পৃষ্ঠা:New Testament in Assamese.djvu/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ অধ্যায়। লে। ৰয়াৰ মাঝৰ ধৰ্মী এজনক মাতি আনি, ' এই সকলো কথা কৈ সিবিলা- কক য়াফোলৈ পঠালে। ৯ পাছ দিন। সিহঁতে গৈ নগৰ ওচৰ পাওঁতেই, পিতৰে দুপৰ মানত প্ৰাৰ্থনা কৰিবলৈ চালিৰ ওপৰত উঠি আছিল। ১০ এনেতে তেওঁৰ ভোক লাগিলত খাবলৈ ইচ্ছা কৰিলে; কিন্তু মানুহে ভতি যুগুত কৰোতে তেওঁ মূচ্ছিত হৈ পৰিল। ১১ তীতে স্বৰ্গৰ দুৱাৰ মুকলি হৈ, বৰ কপিৰৰ নিচি- না চাৰি চুকত জোৰা এখন পাত্ৰ তেওঁলৈ নামি পৃথিবীত পৰি দেখি- ১২ তাৰ মাঝতে পৃথিবীৰ সকলো বিধ ঘৰচীয়া পহু, বনৰীয়া পহু, বগাই ফুৰা জন্তু, আৰু আকাশৰ চৰাই অছিল। পাছে হে পিতৰ, উঠি মাৰি খোৱা, তেওঁলৈ এনে আকাশী বাণী হল। ১৪ তাতে পিতৰে উত্তৰ কৰিলে, হে প্ৰভু, এনে নহয়, কিয়নো মই একে বৰ্জিত বা অশুচি বস্তু কেতিয়াও খোৱা নাই | ১৫ তীতে পুনৰবাৰ তেওঁত আকাশী বাণী কলে, ঈশ্বৰে যিহকে শুচি কৰিলে, তাক বৰ্জিত নুবুলিব॥ ১৬ এই ৰূপে তিনি বাৰ হলত সেই পাত্ৰ আকও স্বৰ্গলৈ তুলি নিয়া হল। ১৭ যি দৰ্শন পালে তাৰ কি অৰ্থ, ইয়াকে পিতৰে মনত সংশয় কৰি থাকোতেই দেখা, কৰ্ণিলীয়ই পঁচা মানুহবিলাকে সুধি সুধি চিমোনৰ ঘৰ পাই, ১৮ দুৱাৰ মুখত থিয় হৈ মাত লগাই সুধিলে, যাৰ প্ৰখ্যাত নাম পি- তৰ, সেই চিমোন ইয়াত আছে নে? ১৯ আৰু পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই অত্মিাই তেওঁত কলে, দেখা, তিনি জন মানুহে তোমাক বিচাৰিছেহি; ২৩ তুমি উঠি নামি, একো সংশয় নকৰি সিবিলাকে সৈতে যোৰা, কিয়নো মইহে সিবিলাকক পাঁচিলে। ২১ তেতিয়া পিতৰে নামি সেই মানুহবিলাকত কলে, তোমোলাকে যাক বিচাৰিছ, সেয়ে মই, দেখা; তোমোলকি কি নিমিত্তে অহিলা? ২২ তাতে সিবিলাকে কলে, কৰ্ণিলীয় নামে ধৰ্মবন্ত আৰু ঈশ্বৰক ভয় কৰোতা, আৰু য়িহুদা দেশৰ সকলো মানু- হৰ আগত যশস্য। পোৱা, এনে এজন সাইকিয়াই তোমাক আপোন ঘৰলৈ মাতি অনি, তোমাৰ পৰা কথা শুনিবলৈ ধৰ্ম দূতৰ মুখে আদেশ পালে। ২৩ তেতিয়া পিতৰে সিবিলাকক ভিতৰলৈ মাতি নি, আলহি ৰূপে ৰাখি- লে। পাছ দিনা তেওঁ সিবিলাকে সৈতে যোৱাত য়াফেতি থকা ভায়েক গোটা- চাৰেকো তেওঁৰ লগত গল। ২৪ তাৰ পাছ দিন। সিবিলাকে কৈচৰীয়াত সোমবৰ বেলিত কণিলীয়ই আপোনাৰ গ্যাতি ইষ্ট মিতিৰক মাতি আনি একে ঠাই কৰি, সিবিলাক লৈ বাট চাই আছিলে। ২৫ পাছে পিতৰে ঘৰ সোমাবলৈ ধৰাত কৰ্ণিলীয়ই তেৱে সৈতে দেখা দেখি হৈ তেওঁৰ চৰণত পৰি সেৱা কৰিলে। তিয়া পিতৰে তেওঁক তুলি কলে, উঠা, ময়ো মানুহহে। ২৭ পাছে তবে সৈতে কথা হৈ ঘৰত সোমাই গৈ, বহু মানুহক দেখি সিবিলাকত কলে,