পৃষ্ঠা:New Testament in Assamese.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। ২৩৩ ৪৪ পিতৰে এই কথা কওঁতেই সকলো শুনাবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিল। ৪ ৫ তাতে পিতৰৰ লগত অহা চৰ্মছেদন হোৱা বিশ্বাসী মানুহবি- লাকে বিদেশী লোকৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মা- নিলে; ৪৬ কিয়নো সিবিলাকক অনেক দেশৰ ভাষাৰে কথা কৈ ঈশ্বৰক স্তুতি কৰিবৰ শুনিলে। ৪৭ তেতিয়া পিতৰে মাত লগাই কলে, আমাৰ নি- চিনাকৈ পবিত্ৰ অত্মাি পোৱা এইবিলাকক বুৰ দিয়াবলৈ কোনোবাই জলক নিষেধ কৰিব পাৰে নে? ৪৮ তীতে সিবিলাকক প্ৰতুৰ নামেৰে বুৰ দিওৱা হবলৈ তেওঁ অডিজ্ঞা দিলে। পাছে সিবিলাকে সৈতে কিছুমান দিন থাকিব- লৈ তেওঁক মিনতি কৰিলে। ১১ অধ্যায়। 1 বিদেশী লোকেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিছিলে, ইয়াকে য়িহুদা দেশত থকা পাচনি আৰু ভায়েকবিলাকে শুনিলে। ২ তাতে পিতৰে য়িছালমলৈ গলত চৰ্মছেদন হোৱা লোকবিলাকে তেওঁৰে সৈতে বিবাদ কৰি কলে, তুমি চৰ্মছেদন নোহোৱা মানুহৰ ঘৰলৈ গৈ সিহঁতে সৈতে একে লগে খোৱা বোৱা কৰিল। ৪ তেতিয়া পিতৰে আদিৰে পৰা সেই কথা বিশেষকৈ সিবিলাকৰ আগত কলে, ৫ বোলে, য়াফে। নগৰত প্ৰাৰ্থনা কৰি থাকে- তেই মূচ্ছিত হৈ এনে দৰ্শন দেখিলোঁ, চাৰি চুকত বন্ধ। বৰ কপিৰ নি- চিনা এটা পাত্ৰ স্বৰ্গৰ পৰা নামি মোৰ ওচৰলৈকে আহিল। ৬ তালৈ একে ঠৰে চাই বিবেচনা কৰি, তাতে ঘৰচীয়া পহু, বনৰীয়া পহু, বগাই ফুৰা জন্তু, আকাশৰ চৰাই, এই সকলোকে দেখিলে॥ ৭ তেতিয়া হে পিতৰ, উঠি মাৰি খোৱা, এই কথা কোৱা এটা শবদ শুনিলো। ৮ তাতে মই উত্তৰ কৰিলোঁ, হে প্ৰভু, এনে নহয়, কিয়নো কোনো বজিত বা অশুচি বস্তু মোৰ মুখত কেতিয়াও সোমোৱা নাই। ৯ কিন্তু মোত আকাশী বাণী আৰু বাৰ কলে, ঈশ্বৰে যিহকে শুচি কৰিলে, তাক বৰ্জিত নুবুলিব॥ ১০ তিনি বৰি এনে হলত, সেই সকলোকে আকও স্বগলৈ টানি নিয়া হল। ১১ তেতিয়া দেখা, কৈচৰীয়া নগৰৰ পৰা পঁচা তিনি জন মানুহে মই যি ঘৰত আছি- লো, সেই ঘৰতে মোৰ ওচৰ পালেগৈ। ১২ তাতে একো সংশয় নকৰাকৈ সিহঁতে সৈতে যাবলৈ আত্মাই মোক অজ্ঞা কৰিলে। পাছে ময়ে সৈতে এই ছয় জন ভাই গৈ, আমি সেই মানুহৰ ঘৰত সোমালত তেওঁ অমকি জনালে, ১৩ বোলে, এজন দূতে মোৰ ঘৰত দেখা দি থিয় হৈ মোক এই অজ্ঞা কৰিলে, য়াফো নগৰলৈ মানুহ পঠাই, পিতৰ নামেৰে প্ৰখ্যাত হোৱা চিমোন মতো; ১৪ তাতে তোমাৰ অৰু তোমাৰ ঘৰৰ সকলো এ যি- হেৰে পৰিত্ৰাণ পবি, এনে কথা তেওঁ তোমত কব। ১৫ পীছে মই কথা 9