পচিনিৰ কৰম।
1 কৰ ওচৰলৈকো গলত, ৩৩ সেই ঠাইতে জঠৰ ৰেগি হৈ আঠ বছৰ শয্যাত পৰি থকা ঐনেয়া নামেৰে এটা মানুহক দেখিলে। ৩৪ পিতৰে তাত কলে, হে ঐনেয়া, যীশু খ্ৰীষ্টে তোমাক ভাল কৰিছে; তুমি উঠি আপোনাৰ শয্য। অঁতোৱা; এনে বোলাত তেতিয়াই সি উঠিল। ৩৫ পাছে লোদ আৰু হা- ৰোণত থকা সকলে প্ৰভুল পলিটিল। ৩৬ ৰাফো নগৰত থকা আপুনি কৰা দান অদি সজ কমত নিপুন, এনে যি টাবিথা নামেৰে শিষ্য এজনী, যাক ভাষাত দক। (অৰ্থাৎ হৰিণী) বুলি মাতে, ৩৭ সেই কালত তাই নৰিয়া পৰি মৰিলত, লোকে ধুয়াই ওপৰ খোটালিত শুয়াই থলে। ৩৮ ৰাফোৰ ওচৰত যি লোদ নগৰ, তাতে পিতৰ আছে বুলি শুনি, শিষ্যবিলাকে দুটা মানুহ পঠাই, তেওঁ পলম নকদি অহিবলৈ মিনতি কৰিলে। ৩৯ তেতিয়া পিতৰে উঠি সিবিলাকৰ লগত গৈ ঘৰ পালত, তেওঁক সেই ওপৰ খোটালিলৈ নিলে। তাতে অটাই ৰীবিলকে তেওঁৰ ওচৰত থিয় হৈ, সিবিলাকৰ লগত থাকোতেই দৰ্কাই কৰা ছোলা ৰিহা কপিৰ দেখুয়াই কান্দি কান্দি থাকিল। কিন্তু পি- তৰে সিবিলাক আটাইকে বাহিৰ কৰি আঁঠি পাৰি প্ৰাৰ্থনা কৰিলে। পাছে মৰা শৰ ফাললৈ ঘূৰি চাই কলে, হে টাবিথা, উঠা। তেতিয়া তাই চকু মেলি পিক দেখি বহিল; ৩১ তাতে তেওঁ তাইৰ হাতত ধৰি তুলিলে। পাছে পবিত্ৰ লোক আৰু বঁাৰীবোৰক মাতি, সিবিলাকৰ অগিতে জীয়া হোৱা তাইক দিলে। ৪২ এই কথা য়াফেৰি সকলো খানিত জন হলত, অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে। ৪৩ তাৰ পছে পিতৰ য়াফো নগ- বত চিমোন নামেৰে এক মুচিয়াৰ ঘৰত ভালে দিন থাকিল। 8 ১০ অধ্যায়। কৈচৰীয়া নগৰত ইতালিয়া নামে বণুয়া হুজৰ কৰ্ণিলীয় নামেৰে এজন সই- কিয়া আছিল। ২ তেওঁ ধৰ্মৱন্ত হৈ আপোনাৰ ঘৰৰ সকলোএ সৈতে ঈশ্ব- ৰলৈ ভয় কৰিলে, অৰুি মানুহবিলাকক ভালেমান দান দি ঈশ্বৰৰ আগত সদীয় প্ৰাৰ্থনা কৰি থাকিল। ৩ এদিন তিনি পৰীয়া মান বেলিত তেওঁ নিশ্চয় ৰূপে দৰ্শনত এনে দেখিলে, ঈশ্বৰৰ দূত এজন তেওঁৰ ওচৰলৈ আহি কলে, হে কৰ্ণিলীয়। ৪ তাতে তেওঁক দেখি ভয় হৈ বুলিলে, হে প্ৰভু কি তেতিয়া দূতে তেওঁত কলে, তোমাৰ প্ৰাৰ্থনা অৰু দান ঈশ্বৰে সুয়ৰিবৰ নি- মিত্তে তেওঁৰ অগলৈ উঠি আছে। ৫ এতিয়া য়াফো নগৰলৈ মানুহ পঠাই, ৬ সাগৰৰ তীৰত চিমোন নামেৰে এক মুচিয়াৰৰ ঘৰত আলিহি হৈ থকা চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মতোৱা। ৭ কন্দ্ৰিীয় কথা কোৰ দূত গলত, তেওঁ আপোনাৰ ঘৰৰ দুটা বন্দী আৰু তেওঁৰ অলি ধৰা