পৃষ্ঠা:New Testament in Assamese.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম। বিশ্বাস কৰিছা, তেন্তে বাধা নাই। তাতে তেও সমিধান দি কলে, যীশু খ্ৰীষ্ট যে ঈশ্বৰৰ পুত্ৰ, ইয়কি মই বিশ্বাস কৰিছোঁ।] ৩৮ তেতিয়া তেওঁ ৰথ ৰাখিবলৈ অজ্ঞা কৰিলত, ফিলিপ আৰু নপুংসক দুয়ো পানীত নামি, ফিলিপে তেওঁক বুৰ দিয়ালে। ৩১ পাছে পানীৰ মাঝৰ পৰা উঠিলত, ঈশ্বৰৰ আত্মাই ফিলিপক কাহি লৈ গল; তাতে নপুংসকে তেওঁক আৰু দেখিবলৈ নেপালে, তথাপি অনিন্দ মনেৰে আপোনাৰ হাটে দি গল কিন্তু ফিলিপ অচিদোদ নগৰত ওলাই, তাৰ পৰা সকলে। নগৰে দি গৈ, শুভ বাত্ৰা কৈ কৈ ফুৰি কৈছৰীয়া পালেগৈ। -- ৯ অধ্যায়। ৩ 8 সেই কাললৈকে চৌলে প্ৰভুৰ শিষ্যবিলাকৰ অহিতে দ্ৰোহ আৰু বধৰ কথা ফেঁপাই বৰ পোৰোহিতৰ অগিলৈ গৈ, ২ সেই পথৰ যি কোনো মুনিহ তিৰোতাক পাই সিবিলাকক যেন ধৰি বান্ধি য়িছালমলৈ অলে, এই অশিয়েৰে দামেচক নগৰৰ নাম ঘৰলৈ পত্ৰ খুজিলে। পৗছে গৈ দামে- চক নগৰৰ ওচৰ পোৱাতে অকস্মিতে আকাশৰ পৰা পহৰ ওলাই, তেওঁৰ চাৰিও ফালে প্ৰকাশ কৰিলতু তেওঁ মাটীত পৰিল। হে চৌল, হে চৌল, মোক কিয় তাৰণা কৰিছা? আপোনালৈ কোৱা এনে আকাশী বাণী শুনি তেওঁ সুধিলে, ৫ হে প্ৰভু, আপুনি কোন? তেতিয়া ৫ ভুএ কলে, যি যীশুক তুমি তাৰণা কৰি আছি, তেওঁএই মই। কিন্তু উঠা, নগৰলৈ যোৱা; তেতিয়া তুমি যিহকে কৰিব লাগিব, তাকে তোমত কোৱা যাব। ৭ তেওঁৰ লগত যোৱা মানুহবোৰে কাকো নেদেখি, শবদ মাথোন শুনি ঠৰ হৈ থা- কিল। ৮ পাছে চৌলে মাটীৰ পৰা উঠি চকু মেলি কাকো নেদেখিলে। তাতে লোকে তেওঁৰ হাতত ধৰি দামেচকলৈ আনিলত, ৯ তেওঁ তিন দিন- লৈকে নেদেখা হৈ, নোখোৱা নোবোৱাকৈ থাকিল। সেই কালত দামেচকত থকা হনানিয়া নামেৰে এজন শিষ্যক প্ৰভু দৰ্শন দি কলে, হে হমানিয়া। তেওঁ বুলিলে, হে প্ৰভু, দেখা, মই আছে॥ ১১ তেতিয়া প্ৰভুএ তেওঁত কলে, তুমি উঠি পেন নামেৰে বেলিটো অ- লিএ গৈ য়িহুদাৰ ঘৰত তাৰ্চ নগৰৰ চেলি নামে এজনৰ বাওঁ। সোধাগৈ; দেখা, সি প্ৰাৰ্থনা কৰি আছে, ১২ আৰু হননিয়া নামেৰে এজন তাৰ ওচ- ৰলৈ আহি দৃষ্টি পবি নিমিত্তে তাৰ গাত হাত দিয়া, এনে দশ তাতে হানিয়াই উত্তৰ কৰিলে, হে প্ৰভু, সেই মানুহে য়িছালমত তো- মাৰ পবিত্ৰ লোকক যিমান হিংসা কৰিলে, ১৪ আৰু এখেতো তোমাৰ নামত প্ৰাৰ্থনা কৰা সকলোকে বান্ধিৰ নিমিত্তে সি প্ৰধান পোৰোহিত- বিলাকৰ পৰা শক্তি পালে, এই কথা মই অনেকৰ মুখৰ পৰা শুনিলে॥ so দৰ্শন পালে।