পৃষ্ঠা:New Testament in Assamese.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২৪ পচিনিৰ কৰম। দুটাৰ দন্দ লাগিলত, তেওঁ ওচৰলৈ গৈ, সিবিলাকক মিলাবলৈ মন কৰি কলে, হে মানুহবিলাক, তোমোলাক ভাই ককাই হৈ, ইটে সিটে কিয় অন্যাই ক? ২৭ তাতে যিটোএ অপোনাৰ চুবুৰিয়াক আনাই কৰিছিল, সি তেওঁক আঁতৰ কৰি কলে, অমৰি ওপৰত অধিকাৰ আৰু সোধাৰু তোমাক কোনে পাতিলে? ২৮ কালি যেনেকৈ মিচৰীয়টিক মাৰিলা, তে- নেকৈ মোকো মাৰিব নে? ২৯ তেতিয়া মোড়াই এই কথা শুনি পলাই গৈ, মিদিয়ান দেশত অলিহি হৈ থাকিল; সেই ঠাইতে তেওঁ দুই পুতেকক জন্মালে। পাছে দুকুৰি বছৰ গলত চিনই পৰ্বতৰ ওচৰৰ হাবিত ডলি থকা এটা ঝোপৰি জুইৰ মাঝত থাকি ঈশ্বৰৰ দুতে তেওঁক দেখা দিলে। ৩১ মৌচাই দেখি সেই দৰ্শনত বিস্ময় মনি, চাবৰ নিমিত্তে ওচৰলৈ গল। ৩২ সেই সময়ত, মই তোমাৰ পিতৃবিলাকৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচকি ঈশ্বৰ, য়াকোবৰ ঈশ্বৰ, তেওঁলৈ প্ৰভুৰ এনে আকাশী বাণী হলত মোচাই কপিব ধৰি আৰু চাবলৈ সাহ নহল। ৩৩ পাছে প্ৰভূএ তেওঁত কলে, তোমাৰ ভৰিৰ পৰা পইজৰি গুছুয়া, কিয়নো যি ঠাইত তুমি থিয় হৈ আছি, সেয়ে পবিত্ৰ ভূমি। ৩৪ মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুঃখ মই নিশ্চয়কৈ দেখিলোঁ, আৰু সিহঁতৰ খেদ কথা শুনি সিহঁতক উদ্ধাৰ কৰিবলৈ নামি আহিলো। এতিয়া আঁহা, মিচৰ দেশলৈ তোমাক পঠাওঁ। ৩৫ সিবি- লাকে অৱহেলা কৰি, তোমাক অধিকাৰ আৰু সোধাৰু কোনে পাতিলে, যি মোচাৰ অগিত এই কথা কৈছিলে, তেওঁকে ঈশ্বৰে ঝোপাৰ মাঝৰ পৰা দেখা দিয়া দূতৰ হতুয়াই অধিকাৰ অৰুি উদ্ধাৰ কৰোঁতা পাতি পঠা- ৩৬ তীতে মিচৰ দেশ, চুফ সাগৰ, অৰু অৰণ্যৰ মাঝত দুকুৰি বছৰ- লৈকে অদ্ভুত কম অৰুি চিন দেখাই, সিবিলাকক বাহিৰলৈ আনিলে। ৩৭ আৰু প্ৰভু পৰ্ম ঈশ্বৰে তোমোলাকৰ ভাইবিলাকৰ মাঝাতে মোৰ নিচি- না এজন ভবিষ্যত বক্তা তোমোলাকলৈ জন্মাব, তেওঁৰ কথাকে তোমোলাকে মানিবা, যি জনে ইসএ সন্তানবিলাকত এই কথা কৈছিল, সেয়ে এই মোচাই। ৩৮ যি জনে অৰণ্যৰ ভিতৰে মওলীৰ মাঝত থাকি চিনই পৰ্ব্ব- তত আপোনালৈ কথা কোৱা দূতৰ অৰুি আমাৰ ওপৰ পিতৃবিলাকৰ লগত আছিল, আৰু আমাক দিবৰ নিমিত্তে জীৱন দিওঁতা ঈশ্বৰৰ বাক্য পাইছিলে, তেৱে ই এই। ৩৯ তেওঁক আমাৰ ওপৰ পিতৃবিলাকে মান নকৰি, আপোনাৰ ওচৰৰ পৰা আঁতৰাই, মিচৰ দেশলৈ উভতি যাবলৈ মনত ইচ্ছা কৰি হীৰোণত কলে, ৪ : অমৰি অগিত যাবৰ নিমিত্তে অমাক দেৱতা- বোৰ সাজি দিয়া; কিয়নো এই যি মোচাই অমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে, তেওঁৰ কি হল, তাক অমি নেজানো। ৪১ তেতিয়া সিবিলাকে এটা দামুৰিৰ মূৰ্ত্তি সাজি, সেই মূৰ্ত্তিৰ অগিত পূজা বলি দি, আপোনাৰ হাতেৰে কৰা বস্তুতে ৰঙ্গ কৰিব ধৰিলে। ৪২ তাতে ঈশ্বৰে। 9