাক উলিয়াই দিওক। ৩৮ তেতিয়া টেকেলাবোৰে অধি- কাৰবিলাকত এই কথা কলত সিবিলাক যে ৰুমীয়া মানুহ, ইয়াকে শুনি ভয় ৩১ পাছে অহি সিবিলাকক মিনতি কৰি বাহিৰ উলিয়াই, পৰা যাবলৈ প্রার্থনা কৰিলে । তাতে সিবিলাকে বন্দীশালৰ পৰা বাহিৰ হৈ লুদিয়াৰ ঘৰত সোমালগৈ ; অৰু ভায়েকবিলাকক দেখি, সিবিলাকক সান্তনা কৰি তাৰ পৰা গল । - পালে ; নগৰৰ ৪ ০