পৃষ্ঠা:New Testament in Assamese.djvu/২৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ অধ্যায় । ৪২ পাছে সিবিলাকে বাহিৰলৈ যাওঁতেই অপোনালৈ পাছৰ বিশ্রাম বাৰতাে যেন এই কথা কোৱা হয়, মানুহবিলাকে ইয়াকে নিবেদন কৰিলে । ৪৩ সভা ভগ। হলত অনেক য়িহুদি মানুহ আৰু য়িহুদি ধর্ম লোৱাবি- লাকে পৌল আৰু বর্ণবাৰ পাছত গল; তাতে সিবিলাকে সিহঁতে সৈতে কথোপকথন কৰি, ঈশ্বৰৰ অনুগ্রহতে থিৰ হৈ থাকিবলৈ সিহঁতক সুম, তি দিলে । ৪৪ পাছৰ বিশ্রাম বাৰ হলত নগৰৰ প্ৰায়ে সকলো মানুহ ঈশ্বৰৰ কথা গুনি- বলৈ একে ঠাই হল । ৪৫ কিন্তু য়িহুদিবিলাকে সমূহ মানুহক দেখি, তাসুয়াৰে পূৰ হৈ নুই অৰুি নিন্দা কৰি, পৌলে কোৱা কথাৰ বিৰোহৃে কলে । তাতে পৌল আৰু বৰ্ণাবাই সহ কৰি কলে, প্রথমতে তোমোলাকৰ অগিত ঈশ্বৰৰ কথা কবলৈ উচিত আছিল, কিন্তু তোমোলাকে তাক দূৰ কৰি আপােনাক অনন্ত আয়ুষৰ অযােগ্য দেখলিত, আমি বিদেশী লোকৰ ওচৰলৈ যাওঁ। ৪৭ কিয়নো প্রভূএ আমাক এনে আজ্ঞা কৰিলে, জগতৰ সীমালৈকে পৰিত্ৰাণ হবৰ নিমিত্তে তোমাক বিদেশী লোকলৈ পহৰ দি থলে।। ৪৮ তেতিয়া এই কথা শুনি বিদেশী মানুহে আনন্দ পাই প্ৰভুৰ কথাতে স্তুতি কৰিলে । আৰু যিবিলাকক অনন্ত আয়ুষ পাবলৈ নিযোজন কৰা হৈছিল, সিবিলাকে বিশ্বাস কৰিলে । ৪৯ এই ৰূপে প্ৰভুৰ কথা গোটেই খন দেশত ব্যাপী গল । ৫০ কিন্তু য়িহুদিবিলাকে ভজন কৰা কেবলিক উত্তম তিৰেতি অৰুি নগৰৰ প্ৰধান লােকক কুমতি দি, পৌল অাৰু বর্ণবাক তাৰণা কৰি আপোনাৰ সীমাৰ পৰা খেদাই দিলে । তে সিবিলাকে আপোনাৰ ভৰিৰ ধলী সিহঁতৰ অহিতে ঝােকাৰি পেলাই, ইকনীয় নগৰলৈ গল । ৫২ আৰু শিষ্যবিলাকে অনিন্দেৰে পবিত্র আত্মাৰে । পৰিপূর্ণ হল । ১৪ অধ্যায় । ইকনীয় নগৰ পাই সিবিলাক দুয়ে য়িহুদিৰ নাম ঘৰলৈ একে লগে গৈ, অনেক য়িহুদি আৰু গ্ৰীক মানুহে যি ৰূপ কথাত বিশ্বাস কৰে, সেই ৰূপ কথা কলে। ২ কিন্তু বিশ্বাস নকৰা য়িহুদিবিলাকে অন দেশৰ মানুহক কুমতি দি ভায়েকবিলাকৰ অহিতে সিবিলাকৰ দুষ্ট মন কবলে । ৩ এই হেতুকে আপোনাৰ অনুগ্ৰহৰ প্রমাণ দি সিবিলাকৰ হাতেৰে চিন আৰু অশ্চিৰিত কর্ম কৰাই দেখাওঁতা যি প্ৰ, তেওঁৰ কথা সাহি কৰি কৈ ভালে দিন সেই ঠাইতে থাকিল । ৪ তাতে নগৰৰ মানুহ দুভাগ হৈ কেতবােৰ য়িহুদিৰ ফলিয়া, কেতবোৰ পচিনিৰ ফলিয়া হল । পাছে বিদেশী আৰু য়িহুদি মানুহবোৰে আপােনাৰ অধিকাৰবিলাকে সৈতে সিবিলাকক শিল ৫