৭ অধ্যায়। ৬ ৪ ৭ ৪ ৯ সিবিলাকলৈ বিমুখ হৈ, অকিশিত থকা গুহ তৰবিলাকক পূজা কৰিবলৈ সিবিলাকক এৰি দিলে; সেই কথাৰ অৰ্থে ভবিষ্যত বক্তাৰ পুথিত এনে- কৈ লিখা আছে, হেৰ৷ ইএল বঙ্গহৰ মানুহ, তোমোলাকে দুকুৰি বছ- ৰলৈকে অৰণ্যত থাকি, যিবোৰ বলি হোম কৰিলা, সেইবোৰ মোক দিছি- লা নে? ৪৩ মোলোকৰ কপিৰ ঘৰ আৰু তামোলাকৰ দেৱতা বেমফনিৰ তৰা, এইবোৰ মূৰ্ত্তি কহে তুলি নি পূজা কৰিলকি; এই হেতুকে মই তোমোলাকক বাবেলৰ ফাললৈ লৈ যাম। ৪৪ আৰু যি আহি দেখিলা, সেই ৰূপে তাম্ব, ঘৰ সজা, যি সাক্ষী হোৱা তন্বি ৰ অৰ্থে ঈশ্বৰে এই কথা মে- চাত কৈছিলে, সেই ঘৰ আমাৰ ওপৰ পিতৃবিলাকৰ লগত অৰণ্যত অ- ছিল। ৪৫ পাছে সিবিলাকৰ বঙ্গহত ওপজা আমাৰ উপৰি পুষবিলাকে য়িহোশয়াই সৈতে তাক লৈ গৈ, যিবোৰক দাৱিদৰ দিনলৈকে অমাৰ পিতৃবিলাকৰ আগৰ পৰা ঈশ্বৰে খেদাইছিলে, সেই বিদেশী লোকৰ থকা ঠাইলৈ আনিলে। ৪৬ পাছে দাৱিদে প্ৰভূৰ অনুগ্ৰহ পাই, কো- বৰ ঈশ্বৰ থাকিবৰ নিমিত্তে ঠাই পাবলৈ ইচ্ছা কৰিলে; আৰু চিলো- মোনে তেওঁলৈ এটা ঘৰ সাজিলে। ৪৮ কিন্তু সৰ্ব্বোপৰি যি জন, তেওঁ হাতেৰে সজা মন্দিৰত থাকে, এনে নহয়; ইয়াৰ অৰ্থে ভবিষ্যত বক্তাই বোলে, প্ৰভুএ কৈছে, স্বৰ্গ মোৰ সিংহাসন, অৰু পথিবী মোৰ ভৰিৰ পিৰা; মোলৈ কি ঘৰ সাজিব, মোৰ জিৰোৱা ঠায়েই বা কত? ৫০ এই সকলোবোৰ মোৰ হাতে কৰা নহয় নে? হে আজ্ঞা নমনীবিলাক, চিত্তেৰে কাণেৰে চৰ্মছেদন নোহোৱা লোক, তোমোলাকে সদায় পবিত্ৰ আত্মাৰ বিৰেন্ধ কা; তোমোলাকৰ উপৰি পুৰুষবিলাক যেনে, তোমোলাকো তেনে। ৫২ তোমোলাকৰ উপৰি পুৰুষে ভবিষ্যত বক্তবিলাকৰ কাক নন। তাৰণা নকৰি আছিল? যিবিলাকে ধৰ্মৱন্ত জন আহিবৰ কথ1 অগৈ কৈছিলে, সিবিলাকক মাৰিলে। সেই ধৰ্মৱন্ত জনকো তোমোলাকে এতিয়া লোকৰ হাতত দি বধ কৰিলা। ৫৩ আৰু স্বৰ দূতবিলাকৰ দ্বাৰাই বিধান পালতো, তাক তোমোলাকে পালন নকৰিলা। ৫৪ এই কথা শুনি সিহঁতে হৃদয়ত খেদ পাই তেওঁলৈ দত কৰচিলে। ৫৫ কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পূৰ হৈ, স্বৰ্গৰ ফলিলৈ একে ঠৰে চাই, ঈশ্বৰৰ জৌতিকে আৰু ঈশ্বৰৰ সে। ফালে থিয় হৈ থকা যীশুকে দেখি কলে, ৫৬ দেখা, স্বৰ্গৰ দুৱাৰ মুকলি হোৱা, আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁ ফলে থিয় হৈ থকা দেখিছো। ৫৭ তেতিয়া সিহঁতে বৰকৈ এটাহ পাৰি কাণত সোপা দি, সকলোএ একে চিত্তে বেগাই গৈ তেওঁৰ ওপৰত পৰি ধৰিলে। ৫৮ পাছে নগৰৰ বাহিৰলৈ উলিয়াই তেওক শিল পেলাই মাৰিলে। সাক্ষী বোৰে ঢৌল নামেৰে এটা ডেকা মানুহৰ ভৰিৰ কোষত আপোনাৰ কপিৰ থলে। আৰু স্তিফনিক শিল পেলাই মাৰোতে তেওঁ প্ৰাৰ্থনা কৰি কলে , - ৫ ১
পৃষ্ঠা:New Testament in Assamese.djvu/২৩০
অৱয়ব