পৃষ্ঠা:New Testament in Assamese.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যা। 1 সিয়ো মোলৈ জেগ্যি নহই। ৩৯ জি কোনোএ আপোনাৰ জিৰ পাই, সি তাক হেৰুআব; অৰু জি কোনো মোৰ নিমিতে আপোনাৰ জিৰ হেৰু- আই, সি তাক পাব। ৪০ জি কোনো তোমোলকিক গ্ৰহন কৰে, সি মোকে গ্ৰহন কৰে; অৰু জি কোনোএ মোক গহন কৰে, সি মোক পঁচা জনকে গ্ৰহন কৰে। ৪১ জি কোনোএ ভবিস্যত বক্তাৰ নামেৰে ভবিস্যত বক্তাক গ্ৰহন কৰে, সি ভবিস্যত বক্তাৰ ফল পাব; আৰু জি কোনো ধৰমি জনৰ নামেৰে ধৰমি জনক গহন কৰে, সি ধৰমি জনৰ ফল পাব; ৪২ অৰু জি কোনোএ এই সৰু- বিলাকৰ এটিকে সিস্যৰ নামেৰে এটি চেচঁ। পানি মাথোন খুআই, মই তোমোলাকত সুৰুপকৈ কৈচেঁ, সি আপোনাৰ কৰম ফল নে হেৰুঅব। ১১ অধ্য। পাচে এনে হল, য়িচএ অপোনাৰ বাৰে জন সিস্যক অগ্যি। দি এঁটালত, সেই ঠাই এৰি নগৰে নগৰে উপদেস দিবলৈ আৰু কিৰ্তন কৰিবলৈ গল। ২ তেতিয়া য়োহানে বন্দিসালত খ্ৰিষ্টৰ কৰমৰ বত্ৰিা বুনি আপোনাৰ দুজন সিস্যক পঠাই তেঁওত সুধিলে, বোলে, ৩ জি জন অহিব লগা তুমি হোঅ নে, নাইবা আন কাৰোবলৈহে আমি অপেখ্য1 কৰি থাকিম? ৪ খিচুএ সিবিলাকত সমিধান দি কলে, তোমোলাকে জোঅ, আৰু জি দেখিলা সুনিল, তাকে য়োহানত কোঅগৈ; ৫ কনাই দেখিচে, খোৰাই খোজ কাহে, কুঠিয়া সুচি হই, কলাই শূনে, মৰকি তোলা হৈছে, দুখিয়া লেকিত সুভ বাত্ৰা কিৰ্তন কৰা গৈচে; ৬ আৰু জি জনে মেতি বেজাৰ নে পাই, সি সুখিয়া। ৭ পাচে সিবিলাক গলত তেঁও য়োহানৰ অৰ্থে লোক সমুহৰ অগিত এই কথা কবলৈ ধৰিলে, তোমোলাকে হাবিত কি দেখিবলৈ গৈচিল। বতাহে লৰো নল নে? ৮ তোমোলাকে কি চাবলৈ গৈচিলা? কোমল কপিৰ পিন্ধা মানুহটক নে? দেখ, জিবিলাকে কোমল কাপৰ পিন্ধে, সিবিলাক বজাৰ ঘৰত থাকে। ৯ তেন্তে কি দেখিবলৈ গৈচিলা? ভবিস্যত বক্তাক নে? হই মই তোমোলকিত কৈচেঁ, ভবিস্যত বক্তাতকৈয়ো বৰ এজন। ১০ দেখা, মই আপোনাৰ দুতক তোমাৰ অগিত পাচিম, তাতে সি তোমাৰ আগে আগে বাট জুগুত কৰিব, জাৰ অৰ্থে এই কথা লিখা আচে, তেঁৱেই এই জন। ১১ মই তোমোলকিত স্বপকৈ কৈৰ্চো, তিৰোতাৰ গৰ্ভত ওপজাবিলাকৰ মা- জত য়োহান বুৰ দিওঅতিকৈ ডাঙ্গৰ কোনো ওলোঅ নাই; তথাপি স্বৰগ ৰাজ্যত জি জুন সকলোতেকৈ সৰু, সেই জন তেঁওতকৈ ডঙ্গি। ১২ আৰু য়ো-