পৃষ্ঠা:New Testament in Assamese.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ অধ্যায়। 9 লে। গল। সেই দেশৰ মানুহক মই দণ্ড কমি, তাৰ পাছে সিবিলাক বাঝলৈ আহি এই ঠাইতে মোক সেৱা কৰিব। ৮ পাছে ঈশ্বৰে তেওঁক চৰ্মছেদনৰ নিয়ম দিলে। এই কাৰণে তেওঁ ইচাকক ওপজালত, আঠ দিনৰ দিন। তাৰ চৰ্ম- ছেদন কৰিলে। সেই ইচাকে যাকোবক জন্মালে, আৰু য়াকোবে আমাৰ উপৰি পুৰুষ বাৰে জনক জন্মালে। ৯ পাছে সেই উপৰি পুৰুষবিলাকে অসূয়া মনেৰে মিচৰ দেশলৈ য়োচেফক বেচিলে, কিন্তু ঈশ্বৰে তেওঁৰ সহায় হৈ, ১০ সকলো দুঃখৰ পৰা উদ্ধাৰ কৰি তেওঁক বুদ্ধি দি, মিচৰ দেশৰ ৰজা ফাৰেীৰ অনুগ্ৰহ পোৱা কৰিলে। তাতে ৰজাই তেওঁক মিচৰ অৰু অপেনিৰি সকলো ঘৰৰ অধিকাৰ পাতিলে। ১১ তেতিয়া গোটেই মিচৰ আৰু কিনান দেশত একাল আৰু বৰ দুঃখ হোৱাত, অমাৰ ওপৰ পিতৃ- বিলাকে জীবিকা নেপালে। ১২ কিন্তু মিচৰ দেশত ধান চাউল আছে বুলি, য়াকোবে বাত্তি পাই, প্ৰথমতে আমাৰ পিতৃবিলাকক তালৈকে পঠা- ১৩ পছৰ বাৰ যোৱাত য়োচেফ আপোনাৰ ভাই ককাইবিলাকে সৈতে চিনাকি হল, আৰু যোচেফৰ পৰীয়ালক ফাৰেীৰ অগিত চিনোৱা ১৪ পাছে য়োচেফে পঠাই আপোনাৰ পিতৃ য়াকোবক আৰু তিনি কুৰি পোন্ধেৰে জন পৰীয়াল সকলোকে তেওঁৰ ওচৰলৈ মাতিলে। তাতে য়াকোবে মিচৰ দেশলৈ গৈ, আপুনি আৰু আমাৰ পিতৃবিলাক সেই ঠাইতে মলি। পাছে সিবিলাকক চিখেমলৈ নিয়া হলত, যি মৈদাম আব্ৰা- হমে ধন দি (কিনিলে, আৰু যি মাটা) চিখেমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা কিণা হৈছিল, তাৰ মাঝত সিবিলাকক শুয়াই থলে। পাছে অব্ৰিা- হামৰ আগত ঈশ্বৰে শপত কৰি যি অঙ্গীকাৰ কৰিছিল, সেই অঙ্গীকাৰ পৃৰ হবৰ কলি ওচৰ হলত, ইএল মানুহবিলাক মিচৰ দেশত বাহি বাহি বিস্তৰ হল। ১৮ শেষে য়োচেফক নিচিনা এজন ৰজা ওলাই, আমাৰ জ্ঞাতি- বোৰক কুমন্ত্ৰণা কৰিলে, আৰু আমাৰ ওপৰ পিতৃবিলাকক অপো- নাৰ নকৈ ওপজা লৰা নিজীবলৈ বাহিৰত পেলাই যেন থয়, এই নিমিত্তে সিবিলাকক অতি দুঃখ দিলে। ২০ সেই কালত মোচা উপজি অতি সুন্দৰ হৈ, আপোনাৰ বাপেকৰ ঘৰত তিনি মাহলৈকে প্ৰতিপলি কৰা হৈছিল। ২১ পাছে বাহিৰলৈ পেলাই থলত, ফাৰৌৰ জিএকে তেওঁক তুলি লৈ তোলনিয়া পো বুলি প্ৰতিপাল কৰিলে। ২২ তাতে মোচা মিচৰীয়াবিলকিব সকলো বিদ্যাত পাগত হৈ কথাতো কৰ্মতো নিপুন হল। ২৩ পাছে দুকুৰি বছৰ পূৰ হলত, আপোন ভাই ইসএল সন্ততিবিলাকক চাবলৈ মন কৰিলে। ২৪ তাতে সিবিলাকৰ এটাক অন্যাইকৈ দুঃখ দিয়া দেখি, দুঃখ পোৱাটৰ ফলীয়া হৈ তাৰ উপকাৰ কৰি মিচৰীয়টিক মাৰিলে। ২৫ তেওঁৰ হতুয়াই ঈশ্বৰে সিবিলাকক উদ্ধাৰ কৰিব, তেওৰ ভাইবিলাকে ইয়াকে বুঝিব বুলি ভাবিলে, কিন্তু সিবিলাকে নুবুঝিলে। ২৬ তাৰ পাছ দিন। সিবিলাকৰ ১৭