পৃষ্ঠা:New Testament in Assamese.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম। অৰুি আমি অপোনাৰ শক্তিএৰে বা ধৰ্মেৰে এই খোৰা মানুহক খোজ কহালে, ইয়াক ভাবি অমিালৈ কিয় একে ঠৰে চাই আছি।হঁক। ১৩ যি যীশুক তোমোলাকে লোকৰ হাতত সোধাই দিছিল, আৰু পিলাতে মেলিব জিলতে। তেওঁৰ আগত আসৈ কৰিলা, অব্ৰিাহাম, ইচাক, অ িয়াকোবৰ ঈশ্বৰ, আমাৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰে আপোনাৰ সেই পূত্ৰ যীশুৰ মহিমা প্ৰকাশ কৰিলে। ১৪ কিন্তু তোমোলাকে সেই পবিত্ৰ আৰু ধৰমী জনক আসৈ কৰি, বধ কৰা এটাকহে তোমোলকিক যেন দিব, এনে ইচ্ছ। কৰিলে। ১৫ আৰু সেই জীৱনৰ অধিকাৰকে বধ কৰিলাহঁক; কিন্তু ঈশ্বৰে মৈদামৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছে।। ১৬ এই যি মানুহক তোমোলাকে দেখি চিনি অছি, সি তেওঁক বিশ্বাস কৰি তেওঁৰ নামেৰে এই শক্তি পালে; তেওঁত তাৰ যি বিশ্বাস, সেয়েহে তোমোলাক অটাইৰে অগিত সম্পূৰ্ণ ৰূপে তকি স্বস্থ কৰিলে। ১৭ হে ভাই সকল, তোমোলাক আৰু তোমোলাকৰ অধিকাৰবিলাকে নুবুঝিএই সেই কৰম কৰিলা, মই ইয়াক জানিছে। ১৮ কিন্তু খুীষ্টে দুঃখ ভোগ কৰিব ইয়াকে বুলি, ভবিষ্যত বা সকলৰ মুখে ঈশ্বৰে যি কথা আগৈএ কোৱাইছিল, তেওঁ এই ৰূপে তাক সিদ্ধি কৰিলে। ১৯ এই হেতুকে তোমোলাকৰ পপি গুছিবৰ নিমিত্তে খে কৰি মন পলিটোৱা, তাতে ঈশ্বৰৰ পৰা সান্তনা পবিৰ কলি হব; ২০ আৰু আগৰে পৰা তোমোলাকৰ নিমিত্তে নিযোজন কৰা যি যীশু খ্ৰীষ্ট, তেওঁক পঠাই দিব। ২১ কিন্তু জগত হোৱাৰে পৰা ঈশ্বৰে আপোনাৰ ধৰ্মী ভবিষ্যত বক্তা সকলৰ মুখে যেনেকৈ কৈছিলে, তেনেকৈ সকলো কথা সিন্ধি হবৰ কাললৈকে তেওঁক স্বৰ্গে গ্ৰহণ কৰিব লগিয়া আছে। ২২ তো- মোলাকৰ প্ৰভূ পৰম ঈশ্বৰে তোমোলাকৰ ভাইবিলাকৰ মাঝত মোৰ নিচিনা এজন ভবিষ্যত বক্তা জন্মাব, তেওঁ তোমোলকিত যি যি কথা কব, সেই সকলো কথা তোমোলাকে শুনিবা; ২৩ আৰু যি কোনো প্ৰাণী সেই ভবিষ্যত বক্তাৰ কথা নুশুনে, তক আপোন লোকৰ মাঝৰ পৰা উচ্ছন্ন কৰা হব, এই কথা মোচাই ওপৰ পিতৃবিলাকত কৈছিলে। ২৪ আৰু তাত বাঝেও চিমূল আদি কৰি তাৰ পাছে যি যি ভবিষ্যত বক্তাই ভবিষ্যত বাক্য কৈছিল, সেই সকলোএ এই কালৰ কথা কৈ গৈছে। ২৫ তোমোলাকে। সেই ভবিষ্যত বাবিলাকৰ সন্তান, আৰু তোমাৰ বঙ্গহৰ দ্বাৰাই পৃথি- বীৰ সকলো দেশৰ মানুহে আশীৰ্বাদ পবি, অব্ৰাহামক এই কথা বুলি ঈশ্বৰে আমাৰ ওপৰ পিতৃবিলাকে সৈতে যি নিয়ম কৰিলে, তোমোলাক সেই নিয়মৰ ভাগী হৈছা। ২৬ ঈশ্বৰে আপোনাৰ পুত্ৰ য়ীক তুলি, তোমোল- কৰ প্ৰতি জনক আপোনাৰ পাপৰ পৰা ওভোতাই আশীৰ্বাদ দিবলৈ প্ৰথমতে তোমোলাকৰ ওচৰলৈ তেওঁক পঠালে।