পৃষ্ঠা:New Testament in Assamese.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ ৪ পচিনিৰ কৰম । কক দিলে । ৫ তাতে মণ্ডলীৰ লোকে বিশ্বাসেৰে থিৰ হৈ, দিনে দিনে লেখত বাহি গল । ৬ সিবিলাকে ফিগিয়া অাৰু গলাতিয়া দেশে দি গলত, পাছে পবিত্র আত্মাই সিবিলাকক অচিয়া দেশত কথা কীত্তন কৰিবলৈ নিষেধ কৰিলে । ৭ অৰুি মুচিয়া দেশ পাই বিথুনিয়লৈ যাবলৈ ধৰাত, যীশুৰ আত্মাই সি- বিলাকক যাব নিদিলে । ৮ পাছে মুচিয়া দেশ এৰি ত্রোৱা নগৰলে অ- হিল । ৯ তাতে পৌলে ৰাতি এই দর্শন পালে, এটা মাকেনিয়া মানুহ থিয় হৈ বিনয় কৰি তেওঁত কলে, মাকেদনীয়। দেশলৈ পাৰ হৈ আহি আমাক উপকাৰ কৰা । ১০ তেওঁ এই দর্শন পোৱতি, প্রভুএ সেই দেশৰ মানুহৰ আগত শুভ বত্রি। কীত্তন কৰিবলৈ অমিক মাতিছে, ইয়াকে নিশ্চয় বুঝি, আমি তেতিয়াই মাকেদনীয়ালৈ যাবলৈ উপায় কৰিলে। ১১ পাছে ত্রে ৱাৰ পৰা জাহাজি মেলি পোন বাটে চামথাকিলৈ গৈ, পাছ দিন। নিয়া- পলি নগৰ পালোগৈ । ১২ তাৰ পৰা গৈ নকৈ নিবাস কৰা যি ফিলিপি নামেৰে মাকেদনীয়াৰি এভাগৰ প্ৰধান নগৰ, তাকে পাই কেতখনি দিন সেই ঠাইতে থাকিলো। ১৩ অাৰু বিশ্রাম বাৰে নগৰৰ পৰা গৈ নৈৰ কো- ষত যি ঠাইত প্রার্থনা । সহজ অছিল, তাতে বহি গোট খােৱা তিৰো- তীবিলাকৰ অগিত কীত্তন কৰিলে।। ১৪ তাতে থুয়াতিৰ নগৰৰ বেঙ্গেন। বৰণীয়া কপিৰ বেহেৰুয়া লুদিয়া নামেৰে ঈশ্বৰক সেৱা কৰা এজনী তিৰো- তাই শুনিলে ; পৌলে কোৱা কথা মানিবলৈ ঈশ্বৰে তাইৰ মন মুকলি কৰি- ১৫ পাছে সেই তিৰোতাই আপােন ঘৰৰ মানুহে সৈতে বুৰ দিওৱা হৈ বিনয় কৰি কলে, তোমোলাকৰ মনে যদি মই প্রভুত বিশ্বাস কৰা হৈছে, তেন্তে মোৰ ঘৰলৈ আহি থকাহি, এই ৰূপে তাই যতন কৰি অ- মাক ৰাখিলে। ১৬ পাছে অমি প্রার্থনা ঘৰলৈ যাওঁতে, যি মঙ্গল চাই আপোনাৰ গৰাকীবোৰক বহু ধন আজি দিছিল, এনে গণনা কৰা ভূতে পোৱা এজনী ছোৱালি অহি আমাৰে সৈতে দেখা দেখি হল । ১৭ তাই পৌল আৰু আমাৰ পাছে পাছে অহি ৰিঙ্গিয়াই এই কথা কলে, এই মানুহবিলাক সৰ্ব্বোপৰি ঈশ্বৰৰ সেৱক হৈ অমৰ আগত পৰিত্ৰাণৰ পথ দেখাইছে । ১৮ সেই ছোবালিএ ভালেমান দিনলৈ এই ৰূপে কৰিলত, পৌলে অসন্তোষ পাই ঘূৰি সেই ভূতত কলে, যীশু খ্রীষ্টৰ নামেৰে তোক অজ্ঞা দিছে, তাইৰ পৰা বাহিৰলৈ ওলা। ১৯ তীতে সেই ভঁৰতে ভূত তাইৰ পৰা বাহিৰ হল। তেতিয়া অাপোনাৰ লাভৰ আশা গুছিল দেখি, তাইৰ গৰাকীহঁতে পৌল আৰু চিলাক ধৰি সোধৰ থানৰ গৰাকীবোৰৰ ওচৰলৈ টানি আনিলে ; ২০ পাছে অধিকাৰবিলাকৰ আগলৈ নি কলে, আমি ৰুমীয়া মানুহে যি নীতি লব বা অচৰিব নেপাও, ইহঁত য়িহুদি মা- নুহ হৈ তাকে শিকাই, ২১ অামাৰ নগৰত অতিশয় কন্দল লগাইছে । লে। -