পৃষ্ঠা:New Testament in Assamese.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপোনাৰ সিদ্যবিলাকে সৈতে তাৰ পাচত গল।, ২৩ আৰু দেখা, বাৰে বচৰ তেজ বেঅ এঙনি ৰুগিয়া তিৰোতাই তেঁওৰ পাচ ফালেদি অহি তেঁওৰ কপিৰৰ দহি চলে; ২১ কিয়নো তাই মনতে বলিচিলে, মই জদি অকল তেঁওৰ কপিৰকে চুবলৈ পাও, তেও ভাল হম। ২২ তেতিয়া চিএ ঘুৰি চাই তাইক দেখি বুলিলে, আই টি, নিভই হোঅ, তোমাৰ বিসাসেই তোমাক ভাল কৰিলে। সেই উৰিৰে পৰা সেই তিৰোতা ভাল কৰা হল। ২১ পাচে হও। ২৩ পাচে য়িচুএ অধিকাৰৰ ঘৰ পাই বায়ন আৰু সবদ কৰা মানুহবিলা- কক দেখি সিহঁতক বুলিলে, ২৪ ঠাই দিয়াহঁক; চোআলি মৰা নাই, টোপনিতে অচে। তাতে সিহঁতে তেঁওক ঘঁহিলে। ২৫ কিন্তু মানুহ জুমক বাহিৰ কৰা হলত, তেঁও ভিতৰলৈ সোমাই চোঅলিৰ হাতত ধৰিলত, তে- তিয়া তাই উঠিল। ২৬ এই কমৰ জসস্যা সেই গোটেই খন দেসলৈকে বি- য়ালি গল। ২৭ য়িংএ সেই ঠাই এৰি জঁওতে দুজন কনা মানুহে তেঁওৰ পীচে পাচে গৈ, হে দাৱিদৰ সন্তান, অমিক দয়া কৰোক, এই কথা এটাহ পাৰি কলে। ২৮ পীচে তেঁও ঘৰ সোমালত সেই কনহিঁত তেঁওৰ ওচৰলৈ আহিল; তেতিয়া তেঁও সিহঁতক সুধিলে, এই কৰম কৰিবলৈ মোৰ সক্তি আচে, তোমোলাকে ইয় ত বিস্বাস কৰানে? সিহঁতে বলিলে, হই প্ৰভু। তেঁও সিহঁতৰ চকু চুই কলে, তোমোলাকৰ বিস্বাসৰ দৰেই তোমোলাকৰ ৩০ তেতিয়া সিহঁতৰ চকু মুকলি হল; আৰু য়িচুএ সিহঁতক সকত অগ্য। দি কলে, কেৱে জেন ইয়াক নেজানে, সাৱধান কৰা। ৩১ কিন্তু সিহঁতে ওলাই গৈ গোটেই খন দেসত তেঁওৰ জসসা প্ৰকাস কৰিলে। ৩২ পাচে সিবিলাকে বাহিৰলৈ জোঅতি লোকবিলাকে ভুতে পোকা এটা আঁকৰা মানুহক তেঁওঁৰ ওচৰলৈ আনিলে। ৩৩ তেতিয়া সেই ভুত খেদোআ হলত আঁকৰাই কথা কব ধৰিলে; তাতে লোক সময়ে বিস্মই মানি কলে, ইসায়েলৰ মাজত এনেকুঅ কেতিয়াও দেখা নগল। ৩৪ কিন্তু কৰুচিবি- লাকে বুলিলে, ভুতৰ ৰজাৰ দোঅৰিাই সি ভুতবোৰক খেদাই। ৩৫ পাচে য়িচুএ সকলে নগৰ আৰু গাঁৱত ফুৰি ফৰি সিবিলাকৰ নাম ঘৰবিলাকত উপদেস দিলে, ৰাজ্যৰ সুভ বাত্ৰা কিতন কৰিলে, আৰু জাৰ জি ৰোগ আৰু বিয়াধি অটিল, সেই সকলোকে সুস্থ কৰিলে। ৩৬ আৰু লোক সমুহক দেখি, সিবিলাক বিয়াকুল আৰু ৰখিয়া নোহোঅ মেৰ নিচিনা গোট গোট হোআত, সিহঁতলৈ তেঁওৰ মৰম লাগিল। ৩৭ তাতে তেঁও অ- পোনাৰ সিদ্যবিলাকত কলে, সহ সৰহ হই, কিন্তু বনুঅ তাকৰ। ৩৮ এই হেতুকে খেতিৰ মাজলৈ আৰু বনুত পঠাই দিবলৈ সহৰ গৰাকিত প্ৰাৰ্থনা