পৃষ্ঠা:New Testament in Assamese.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৮ পাচনিৰ কম । ২৮ টি থলে। মানুহৰ অগিত মন পালটনৰ বুৰ দিওৱাৰ কথা কীত্তন কৰিলে । ২৫ য়োহ- নে যি কৰ্মৰ ভৰি পাইছিল, তাক পূৰ কৰোতেই এই কথা কলে, তো- মোলাকে মেকি কোন বুলি ভাবিছাক? মই সেই জন নহঁও; কিন্তু দেখা, যি জনৰ চৰণৰ পইজাৰৰ বান্ধি মেলিবৰে। মই যোগ্য নহঁও, এনে এজন মোৰ পাছত আহিছে । হে অব্রিাহামৰ বঙ্গহৰ ভাইবিলাক, তোমোলাকলৈ অাৰু তােমোলাকৰ মাঝত যিবিলাকে ঈশ্বৰক ভয় কৰে, সেইবিলাকলৈকো এই পৰিত্ৰাণৰ কথা পচা হৈছে । ২৭ য়িছালমত থকাবোৰ আৰু সিহঁতৰ অধিকাৰবিলাকে তেওঁক নেজানি, আৰু প্রতি বিশ্রাম বাৰত পৰ্হা ভবিষ্যত বক্তবিলাকৰ যি বচন, তাকো নুবুঝি, তেওঁক দুষী কৰি সেই বচন পূৰ কৰিলে । প্রাণ মাৰিবৰ একো কাৰণ নেপালতো, পিলাতৰ আগত তেওঁক বধিবলৈ প্রার্থনা কৰিলে । ২৯ আৰু তেওঁৰ অৰ্থে যি যি কথা লিখা আছিল, সেই সকলো কথা পূৰ কৰি, তেওঁক পেৰেণিৰ পৰা নমাই মৈদামত শুয়াই ৩০ কিন্তু ঈশ্বৰে মৃত্যুৰ পৰা তেওঁক তুলিলে । ৩১ অাৰু গালীলৰ পৰা তেওঁৰ লগত য়িছালমলৈ যিবোৰ মানুহ আহিছিলে, সেইবিলাকক তেওঁ অনেক দিনলৈ দেখা দিলে; তেওঁৰ অৰ্থে সিবিলাকেই মানুহৰ অ- গত সাক্ষী অাছে । ৩২ অামাৰ ওপৰ পিতৃবিলাকৰ আগত ঈশ্বৰে যি অঙ্গীকাৰ কৰিলে, আৰু দ্বিতীয় গীততে। লিখা অাছে, বোলে, তুমি মােৰ পুত্র, আজি মই তোমাক জন্মালো, ৩৩ সিবিলাকৰ সন্তান আমাৰ তাগিত সেই অঙ্গীকাৰ যীশুক তুলি সম্পূর্ণ কৰিলে ; এই শুভবাত্রা তোমোলাকত জনাইছো । ৩৪ প্রভু তেওঁক মত্যুৰ পৰা তোলাত তেওঁৰ শৰীল যে কে- তিয়াও ক্ষয় নহব, এই অর্থে তেওঁ আপুনি কৈছিলে, দাৰিদলৈ থিৰ কৰা যি বৰ, তাকে মই তােমোলাকক দিম । ৩৫ তাত বাঝেও অন গীতত কৈছে, তুমি আপােনাৰ ধৰ্মী জনক ক্ষয় পাবলৈ নিদিবা । ৩৬ দাবিদ হলে অ- পোনাৰ আয়ুষতে ঈশ্বৰৰ ইচ্ছাৰ দৰে কৰ্ম কৰিলত মৃত্যু হৈ, আপোনাৰ ওপৰ পিতৃবিলাকৰ লগ লৈ ক্ষয় পালে । ৩৭ কিন্তু যি জনক ঈশ্বৰে মৃত্যুৰ পৰা তুলিলে, তেওঁ ম য় পোৱা নাই । ৩৮ এই কাৰণে, হে ভাইবিলাক, সেই জনৰ পৰাই পাপৰ ক্ষমা হয়, ইয়াকে তোমোলাকলৈ কীত্তন কৰা অছে, ৩১ অাৰু মোচাৰ বিধানৰ দ্বাৰাই যি যি দোষৰ পৰা তোমোলাকে মুকুত হব নােৱাৰা, সেই আটাই দোষৰ পৰা তেওঁত বিশ্বাস কৰা সকলো মুকুত হব, এই কথা তােমােলকিত বুবয়া হওক । ৪০ হে নিন্দা কাবিলাক, তোমোলাকে দেখা, অৰু বিস্ময় মানি নষ্ট হােৱা; কিয়নাে যি কর্ম কোনাে মানুহে তোমোলকিত বুঝালেও তাক নপতিয়াবা, এনে কর্ম তো- মোলাকৰ কালত মই কৰিম; ৪১ এই যি কথা ভবিষ্যত বক্তবিলাকৰ পুথিত লিখা আছে, সাৱধান হােৱা, সেয়ে যেন তোমোলাকত নঘটে ।