পৃষ্ঠা:New Testament in Assamese.djvu/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অধ্যায় । তাক দেখা পালে । b SO . বা ভবিষ্যত বক্তা হৈ বৰিচু নামেৰে যি এটা য়িহুদি মায়াপী মানুহ আছিল, ৭ সেই অধিকাৰে ঈশ্বৰৰ কথা শুনিবলৈ ইচ্ছা কৰি চৌল আৰু বৰ্ণবিকি মাতিলে । কিন্তু এলুম, ভাষাকৈ ভাঙ্গিলে যাৰ অর্থ মায়াপী হয়, সেয়ে অধিকাৰক বিশ্বাসৰ পৰা ওলটাবৰ অশয়েৰে সিবি- লাকক বিঘিনি কৰিলে। ১ তেতিয়া চৌল, যাক পৌলো বোলে, পবিত্র অত্মিাৰে পৰিপূৰ্ণ হৈ সেই মায়াপীলৈ একে ঠৰে চাই কলে, হেৰৈ ছয়তানৰ পুতেক, সকলো ধৰ্মৰ শত্ৰু! কপটতে দুষ্ট কর্মতে পূৰ হৈ, প্ৰভুৰ স্বৰূপ ধর্ম পথক লুটিয়াবলৈ নেৰ নে? ১১ আৰু চাবি, এতিয়া প্রভুৰ হাতে তোক ধৰি অাছে; আৰু তই কেতখনি দিন কণা হৈ থাকি, বেলিকো নেদেখিবি। তেতিয়াই চকু মলিন হৈ তাৰ ওপৰত এন্ধাৰ পৰিল ; তাতে সি হাতত ধৰিবলৈ মানুহ বিচাৰি ফুৰিলে । ১২ এনে ঘটিবৰ দেখি সেই অধিকাৰে প্ৰভুৰ উপদেশতে বিস্ময় মানি বিশ্বাস কৰিলে । ১৩ পাছে পৌল আৰু তেওঁৰ লগৰবিলাকে পাফ নগৰৰ পৰা জাহাজ মেলি পামফুলিয়া দেশৰ পৰ্গা নগৰলৈ আহিল ; কিন্তু য়োহানে সিবিলা- কক এৰি য়িৰুছালমলৈ উভতি গল । ১৪ পীছে সিবিলাকে পর্গাৰ পৰা গৈ পিচিদিয়া দেশৰ অন্তিয়খিয়া নগৰ পালত বিশ্রাম বীৰে নাম ঘৰ সোমাই বহিল। ১৫ তীতে বিধান আৰু ভবিষ্যত বাক্য পহিলত, পাছে নাম ঘৰৰ গৰাকীবিলাকে সিবিলাকৰ ওচৰলৈ মানুহ পঠাই এই কথা কো- বালে, হে ভাইবিলাক, মানুহলৈ তোমালাকৰ কিবা উপদেশ কথা যদি আছে, তাক কোৱা । ১৬ তেতিয়া পৌলে উঠি হাতেৰে টাবাৰ কৰি কলে, হে ইসএলৰ মানুহবিলাক, হে ঈশ্বৰলৈ ভয় কৰা সকল, মন দি শুনা । ১৭ এই ইসএল লোকৰ ঈশ্বৰে আমাৰ ওপৰ পিতৃবিলাকক মনােনীত কৰিলে, আৰু মিচৰ দেশত অলিহি হৈ থকা কালত ঐশ্বৰ্য্য দি, তাৰ পৰা আপোন বাহু বলেৰে সিবিলাকক বাহিৰলৈ আনিলে । ১৮ পাছে দুকুৰি মনি বছৰলৈকে অৰণ্যৰ মাঝত সিবিলাকক পোষণ পালন কৰি, নান দেশৰ মাঝৰ সীত খনি ৰাজ্য বিনাশ কলিত, গুটি বুঝয়াই বঁটাই সেইবোৰ দেশ সিবিলাকক দিলে। ২৩ তাৰ পাছে চিমুএল ভবিষ্যত বক্তাৰ দিনলৈকে চাৰি শ অহৈ কুৰি বছৰ মানত সিবিলাকৰ ওপৰত সোধাৰু দি থলে। ২১ তাৰ পাছে সিবিলাকে ৰজা খুজিলত, ঈশ্বৰে বেনিয়ামিনৰ বঙ্গহৰ কিষ্যৰ পুতেক চৌলকে দুকুৰি বছৰলৈ সিবিলাকৰ ওপৰত ৰজা পাতিলে। ২২ পাছে তেওঁক গুছাই সিবিলাকৰ ৰজা হবলৈ দাৱিদক উৎপন্ন কৰিলে । তেওঁৰ অর্থে এই প্রমাণ দিছিলে, মোৰ সকলো ইচ্ছা যি জনে পূৰ কৰিব, এনে মোৰ মনৰ দৰে য়িছইৰ পুত্ৰ দাৱিদক পালে। ২৩ ঈশ্বৰে আপােনাৰ অঙ্গীকাৰৰ দৰেই সেই জনৰ বঙ্গহতে ইসএল লোকলৈ ত্রাণ কত্ত। য়ীক জন্মালে । ২৪ তেওঁ অহৰি অগৈ য়োহানে ইসএলৰ সকলাে ১৯ কি-