পৃষ্ঠা:New Testament in Assamese.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ মাথি। বিব; কিয়নো জি কথা বুলিব লগা, সেই উৰিতে তাক তোমোলকিক দিয়া হব। ২০ কিয়নো সেই কথা কওতা হোমেলিকি নোহেঅি, কিন্তু তোমোলকি। পিত্ৰিৰ আত্মইহে তোমোলাকৰ দোঅৰিাই কথা কই। ২১ ককায়েকে ভায়েকক অৰু বাপেকে পুতেকক মনলৈ সোধাই দিব। আৰু লৰাবোৰে মাক বাপেকৰ অহিতে উঠি সিবিলাকক বধ কৰবি। ২২ আৰু মোৰ নামৰ নিমিতে সকলো মানুহে তোমোলকিক ঘিন কৰিব; কিন্তু জি জনে সেসলৈকে সহি থাকে, সি পৰিত্ৰান পাব। ২৩ এখন নগৰত জেতিয়া সিহঁতে তোমোলকিক তৰিনা কৰে, তেতিয়া অনি এখন নগৰলৈ পলাই জাবা; মই তোমোলাকত স্বৰুপকৈ কৈচো, তোমোলাকে ইসায়েল সকলোবিলাক নগৰ ফুৰি এঁটোআৰ অগেয়ে মানুহৰ পুত্ৰ আহিব। ২৪ গুৰুতকৈ সিস্য বৰ নহই, গৰাকিতকৈ বন্দিও বৰ নহই। ২৫ সিস্য আপোনাৰ গুৰুৰ, আৰু বন্দি আপোনাৰ গৰকিৰ সমান হলে, সেয়ে জুৰিব। সিহঁতে জদি ঘৰৰ গৰাকিকে বেলজিবুব বোলে, ঘৰৰ মানুহক তাতকৈও নুবুলিব নে? ২৬ তোমোলাকে সিহঁতলৈ ভই নকৰিব1; কিয়নে। জি প্ৰকসি নহব, এনে কোনো বস্তু ঢাকি থোঅ নাই, আৰু জি জন। নহব, এনে একো লুকুঅ নাই। ২৭ এন্ধাৰত মই তোমোল কত জি বঁও, তাক পইতে কবা; কানত জি সুনা, তাক ঘৰৰ ওপৰৰ পৰা প্ৰচাৰ কৰা। ২৮ আৰু জিবিলাকে সৰিলক বধ কৰে আত্মাক বধিব নোআৰে, সিহঁতলৈ ভই নকৰিবা; কিন্তু জি জনে আত্মা আৰু সৰিল দয়োকে। নৰকত নষ্ট কৰিব পাৰে, তেঁওলৈকে ভই কৰা। ২৯ ঘনচিৰিকা দটা এক পইচালৈ নেবেচে নে? তেও তোমোলাকৰ পিত্ৰিৰ অগ্যিাৰ বাহিৰে সি- হঁতৰ এটিও মাটিত নপৰে। ৩০ তোমোলাকব মুৰৰ সকলো খানি চুলিও গনা হৈছে। ৩১ এই হেতুকে ভই নকৰিবা; তোমোলকি অনেক চিৰিকাতকৈ বহু মুলিয়া। ৩২ মানুহৰ আগত জি কোনোএ মোক সৈ কাহে, মোৰ স্বৰগত থকা পিত্ৰিৰ আগত ময়ো তাক সৈ কাহিম; ৩৩ কিন্তু মানুহৰ আগত জি কোনো মোক আসৈ কৰে, মোৰ স্বৰগত থকা পিৰি আগত ময়ো তাক আসৈ কৰিম। ৩৪ মই প্ৰিথিবিৰ ওপৰত কুসল সিঁচিবলৈ আহিষ্টো, ইয়াক নেভবিবা; কুসল সিচিবলৈ নহই, কিন্তু তৰোঅল পঠাবলৈহে আহিৰ্চো। পেকে সৈতে পুতেক, মাকে সৈতে জিয়েকৰ, সাহু একে সৈতে বেঅি- ৰিয়েকৰ বিৰোধ কৰাবলৈহে আহিলো। ৩ ৬ আৰু আপোনাৰ পৰিয়া- লেই মানুহৰ সত্ৰু হব। ৩৭ জি কোনো আপোনাৰ পিত্ৰি বা মাত্ৰিক মোতকৈ অধিক প্ৰিতি কবে, সি মোৰ জেগ্যি নহই; আৰু জি কোনোএ অপোনাৰ পুতেক বা জিয়েকক মোতকৈ অধিক প্ৰিতি কৰে, সি মোৰ জোগ নহই। ৩৮ আৰু জি কোনো আপোনাৰ পেৰেঙ্গনি লৈ মোৰ পাচত নচলে, ঘন-