পৃষ্ঠা:New Testament in Assamese.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। ৰূপ আনি দি কলে, ১১ মই যাৰ গাতে হাত দিও, সেয়ে যেন পবিত্ৰ আত্মা পাই, এই মাহাত্ম৷ মোক দিয়া। ২০ কিন্তু পিতৰে তাতে উত্তৰ কৰি লে, তোমাৰ লগতে তোমাৰ ৰূপ নষ্ট হওক কিয়নো ৰূপেৰে ঈশ্বৰৰ দান কিনিব পাৰে বুলি ভাবিলা। ২১ এই বিষয়ৰ তুমি ভাগ অংশী নোহোৱা, কিয়নো ঈশ্বৰৰ আগত তোমাৰ চিত্ত শুদ্ধ নহয়। ২২ এই হেতুকে তোমাৰ এই পাপৰ কাৰণে খেদ কৰি, কোনো মতে ঈশ্বৰে তোমাৰ মনৰ কুভাবনা মেই কি কি, এই নিমিত্তে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। ২৩ কিয়নো তুমি তিতা পিত্তত অৰুি পপিৰ জৰীৰ বন্ধনত অছা, তাক মই বুঝিছো। ২৪ তেতিয়া চিমোনে সমিধান দি কলে, তোমোলাকে বোল। এই কোনো কথা মোত যেন ঘটে, ইয়াকে তোমোলাকে মোৰ নিমিত্তে প্ৰভুৰ আগত প্ৰাৰ্থনা কৰা। ২৫ এই ৰূপে সিবিলাকে প্ৰমাণ দি প্ৰভুৰ কথা কীৰ্ত্তণ কৰি, চোমিৰোণিবিলাকৰ অনেক গাৱত শুভবাত্ৰা কৈ কৈ য়িছালমলৈ উভতি গল। ২৬ পাছে ঈশ্বৰৰ দুতে ফিলিপত কলে, তুমি উঠি দক্ষিণ ফাললৈ য়ি - ছালমৰ পৰা হবিএ দি যি ৰাটে গাজা নগৰলৈ যাই, সেই বাটে যোৱ॥ ২। তাতে তেওঁ উঠি গলত দেখা, কুচ দেশৰ কান্দীকি নামেৰে কুয়ৰীৰ সকলো বস্তুৰ ভঁৰালি, এনে কুচ দেশৰ বৰ বিষয়া যি এজন নপুংসক, তেও ভজনৰ নিমিত্তে য়িৰুছলিমলৈ আহি, ২৮ পাছে উভতি গৈ ৰথতে বহি, য়িছয়া ভবিষ্যত বক্তাৰ পুৰ্থী পহিছিলে। ২৯ এনে সময়তে অত্মাই ফিলিপত কলে, তুমি এই ৰথৰ কোষলৈ গৈ, তাৰে সৈতে মিল হোৱা। ও তাতে ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ য়িছয়া ভবিষ্যত বক্তাৰ পুখী প। শুনি তেওঁত সুধিলে, তুমি যি পহিছা, তাৰ অৰ্থ পাইছা নে? ৩১ তেওঁ বুলিলে, কোনো এজনে মোক বুঝাই নিদিলে, মই কেনেকৈ অৰ্থ পাম। তাতে ফিলিপ ৰথত উঠি তেৱে সৈতে বহিবলৈ তেওঁ নিবেদন কৰি কলে। ও শাস্ত্ৰৰ যি ঠাইত পহিছিলে, তাতে এই কথা লিখা আছে, মাৰিবলৈ অন মেৰৰ নিচিনাকৈ তেওঁক অনিলে, আৰু নোম কটাটৰ অগিত মেৰ পোৱালি যেনেকৈ নিজম দি থাকে, তেনেকৈ তেওঁ নিমৰ দি থাকিল। ৪৩ তেওঁৰ দুঃখৰ কালত তেওঁৰ সোধ কাহিঁ নিলে, আৰু তেওঁৰ বংশাৱলিৰ কথা কোনে কব? কিয়নো পৃথিবীৰ পৰা তেওঁৰ প্ৰাণ গুছয়া হল। ৩৪ এই কথা পহি নপুংসকে ফিলিপ সুধিলে, মিনতি কৰিছোঁ, ভবিষ্যত বক্তাই এই যি কথা কৈছিলে, আপোনাৰ অৰ্থে কৈছে নে, লোকৰ অৰ্থে কৈছে?। ৩৫ তাতে ফিলিপে মাত লগাই সেই শক্তিকে আদি কৰি তেওঁৰ অগিত যীশুৰ কথা কীত্তন কৰিলে। ও এই ৰূপে বাটত যাওতে যাওতে এডোখৰ পানীৰ ওচৰ পাই নপুংসকে কলে, দেখা, ইয়াতে পানী আছে; মেকি বুৰ দিয়াবলৈ কি বাধা? ৩৭ [ফিলিপে বুলিলে, যদি সকলো মনেৰে