১৫ অধ্যায়। ২৪১ ভূত সিবিলাকে বিশ্বাস কৰিছিল, তেওঁত সিবিলাকক সমর্পণ কৰি দিলে । ২৪ পাছে পিচিদিয়া দেশৰ মাঝেদি পাম ফুলিয়া দেশলৈ গৈ, ২৫ পর্গ। নগৰত কথা কীত্তন কৰিলত অতিালিয়া নগৰলৈ গল । ২৬ পাছে তৰি পৰা জাহাজ মেলি, সিবিলাকে যি কর্ম পূৰ কৰিলে, সেই কর্মৰ নিমি- ত্তে যি নগৰত সিবিলাকক ঈশ্বৰৰ অনুগ্ৰহত নিদেন কৰি দিয়া হৈছিল, সেই আন্তিয়খিয়া নগৰলৈ গল । ২৭ তাক পাই মণ্ডলী লোকক চপাই, ঈশ্বৰে সিবিলাকলৈ যি যি কৰ্ম কৰিলে, অৰু যেনেকৈ তেওঁ বিদেশী মা- নুহক বিশ্বাসৰ দুৱাৰ মেলি দিলে, এই সকলো কথা কলেহি । ২৮ পাছে শিষ্যবিলাকৰ লগত সিবিলাক ভালে দিনলৈকে তাতে থাকিল। ১৫ অধ্যায়। - 9 8 পাছে য়িহুদা দেশৰ পৰা জন চাৰে আহি ভায়েকবিলাকক এই ৰূপে শিক্ষা দিলে, মোচাৰ বিধানৰ দৰে যদি তোলোকৰ চৰ্মছেন নহয়, তোমোলাকে পৰিত্ৰাণ পাব নোৱাৰিবা। ২ তাতে পৌল আৰু বর্ণবাই সিহঁতে সৈতে অনেক বাদ বিচাৰ আৰু বিবেচনা কৰিলত, সেই কথাৰ নিমিত্তে য়িৰুচ্ছালমত থকা পঁাচনি অাৰু বৃদ্ধ লোকৰ ওচৰলৈ পৌল, বর্ণাবা, অৰুি অনি কেতবোৰকো পঠাবলৈ ঠাৱৰ কৰিলে । ৩ তাতে মণ্ডলী লোকে উপকাৰ কৰি পঠালত, সিবিলাকে ফৈনিকিয়া অাৰু চোমিৰেণ দেশেদি গৈ, বিদেশী লোকৰ মন পালটনৰ বাত্ত। কৈ ভায়েকবিলাকৰ বৰ অনিন্দ জন্মালে । পাছে য়িৰুছলিম পলিত মণ্ডলীৰ লোকে পঁাচনি আৰু বৃদ্ধ- বিলাকে সৈতে সিবিলাকক গ্রহণ কৰিলে । তাতে অপেনাবিলাকলৈ ঈশ্বৰে যি কৰ্ম কৰিলে, তাৰ কথা সিবিলাকৰ অগিত কলে। ৫ কিন্তু বি- শ্বাস কৰা ফিচি মতৰ কেতবোৰে উঠি কলে, বিদেশী লোকৰ চৰ্মছেদন কা, অাৰু মোচাৰ বিধান পালন কৰিবলৈ অজ্ঞা দিয়া উচিত। ৩ তাতে পাঁচনি আৰু বৃদ্ধ লােকে এই কথা বিবেচনা কৰিবলৈ একে ঠাইতে গোট খাই, অনেক বাদ বিচাৰ হলত পিতৰে উঠি কলে, ভাইবিলাক, বিদেশী লোকে যেন মোৰ মুখৰ পৰা শুভবাত্রা শুনি বিশ্বাস কৰে, সেই নিমিত্তে ইয়াৰ ভালে দিনৰ অগৈএ ঈশ্বৰে মোক মনোনীত কৰিলে, ইয়াকে তোমোলাকে জানি অছা । ৮ আৰু আন্তর্যামী ঈশ্বৰে যেনেকৈ অামাক, তেনেকৈ সিবিলাককে। পবিত্র আত্মা দি সিবিলাকলৈ আপুনি প্রমাণ দিলে । আৰু অামাৰে সিবিলাকৰে মাঝত একো বিশেষ নথৈ, বিশ্বাসেৰে সিবিলাকৰ মন শুচি কৰিলে । অমাৰ পিতৃবিলাক আৰু আমিও যি যুয়লিৰ ভৰি সহিব নােৱাৰিলো, তাকে এতিয়াই শিষ্যবিলাকৰ কানত দি কিয় ইশ্বৰৰ পৰীক্ষা কৰ}} ৭ ১০ এই হেতুকে
পৃষ্ঠা:New Testament in Assamese.djvu/২৪৬
অৱয়ব