222 পাচনিৰ কৰম। কলা, ৬ এই সাত জনক মনোনীত কৰি পাচনিবিলাকৰ অগিলৈ আনি- লত, প্ৰাৰ্থনা কৰি সিবিলাকৰ ওপৰত হাত দিলে। ৭ পাছে ঈশ্বৰৰ কথা। ব্যাপী গল, আৰু য়িৰুছলমত শিষ্যবিলাকৰ লেখ বৰকৈ বাহিল। পোৰে। হিতবিলাকৰ মাঝতো অনেক লোকে খীষ্টৰ ধৰ্মত শৰণ ললে। ৮ স্তিফান অনুগ্ৰহ অৰুি মহিমাৰে পূৰ হৈ, মানুহৰ মঝিত বৰ অত আৰু অশ্চিতি কম কৰিলে। ৯ তাতে লিবৰ্ত্তীন নামেৰে নাম ঘৰৰ জন চাকে, কুৰীণীয়া আৰু চিকন্দীয়া মানুহ, কিলিকি অৰুি অচিয়া দে- শৰ কেতলিক, সিহঁতে উঠি স্তিফানে সৈতে বাদ বিচাৰ কৰিলে। ১০ কিন্তু তেওঁ জ্ঞান আৰু পবিত্ৰ আত্মাৰে যি কথা কলে, তাক সিবিলাকে ঘটাব নোৱাৰিলে। ১১ পাছে কেতবোৰ মানুহক লোভ দেখুয়ালত, সিহঁতে এই কথা কলে, আমি এওঁক মোচাৰ আৰু ঈশ্বৰ অহিতে নিন্দা কথা কৰ শুনিলে। ১২ পাছে মানুহবিলকি, বৃদ্ধ লোক, অৰু অধ্যাপকবোৰক উচটাই স্তিফানৰ ওচৰলৈ আহি তেওঁক ধৰি প্ৰধান মেললৈ আনিলে। ১৩ পাছে কেতবোৰ মিছা সাক্ষী অনাত, সিহঁতে কলে, এই মানুহে পবিত্ৰ থান আৰু বিধানৰ অহিতে নিন্দা কথা কবলৈ নেৰে। ১৪ কিয়নো নাচ- ৰীয়া যীশুএ এই থান নষ্ট কৰিব, আৰু মোচাই দিয়া আমাৰ ৰীতিও সলনি কৰিব, তাৰ এনে কথা শুনিলো। ১৫ তেতিয়া মেলত বহা সকলো মানুহে তেওঁলৈ একে ঠৰে চাই, তেওৰ মুখ স্বৰ্গৰ দূতৰ নিচিনা দেখিলে। - ৭ অধ্যায়। ২ তেতিয়া বৰ পেৰোহিতে সুধিলে, এই কথা হয় নে? তাতে ভিফানে কলে, হে ভাইবিলাক, হে পিতৃ সকল, মন দি শুনা। অমাৰ উপৰি পুৰুষ আব্ৰাহামে হৰিাণ নগৰত থকাৰ আগৈ, যি কলিত মেচপতামিয়া দেশত আছিলে, সেই কালত জোতিৰ্ময় ঈশ্বৰে দেখা দি তেওঁত কলে, ৩ তুমি আপোন দেশ আপোন পৰীয়াক এৰি, যি দেশ মই তোমাক দেখুয়মি, সেই দেশলৈ যোৱা। ৪, তাতে তেওঁ কাচদি দেশ এৰি হাৰাণত থাকিল। পাছে তেওঁৰ পিতৃ মৰিলত তাৰ পৰা গৈ, তোমোলাক এতিয়া থকা দেশলৈ আহিল। ৫ কিন্তু ঈশ্বৰে তেওঁক মাটীৰ অধিকাৰ হবলৈ তাত এভৰি মানে। নিদিলে, আৰু সেই কালত তেওঁৰ লৰা নাইকিছিল, তথাপি তোমাক আৰু তোমাৰ পাছৰ সন্তানবিলাকক এই দেশৰ অধিকাৰ হবলৈ দিম বুলি, ঈশ্বৰে অঙ্গীকাৰ কৰিলে। ৬ আৰু ঈশ্বৰে অকও এই ৰূপে তেওঁত কলে, তো- মাৰ সন্তানবিলাক লোকৰ দেশত থাকিব, অৰুি সেই দেশৰ মানুহে চাৰি শ বছৰলৈকে সিবিলাকক বন্দী কৰি ৰাখি, কুচিত অৱস্থা কৰিব। ৭ অৰুি ঈশ্বৰে ইয়াকে কলে, যি দেশৰ মানুহবোৰে সিবিলাকক বন্দী কৰি ৰাখিব,
পৃষ্ঠা:New Testament in Assamese.djvu/২২৭
অৱয়ব