পৃষ্ঠা:New Testament in Assamese.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১০ য়োহান। নাই; মই অকিও নাহে। মানলৈকে তেওঁ যেন জীয়াই থাকে, এই ইচ্ছ। যদি কৰে, তাত তোমাৰ কি কাম? অকল ইয়াকহে কলে। ২৪ যি জনে এইবিলাক কথতি প্ৰমাণ দিছে, আৰু এই সকলোকে লিখি- ছে, এয়েই সেই শিষ্য; অৰু তাৰ প্ৰমাণ স্বৰূপ, ইয়াক আমি জানো। ইয়াত বঝেও যীশু এ অৰুি অনেক অনেক কম কৰিলে। সেই সকলোকে এটা এটাকৈ লিখা হলে, যেতেকবোৰ পুখী হয়, তেতেকবোৰ প্ৰিথিবীতে। নধৰে, মই ইয়াক বুঝিছো। [অমেন।] ২ ৫