পৃষ্ঠা:New Testament in Assamese.djvu/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪২ পাঁচনিৰ কৰম । ১১ প্রভু যীশু খ্রীষ্টৰ অনুগ্ৰহতে অামি পৰিত্ৰাণ পাবলৈ অশি কৰিছো, সিবিলাকেও সেই দৰে আশা কৰে । ১২ তেতিয়া বৰ্ণবা অৰুি পৌলৰ হতুয়াই বিদেশী লোকৰ মঝিত ঈশ্বৰে যি অশ্চিৰিত অৰু বিস্ময় কর্ম কৰাইছিল, সেই সকলোকে সিবিলাকে অপুনি কওঁতে সমূহৰ সকলোএ নিজম দি শুনিলে । ১৩ সিবিলাকে কথা কৈ এটলিত য়াকোবে মাত লগাই কলে, হে ভাইবিলাক, মেৰি কথা মন দি শুনা; ১৪ ঈশ্বৰে আপোনাৰ নামৰ নিমিত্তে বিদেশী লোকৰ মাঝৰ পৰা এযূম মানুহক গ্ৰহণ কৰিবলৈ প্ৰথমতে যেনেকৈ সিবিলকিলৈ কৃপা কৰি চালে, তাকে চিমোনে কলে । ১৫ ভবিষ্যত বক্তাবলীকৰ কথাও তাৰে সৈতে মিলে, যেনেকৈ লিখা আছে, ১৬ সকলো কম সিদ্ধি কৰোঁতা প্রভু কৈছে, অৱশেষ মানুহ আৰু যি বিদেশী লোক মোৰ নামেৰে খ্যাতি হয়, সেই সকলোএ যেন প্রভূক বিচাৰে, ১৭ এই নিমিত্তে মই উভতি আহি দাৱিদৰ পৰি থকা ঘৰ অকিও সাজিম, আৰু তাৰ নাশ হোৱাবো তুলি তাক পুনৰ্বাৰ থিয় কমি । সুজনৰ আদিৰে পৰা ঈশ্বৰে অপো- নাৰ সকলো কর্ম জানি অাছে। ১৯ এই হেতুকে মোৰ কথা এই, বি- দেশী লোকৰ মাঝত যিবিলাকে ঈশ্বৰলৈ মন পালটাইছে, সিবিলাকক আৰু ভাৰ নিদিয়াকৈ, ২০ দেৱতাবোৰ অশুচি প্রসাদ খোৱা, আৰু বেশ্যালি কর্ম, আৰু টেটু চেপা দি মৰা জন্তু, আৰু তেজ খোৱা, এইবোৰক এৰি- বলৈ অামি লিখে। ২১ কিয়নো আগৰে পৰা মোচাৰ বিধান কীত্তন কৰা মানুহবিলাক সকলো নগৰত আছে, অৰুি বিশ্রাম বাৰে বাৰে নাম ঘৰত তাক পহে। ২২ তেতিয়া পাচনি আৰু বৃদ্ধ লোকে গোটেই মওলী সৈতে অপো- নাৰ মাঝৰ পৰা য়িহু দা, যাৰ উপনাম বচ্ছাবা, অাৰু চিলা, ভায়েকবি- লাকৰ মাঝিৰ এই দুই প্রধান মানুহক মনোনীত কৰি, পৌল আৰু বৰ্ণ- বই সৈতে অন্তিয়খিয়ালৈ পাচিবলৈ উচিত জানি, সিবিলাকৰ হাতত এই পত্র লিখি পঠালে। ২৩ আন্তিয়খিয়া, চুৰীয়া, আৰু কিলিকিয়াত থকা বিদেশী ভায়েকবিলাকলৈ চিনি, বৃদ্ধ লোক, অাৰু ভাই সকলৰ নমস্কাৰ । ২৪ আমাৰ অত্তিা নোপোৱ! কোনো মানুহবিলাকে আমাৰ মাঝৰ পৰা গৈ, তোমােলাকক চর্মছেদন আৰু মোচাৰ বিধান পালন কৰিবলৈ শি- কাই দি, কথাৰে সংশয় লগাই তোমোলাকৰ মন অথিৰ কৰিছে, ইয়াক অমি শুনিলো। ২৫ এই নিমিত্তে আমি একে অলচেৰে গেট খোৱা হৈ, আমাৰ প্ৰভু যীশু খ্রীষ্টৰ নামৰ নিমিত্তে অাপোনাৰ প্ৰাণৰ শঙ্কা- কে। এৰি দিয়া, এনে যি অামাৰ ইষ্ট বর্ণাব। আৰু পৌল, সিবিলাকৰ লগত মনোনীত মানুহক তোমোলাকৰ ওচৰলৈ পাচিবলৈ উচিত জানিলে।। ২৭ এই হেতুকে য়িহুদা অৰু চিলাক পঠাইছে, নিবিলাকৰ মুখেই এই