পৃষ্ঠা:New Testament in Assamese.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। হান বুৰ দিওঅৰ দিনৰ পৰা এতিয়ালৈকে সৰ্গ ৰাজ্য বলাকাৰ কৰা হৈচে, অৰু বলাত্কাৰ কৰাবোৰেহে তাক অক্ৰিমি লই। ১৩ কিয়নো য়ো- হানলৈকে সকলে। ভবিস্যত বাই আৰু বিধান সাস্ত্ৰে সিখ দিলে। ১৪ আৰু তোমোলাকে জদি এই কথা গ্ৰহন কৰিব খোজা, অহিব লগা জি এলিয়া, ওঁৱেই সেই। ১৫ জৰি সুনিবলৈ কান অচে, সি সুনেকি। ১৬ এই কালৰ লোকবিলাকক কাৰে তুলন্ত কৰিম? জি লৰাবিলাকে বজা- ৰত বহি থাকি অপোনাৰ সখিয়েকহঁতক মাতি কই, ১৭ আমি তোমোলাকৰ অগিত বাহি বজালে, কিন্তু তোমোলাকে নেনাচিলা; তোমোলাকৰ অ- গত বিলাপ কৰিলে, কিন্তু তোমোলাকে নেকান্দিলা; এনে লৰাবোৰৰ নিচিনা সিবিলাক। ১৮ কিয়নো য়োহানে ভেজিন পনি নকৰাকৈ আহিলত লোকবিলাকে বোলে, সি ভূতে পো। ১৯ মানুহৰ পুত্ৰ ভোজন পান কৰিয়েই আহিল, তাতে সিহঁতে বোলে, দেখ, এই জন মানুহ বৈচ্য আৰু মদপি, কৰ তোলাবিলাক আৰু পাপি লোকৰ মিতিৰ! কিন্তু গিয়া- নিৰ সন্তানবিলাকে গিয়নৰ বেৱহাৰ নিদেসি কৰে। ২০ তেতিয়া জি জি নগৰত তেঁও অনেক আচৰিত কৰম কৰিচিলে, সি- বিলাকৰ লোকে মন নেপালটোআ হেতুকে তেঁও সিহঁতক দেসি দিবলৈ ধৰিলে। ২১ হাই হাই খৰাজিন! হাই হাই বৈচৈদা! তোমোলাকৰ মা- জত জি জি আচৰিত কৰম কৰা গল, সেই কম চোৰ আৰু চিদোন নগ- ৰত কৰা হোআ হলে, ইয়াৰ অনেক দিনৰ আগেয়ে সিহঁতে মৰাপাট পিন্ধি অৰুি গত চাই লৈ মন পালটালেহেঁতেন। ২২ কিন্তু মই তোমোলাকিত কৈচেঁ, সেধিৰ দিনত তোমোলাকৰ দলাতকৈ চোৰ আৰু চিদোনৰ দল। সহিবলৈ লঘু হব। ২৩ আৰু, হে কিফনাহুম, তুমি স্বৰ্গলৈকে উঠা হৈচা কিন্তু অধসলৈ নমাই পেলোঅ হবা; কিয়নো তোমাৰ মাজত জি আচৰিত কৰম কৰা গল, সেই কম চিদেমিত কৰা হো আ হলে, সি আজিলৈকে থাকিলহেঁতেন। ২৪ কিন্তু মই তোমোলাকত কৈঠো, সোধৰ দিনত তোমাৰ দসাতকৈ চিদোমৰ দস সহিবলৈ লঘু হব। ২৫ সেই সময়ত ৱিচুএ মাত লগাই কলে, হে পিত্ৰি, স্বৰগ আৰু প্ৰিথি- বিব প্ৰভু, তুমি গিয়ানি আৰু বুধিমন্ত লোকৰ পৰ৷ এইবিলাক কথা গুপ্ত কবি, লাবিলাকৰ আগত প্ৰকাশ কৰিলা; এই নিমিতে তোমাক স্তুতি কৰে॥ ২৬ হে পিত্ৰি, হই, কিয়নো তোমাৰ দেখাতে এয়ে উচিত। ২৭ মেৰি পিত্ৰিৰ দোআৰাই মোৰ হাতত সকলোকে সোধাই দিয়া হৈছে; আৰু পিত্ৰিৰ বাহিৰে কোনেও পুত্ৰক নেজানে; পুত্ৰ অৰুি জি জনত পুত্ৰই পিত্ৰিৰু প্ৰকাস কৰে, সিবিলাকৰ বাহিৰে কোনেও পিত্ৰিক নেজানে। ২৮ হে সুম কৰা আৰু ভাৰত দুখ পোঅ লোক সকল, মোৰ ওচৰলৈ আঁহা, মই তোমোলকিক জিৰনি দিম। ২৯ মই নম আৰু কোমল মনেৰে