সমললৈ যাওক

পৃষ্ঠা:New Testament in Assamese.djvu/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ পাছে ২৪ ০ পাঁচনিৰ কৰম । পেলাই মাৰিবলৈ অলচ কৰিলে । ৬ সিবিলাকে তাৰে বুঝ পাই, লুকে- নিয়৷ দেশৰ লুন্ত্ৰা আৰু দৰ্ব্বী নগৰ, অৰু তাৰ ওচৰ ঠাইলৈকে পলাই গৈ, ৭ তাতে শুভবাত্রা কীত্তন কৰিলে । লুস্ত্ৰা নগৰতে ভৰিত বল, নাইকিয়া ওপজাৰে খোৰা, কোনো কালে খেজি নকহ, এনে মানুহ এটাই বহি পৌলৰ কথা শুনতি, তালৈ তেওঁ একে ঠৰে চাই, ভাল হবলৈ তাৰ বিশ্বাস অেিছ যেন বুঝি, বৰ মতে- ৰে কলে, ভৰিত ভৰ দি পোন হৈ উঠা । তাতে সি লাফ দি উঠি অহ। যোৱা কৰিলে। ১১ তেতিয়া মানুহবিলাকে পৌলৰ এই কর্ম দেখি লুকো- নিয়া ভাষাৰে বৰকৈ মাত লগাই কলে, দেৱতাই মানুহৰ ৰূপ ধৰি আমাৰ ওচৰলৈ নামি আহিল । ১২ আৰু সিবিলাকে বর্ণাবৰ নাম জুপিৰ থলে, আৰু পৌল প্রধান কথকি দেখি তেওঁৰ নাম মকুৰি থলে । নগৰৰ সমুখত থকা জুপিতৰৰ পেৰোহিতে বলদ গৰু অৰু ফুলৰ মল। দুৱাৰৰ ওচৰলৈ আনি মানুহবিলাকে সৈতে সিবিলাকলৈ উচর্গি দিবলৈ মন কৰিলে । ১৪ কিন্তু বর্ণবা অাৰু পৌল পাচনিএ এই কথা শুনি, অপে- নৰি কাপৰ ফালি সমূহৰ মাঝলৈ লৰি গৈ ৰিঙ্গিয়াই কলে, ১৫ হে মা- নুহবিলকি, এনে কর্ম কিয় কৰা? আমিও তোমােলাকৰ নিচিনা সুখ দুঃখৰ ভাগী মানুহহে। যি জনে স্বর্গ, পৃথিবী, সাগৰ, অৰু তাৰ মঝিত থকা সকলোকে সজিলে, ১৬ অৰু আগৰ কালৰ আটাই দেশৰ মানুহ- বিলাকক আপােন অপেনি পথত চলিবলৈ এৰি দিলে, ১৭ তথাপি তো- মোলকিৰ হিত কৰি আকাশৰ পৰ৷ বৰষুণ দি শহ হোৱা বতৰ কৰি, খোৱা বস্তু অৰু আনন্দেৰে তােমােলাকৰ মন তৃপ্তি কৰাই, আপোনাৰ প্ৰমাণ নিদি নেথাকিল, এনে যি অমৰ ঈশ্বৰ, তোমােলাকে এই মিছ কর্ম এৰি তেওঁ- লৈ যেন মন পালটোৱা, এই নিমিত্তে আমি তোমোলকিত শুভবাত্ৰা কৈ এনেকুয়া কথা কলতো সিবিলাকলৈ উচৰ্গা নকৰিবলৈ মানুহক শ্ৰমেৰেহে নিবাৰণ কৰিব পাৰিলে । ১১ পীছে অন্তিয়খিয়া আৰু ইকনীয় নগৰৰ পৰা জন চাৰেক য়িহুদি ভালৈ আহি, মানুহবিলাকক অনুমতি দি পৌলক শিলেৰে মাৰিলে । তাতে তেওঁক মবিল বুলি জানি, নগৰৰ বাহিৰলৈ টানি নিলে। ২০ কিন্তু শিষ্যবিলাকে তেওঁৰ চাৰিও ফালে থিয় হৈ থকাত, তেওঁ উঠি নগৰৰ মা- ঝত সোমাল; আৰু পাছ দিন। বাবাই সৈতে দন্ধী নগৰলৈ গল । ২১ সেই নগতে শুভবাত্রা কীত্তন কৰি অনেক মানুহক শিষ্য কৰাই, পাছে লু৷ আৰু ইকনীয় আৰু অন্তিয়খিয়ালৈ উলটি গল । ২২ অৰু আমি বহু দুঃখেৰে ঈশ্বৰৰ ৰাজ্যত সোমাব লাগিব, এই বুলি বিশ্বাসৰ পথত থাকিবলৈ উপদেশ দি শিষ্যবিলাকৰ মন থিৰ কৰিলে । ২৩ আৰু প্ৰতি মণ্ডলীতে বৃদ্ধ লোকক নিযোজন কৰি থৈ, প্রার্থনা আৰু লঘোন কৰি যি দিছে।। -