পৃষ্ঠা:New Testament in Assamese.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাখি। ১৭ . . পাচে তেঁও আপোনাৰ বাৰে জন সিস্যক মাতি অনি অসুচি ভুতক খেদা- বলৈ আৰু সকলো বিধ ৰোগ আৰু বিয়াপাৰ ভাল কৰিবলৈ সিবিলাকক সক্তি দিলে। ২ সেই বাৰে জন পাচনিৰ এই এই নাম; প্ৰথমে চিমোন জাক পিতৰে বোলে, আৰু তাৰ ভায়েক আন্দ্ৰিয়া; জবিদিৰ পুতেক মাকেবি আৰু তাৰ ভায়েক য়োহান; ৩ ফিলিপ আৰু বাংলমই; থেমি। আৰু কৰ তোলা মাথি; হলফইৰ পুতেক য়াকোব, আৰু লেই জাৰ উপনাম থাই; ৮ কিনানিয়া চিমোন, আৰু তেঁওক লোকৰ হাতত সোধাই দিয়া ই- ৰিওতিয়া য়িহুদা। ৫ সেই বাৰে জনক য়িচুএ পঠাই দি এই অগ্যিা কৰিলে, বোলে, বিদেসি লোকৰ কোনো বাটে নেজাব, চোমিৰোনিৰ কোনো নগৰত নোসোমবা; ৬ কিন্তু তাতকৈও ইস্ৰায়েলৰ বঙ্গহৰ হেৰোঅ মেৰৰ ঠাইলৈ জোআ। ৭ আৰু জঁওতে কিৰ্তন কৰি কৰা, ই স্বৰৰ ৰাজ্য ওচৰ পাইছেহি। ৮ নৰিয়াক স্বস্থ কৰা, মৰাক তোলা, কুঠিয়াক সুচি কৰা, ভুত খেদোআ; বিনামোলে তোমোলাকে পালা, বিনামোলেই দান কৰা। ৯ তোমোলাকে আপোনাৰ টঙ্গালিত সেনি, বা ৰুপ, বা পিতল; ১০ আৰু জাত্ৰীৰ নিমিতে জোলোঙ্গা, নাইবা দুখন চোলা, পইজৰি, লাখুটি, এইবিলাক জুগুত নকৰিবা; কিয়নো বনুআই আপোনাৰ জিবিকা পাৰৰ জেগ্যি হই। ১১ তোমোলাকে কোনো নগৰত বা গাঁৱত সোমালে, তাত কোন মানুহ জেগ্যি, ইয়াকে সুধি, সেই ঠাইৰ পৰা নোজোকা মানে তাৰ ঘৰতে থাকি, ১২ আৰু তোমোলীকে জেতিয়া ঘৰত সোমোআ, তেতিয়া তাক অ- সিবাদ কৰা। ১৩ সেই ঘৰ জদি জেগ্যি হই, তেন্তে তোমোলাকৰ কুসল তাৰ ওপৰত থাকোক; জদি জোগ্য নহই, তেন্তে সেই কুসল তোমোলাকৰ ওপৰলৈ আহোক। ১৪ আৰু জি কোনো তোমোলাকক আলহি নোসো- ধে, আৰু তোমোলাকৰ কথাও ন সুনে, সেই ঘৰৰ বা নগৰ পৰা জোআ কালত আপোনাৰ ভৰিব ধলিও জোকাৰি পেলাব। ১৫ মই তোমোলকিত স্বৰুপকৈ কৈচে, সোৰৰ দিন। সেই নগৰৰ দসাতকৈ চিদোম আৰু অমো. ৰাৰ দস সহিবলৈ লঘু হব। ১৬ দেখা, ৰঙ্গি কুকুৰৰ মাজত মেৰ চগি। জেনে, সেই ৰুপে তোমোলকিক মই পঠাইৰ্চো; এই হেতুকে তোমেলিকি সাপৰ দৰে টেঙ্গৰ আৰু কুপৌৰ নিচিনা হোজা হো অ। ১৭ কিন্তু মানুহলৈ সাৱধান হোআ; কিয়নো সিবিলাকে মেলত তোমোলাকক সোধাই দিব, আৰু অপোনাৰ নাম ঘৰবোৰত কোবাব। ১৮ অধিকাৰ আৰু বজাবিলাকৰ অগিত সিবিলাকলৈ আৰু বিদেসি লোকলৈ সাখি হবৰ নি- মিতে মোৰ কাৰনে তোমোলাকক নিয়া হব। ১৯ কিন্তু তোমোলাকক সো- ধাই দিলে কি ৰুপে বা কি কথাৰে উতৰ দিবা, তালৈ একো চিন্তা নক