পৃষ্ঠা:New Testament in Assamese.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ্যায় । ৪১ তাতে যি যি মানুহে অনিন্দ মনেৰে এই কথা গ্রহণ কৰিলে, সিবি- লাকক বুৰ দিওৱা হল । সেই দিনই তিনি হেজাৰ মান মানুহ সিবিলাকৰ লগ লৈ, ৪২ পঁচিনিবিলাকৰ উপদেশ, ইটৰ সিটৰ প্ৰীতিতে, অৰু পিঠা ভঙ্গত, প্রার্থনা কৰাতে মন থিৰ কৰি থাকিল । ৪৩ আৰু পাচনিবিলাকে অনেক অনেক আশ্চৰিত কৰম আৰু চিন দেখয়ালত, সকলো মানুহৰ ভয় লাগিল । ৪৪ অৰু বিশ্বাস কৰাবিলাকে একে লগে থাকি, আপোনাৰ সম্পত্তি সমানে ৰাখি ভোগ কৰিলে । ৪৫ অাৰু আপােনাৰ ঘৰ বৰিী বস্তু বেচি, যাক যেনেকৈ লাগিল, সেই দৰে অটাই মানুহক বাটি দিলে । ৪৬ তীতে সকলো একে মন হৈ নিতে নিতৌ মন্দিৰলৈ গৈ থাকিল, অাৰু ঘৰে ঘৰে পিঠা ভাঙ্গি, ঈশ্বৰক স্তুতি কৰি, সকলৰো আদিৰ পাই অনিন্দ আৰু একে চিত্তেৰে খোৱা বোৱা কৰিলে। ৪৭ আৰু প্ৰভূএ দিনে দিনে উদ্ধাৰ পােৱা মানুহবিলাকক মণ্ডলীত লগ লগাই থলে। ৩ অধ্যায় । তাৰ পছে পিতৰ অাৰু য়োহানে তিনিপৰীয়া প্রার্থনা কৰিবৰ বেলিত একে লগে মন্দিৰলৈ গল । ২ তাতে মন্দিৰত সোমোৱাবিলকিত মাগি- বৰ নিমিত্তে যি জনক মন্দিৰ সুন্দৰ নামেৰে দুৱাৰ মুখত নিতে থয়নি, এনে ওপজাৰে খোৰা মানুহ এটাক সেই কলিত বৈ অনিলে । ৩ সেই মানুহে পিতৰ আৰু গােহনিক মন্দিৰত সোমাবলৈ ধৰা দেখি, সিবিলকিত ভিক্ষা মাগিলে। ৪ তেতিয়া পিতৰে য়োহানে সৈতে তালৈ একে ঠৰে চাই বুলিলে, আমালৈ চোৱা। ৫ তীতে সি কিছু পাবৰ অাশা কৰি সিবিলাকলৈ চাই থাকিল। ৬ তেতিয়া পিতৰে কলে, মোৰ লগত ৰূপ সেণি একো নাই, কিন্তু যি আছে তাকে তেমকি দিওঁ; নচিৰীয়া যীশু খ্রীষ্টৰ নামেৰে উঠি ফুৰা । ৭ এনেতে তেওঁ তাৰ সোঁ হাতত ধৰি তাক তুলিলত, তেতিয়াই তাৰ ভৰিএ গাঠি সৈতে বল পালে। ৮ তাতে সি লাফ মাৰি থিয় হৈ খোজ কাহি ফুৰিলে, অৰু বাট বুলি ডেও মাৰি মাৰি ঈশ্বৰক স্তুতি কৰি, সিবি লাকে সৈতে মন্দিৰত সোমালগৈ। ১ সকলো মানুহে তাক খোজ কাহিবৰ আৰু ঈশ্বৰক গুতি কৰিবৰ দেখি, ১০ যিটোএ মন্দিৰৰ সুন্দৰ দুৱাৰত বহি মাগিছিলে, সি এই জন বুলি জানি, তাৰ যি ঘটিল, তাতে বৰ বিচুত্তি বিস্ময় মানিলে । | ১১ সেই স্বস্থ হোৱা খােৰায়ে পিতৰ আৰু য়ােহানক ধৰি থকাত সকলো লোকে বিস্ময় মানি, যাক চিলোমোনৰ পিৰালি বোলে, তালৈকে সিবি- লাকৰ ওচৰলৈ লৰি আহিল । ১২ তাকে দেখি পিতৰে মানুহবিলাকক বুলিলে, হে ইসালৰ লোকবিলাক, তোমোলাকে কিয় ইয়াত বিস্ময় মানিছা?