পাঁচনিৰ কৰম। ২১৭ ৪ অধ্যায়।। যি সময়ত পিতৰ আৰু য়োহানে মানুহবোৰত কথা কৈছিলে, সেই সময়ত সিবিলাকৰ উপদেশ দিয়া আৰু যীশুৰ দ্বাৰাই মৰবিলাক উঠিবৰ কথ। শিকোৱা দেখি, ২ পোৰোহিতবিলাক, মন্দিৰৰ সেনাপতি আৰু চিদকি- বোৰে অসন্তোষ পাই, সিবিলাকৰ ওচৰলৈ আহি হাতেৰে ধৰিলে?। ৩ তে- তিয়া সন্ধ্যা হোৱাত পাছ দিনলৈকে বন্দী কৰি ৰাখিলে। ৪ তথাপি সিবি- লাকৰ কথা শুনা অনেক অনেক মানুহে বিশ্বাস কৰিলে; সেই মানুহ লে- খত পাঁচ হেজাৰ মান হৈছিল। ৫ পাছ দিন। সিবিলাকৰ অধিকাৰবোৰ, বন্ধ লোক, অধ্যাপক, ৬ আৰু হানান নামেৰে বৰ পেৰোহিত, কয়ফা, োেহান, চিকন্দৰ, আৰু বৰ পোৰোহিতৰ জ্ঞাতি সকলোএ গোট খাই, ৭ সিবিলাকক মাঝত থিয় কৰি থৈ সুধিলে, তোমোলাকে কি শক্তিৰে বা কি নামেৰে এই কম কৰিছা? ৮ তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে। পৰিপূৰ্ণ হৈ উত্তৰ কৰিলে, হে মানুহবিলাকৰ অধিকাৰ সকল, হে ইসএলৰ বৃদ্ধ লোক, ৯ এই নিৰ্বলী মানুহক যি ভাল কৰম কৰা গৈছে, সি কেনেকৈ ভাল হল, তাকে যদি অমতি অজি সুধিছ, ১০ তেন্তে তোমোলাক সক লোএ ইসএলৰ অটাই মানুহবিলাকে সৈতে ইয়াক জানাইক; যি নাচৰীয়। যীশু খ্ৰীষ্টক তোমোলাকে পেৰেঙ্গনিত তুলি মাৰিলা, আৰু যি জনক ঈশ্বৰে মৈদামৰ পৰা তুলিলে, তেওঁৰ নামেৰে এই মানুহ স্বস্থ হৈ তোমোলাক অগিতে থিয় হৈ আছে। ১১ তোমোলকি শিলাক টিবোৰে যি শিল অৱ- হেলা কৰিলা, সি চুকৰ প্ৰধান শিল হল, সেয়ে এই। ১২ তেওঁত বাহিৰে অনি কাৰো পৰা পৰিত্ৰাণ নহয়, কিয়নো স্বৰ্গৰ তলত মানুহৰ মাঝত যাৰে আমি উদ্ধাৰ পাম, এনে অনি কোনো নাম দিয়া নাই। ১৩ তেতিয়া পিতৰ আৰু য়োহানৰ এনে সাহ দেখি, আৰু সিবিলাকক অপণ্ডিত সামান্য মানুহ যেন বুঝি বিস্ময় মানিলে, আৰু সিবিলাক যীশুৰ লগত আছিল বুলি জানিলে। ১৪ আৰু সেই স্বস্থ কৰা মানুহক সিবিলা- কৰ মাঝতে থিয় হৈ থাকিবৰ দেখি, সিবিলাকে একে বিৰেন্ধ কথা কব। নোৱাৰিলে। ১৫ পাছে সিবিলাকক মেলৰ পৰা আঁতৰ হৈ যাবলৈ আজ্ঞা কৰিলত, আপোনাৰ মাঝত ইটে সিটে অলিছ কৰি বুলিলে, ১৬ সেই মানুহবোৰক আমি কি কৰিম? সিবিলাকে এটা প্ৰখ্যাত আশ্চৰিত কৰম কৰিলে, তাকে য়িছালমত থকা সকলে নিশ্চয়কৈ জানে, আৰু অ- মিও তাক আসৈ কৰিব নোৱাৰে।। ১৭ কিন্তু মানুহৰ মাঝত এয়ে যে ন ব্যাপী নেই, এই নিমিত্তে সিবিলাকক ভয় লগাই, সেই নামেৰে কোনো মানুহত কথা নকবলৈ শকত অজ্ঞা দিওঁ। ১৮ তেতিয়া সিবিলাকক মাতি অনি, যীশুৰ নামেৰে পাছলৈ কোনো ৰূপে কথা কবলৈ, উপদেশ দিবলৈ-
পৃষ্ঠা:New Testament in Assamese.djvu/২২২
অৱয়ব