পৃষ্ঠা:New Testament in Assamese.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩২ পাঁচনিৰ কৰম। ২৮ বিদেশী লোকে সৈতে লগ লোৱা, নাইবা তাৰ ঘৰলৈকে যোৱা, য়িহু- দি মানুহলৈ নিষেধ আছে, ইয়াক তোমোলাকে জনি, কিন্তু কোনো মানু- হক বজিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখালে। ২৯ এই নিমিত্তে মোক মাতিলতে একো সংশয় নকৰি তোমোলাকৰ ওচৰলৈ আহিলোঁ; এতে- কে সুধিছে, তোমোলাকে মোক কিহলৈ মাতিলা? ৩০ তেতিয়া কৰ্ণিলীয়ই বুলিলে, আগৰ চাৰি দিনৰ দিনা এতে বেলিলৈ লঘোনে আছিলোঁ; তাতে তিনি পৰীয়া হলত ঘৰত প্ৰাৰ্থনা কৰোতেই দেখা, বগা কপিৰ পিন্ধ। এজনে মোৰ অগিতে থিয় হৈ এই কথা কলে, ৩১ হে কৰ্ণিলীয়, তোমাৰ প্ৰাৰ্থনা শুনা গৈছে, আৰু তোমাৰ দানে ঈশ্বৰৰ মনত পৰিছে। ৩২ এই হেতুকে ফোলৈ মানুহ পঠাই সাগৰৰ দাঁতিত চিমোন নামেৰে এক মুচিয়া- ৰৰ ঘৰত অলিহি হৈ থকা চিমেনি, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মতাই আনা; তেওঁ আহি তোমত কথা কব। ৩৩ এই নিমিত্তে তেতিয়াই তোমা- লৈ মানুহ পঠালো; তুমি যে আহিছা ভাল কৰিছা; এয়েৰেই ঈশ্বৰে যি যি কথাৰ অজ্ঞা তোমাক দিছে, তাক শুনিবলৈ আমি সকলো ঈশ্বৰৰ অ- গত গোট খাই আছে। ৩৪ তেতিয়া পিতৰে মাত লগাই কলে, ঈশ্বৰে মানুহৰ মুখ ৰখা নহয়, ৩৫ কিন্তু যি কোনো দেশৰ মানুহ হওক, তেওঁক ভয় কৰি পুণ্য কম কৰে, এনে মানুহক ঈশ্বৰে গ্ৰহণ কৰে, ইয়াৰ নিশ্চয় বুঝ পালে। ৩৬ য়োহানে বুৰ দিওৱাৰ কথা কীৰ্তন কৰাৰ পাছত গালীলৰ পৰা গোটেই য়িহুদ। দেশ খনতে সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই, ৩৭ ঈশ্বৰে ইএল বঙ্গ- হৰ অগিত যি কুশলৰ কথা কীত্তন কৰোৱাই পঠালে, তাকে তোমোলাকে জানি অছি।। ৩৮ সেই কথা এই, ঈশ্বৰে নাচৰীয়া যীশু খ্ৰীষ্টক পবিত্ৰ অত্মিা আৰু মহিমাৰে অভিষেক কৰিলত, তেওঁ ঠায়ে ঠায়ে ফুৰি সজ কৰ্ম কৰি, ছয়তানৰ পৰা দুঃখ পোৱা সকলোকে ভাল কৰিলে; কিয়নো ঈশ্বৰ তেওঁৰ সহায় আছিল। ৩৯ আৰু য়িহুদা দেশ আৰু য়িছালমত তেওঁ ষি যি কৰ্ম কৰিছিল, সেই সকলো কৰ্ম সাক্ষী আমি আছে। মানুহবিলাকে কাঠত তুলি আৰি বধ কৰিলে? কিন্তু তিন দিনৰ দিনা ঈশ্বৰে তেওঁক তুলি প্ৰকাশ ৰূপে দেখুয়ালে ৪১ অটাই মানুহৰ অগিত নহয়, কিন্তু মৰণৰ পৰা উঠি পাছে তেৱে সৈতে ভোজন পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী যি আমি, আমাৰ অগিতহে দেখুয়ালে। ৪২ আৰু জীয়। মৰা দুইৰে৷ সোধ কৰিবলৈ ঈশ্বৰে যি জনক নিযোজন কৰিলে, তেৱেই সেই জন, এই কথা মানুহত কবলৈ অৰু প্ৰমাণ দিবলৈ তেওঁ আমাক আজ্ঞা কৰিলে। ৪৩ অৰুি তেওঁত যি মানুহে বিশ্বাস কৰে, সেই মানুহে তেওঁৰ নামেৰে পাপৰ পৰা মুক্তি পাব, এই কথাতে সকলো ভবিষ্যত বক্ত৷ তেওঁ- লৈ সাক্ষী হৈছে। ৪০ তেওঁক -