পৃষ্ঠা:New Testament in Assamese.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬ অধ্যায়। . 'অলিচ কৰিলে। ৩৪ তেতিয়া সকলো মানুহৰ মাঝত যশস্য। পোৱা গমি- লি এল নামেৰে বিধানৰ অধ্যাপক এজন ফিচিএ মেলুয়াইৰ মাঝত উঠি, পাঁচনিবিলাকক এখন্তিক মান আঁতৰ হবলৈ অজ্ঞা দি কলে, ৩৫ হে ই- এল লোকবিলাক, তোমোলাকে এই মানুহক যি কৰিবলৈ মন কৰিছা, তাতে সাৱধান হোৱা। ৩৬ কিয়নো ইয়াৰ অগৈএ থুদা নামেৰে এজন ওলাই, আপোনাক কোনো বৰ এজন বোলতি, চাৰি শ মান মানুহে তাৰ মতত চলি লগ লৈছিল; পীছে সি মৰিলত তাৰ অজ্ঞ। মনা সকলোবোৰ গোট গোট হৈ অকৰ্মী হল। ৩৭ সেই মানুহৰ পছে পিয়ল কৰা কলিত গালী- লৰ য়িহুদা নামেৰে এজন ওলাই, ভালেমান মানুহক আপোনাৰ ফাললৈ ভুলাই নিলে; সিও নষ্ট হলত যিবোৰে তাৰ কথা মানিছিল, সেই আটাই, বোৰ ঠাই ঠাই হৈ গল। ৩৮ এতিয়াও তোমোলাকত কৈছো, এই মানুহবি- লাকক একো নকৰি সহন কৰি থাকা; কিয়নো এই অলিচ আৰু কৰম যদি মানুহৰ পৰা হয়, তেন্তে বিফল হৈ যাব; ৩৯ কিন্তু যদি ঈশ্বৰৰ পৰ। হয়, তেন্তে তোমোলাকে তাক ওভোতাব নোৱাৰিবা, আৰু তোমোলাকে জানে। ঈশ্বৰলৈয়ো বিৰেন্ধ কৰা হোৱা। ৪০ তাতে সিবিলাকে তেওঁৰ অ- লচ লৈ, পাচনিবিলাকক মাতি আনি কোবাই, যীশুৰ নামেৰে কোনো কথা কবলৈ হক দি সিবিলাকক পঠাই দিলে। ৪১ কিন্তু তেওঁৰ নিমিত্তে লীজ পাবৰ যোগ্য বুলি সিবিলাকক লেখা হোৱতি অনিন্দ হৈ, মেলুয়াইবিলাকৰ আগৰ পৰা গুছি গল। ৪২ পাছে নিতৌ নিতৌ মন্দিৰত আৰু সকলে। ঘৰত সিবিলাকে উপদেশ দিবলৈ অৰু যীশু খ্ৰীষ্টৰ কথা কীত্তন কৰিবলৈ নেৰিলে। ৬ অধ্যায়। সেই কালত শিষ্যবোৰ সৰহ হলত, দিনে দিনে দান দিয়াত বিদেশী য়িহু- দিবিলাকৰ বাৰীক হেলা কৰাৰ কাৰণে ইব্ৰী লোকেৰে সৈতে সিবিলাকৰ বিবাদ লাগিল। ২ তেতিয়া বাৰে জন পঁাচনি সকলো শিষ্যক মাতি আনি কলে, ঈশ্বৰৰ কথা এৰি ভোজনৰ কৰ্ম কৰা আমাৰ উচিত নহয়। ৩ এই কাৰণে, হে ভাই সকল, আমি যিবিলাকক এই কৰ্মৰ ভাৰ দিব পাৰোঁ, এনে সুখ্যাতি আৰু পবিত্ৰ আত্মাৰে জ্ঞানেৰে পূৰ হোৱা সাত জনক তোমোলাকৰ মাঝৰ পৰা বাচি লোৱা; ৪ কিন্তু আমি প্ৰাৰ্থনা আৰু কথা কীত্তনত লাগি থাকিম। ৫ এই কথাতে সকলে মানুহবিলাক সন্তোষ হৈ, বিশ্বাসেৰে আৰু পবিত্ৰ আত্মাৰে পূৰ হোৱা এনে স্তিফান নামেৰে এজন, আৰু ফিলিপ, প্ৰখৰ, নিকান, তিমোন, পৰ্মেনা, আৰু য়িহুদি ধৰ্ম লোৱা আন্তিয়খিয়াৰ নি-