পৃষ্ঠা:New Testament in Assamese.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচনিবিলাকে কৰা কৰম। ১ অধ্যায়। হে থিয়ফিল, যীশু আপোনাৰ মনোনীত পাঁচনি, বিলাকক পবিত্ৰ আত্মাৰে অজ্ঞা দি য়াৰ পাছে, যি দিনা তেওঁক ওপৰলৈ নিয়া হৈছিল, ২ সেই দিনলৈকে যি যি কৰম কৰিলে, আৰু যি উপদেশ দিলে, সেই সকলো কথাৰ পুথী আগেয়ে লিখিলোঁ। ৩ তেওঁৰ মৃত্যু ভোগৰ পাছে, সেই পঁচিনিবিলাকৰ আগত অনেক স্বৰূপ প্ৰমাণ দি, আপুনি জীয়াই থকা দেখুয়াই, দুকুৰি দিনলৈকে সিবিলাকক দৰ্শন দি, ঈশ্বৰৰ ৰাজ্যৰ কথা কলে। ৪ সিবিলাকে সৈতে একে লগ হৈ তেওঁ এই অজ্ঞা দিলে, বোলে, তোমোলাকে য়িৰু, ছলিম এৰি নোেবা, কিন্তু পিতৃৰ যি অঙ্গীকাৰ মোৰ মুখৰ পৰা শুনিলা, তালৈকে বাট চাই থাকা। ৫ পানীতহে য়োহানে বুৰ দিয়ালে, কিন্তু অলপ দিনৰ পাছত তোমোলকিক পবিত্ৰ আত্মতি বুৰ দিওৱা হব। ৬ পাছে সিবিলাকে গোট খোৱা হলত তেওঁত সুধিলে, হে প্ৰভু, আপনি এতিয়া পুনৰ্ধাৰ ইমএল লোকৰ হাতত ৰাজ্য দিব নে? ৭ তাতে তেওঁ কলে, যি কাল যি সময় পিতৃএ অপোনাৰ অধীনকৈ ৰাখিছে, সেইবিলাক জা- নিবলৈ তোমোলাকে নোপোৱা। ৮ কিন্তু তোমোলাকৰ ওপৰত পবিত্ৰ অত্মি অহাৰ পাছত তোমোলাকে মহাত্মা পাবা। আৰু য়িৰুছলিমকে আদি কৰি সকলো য়িহুদা, অৰু চোমিৰেণি দেশত, আৰু পৃথিবীৰ সীমালৈকে তোমোলাক মোৰ সাক্ষী হব। ১ এই কথা কলত সিবিলাকে দেখাতে তেওঁক ওপৰলৈ নিয়া হল, আৰু সিবিলাকৰ চকুৰ আগৰে পৰা মেঘে ১০ তেওঁ ওপৰলৈ যোৱাত সিবিলাকে অকিাশলৈ একে ঠৰে চাই থাকোতেই, দেখা, বগা কপিৰ পিন্ধা দুজন লোক সিবিলাকৰ ওচৰতে থিয় হৈ সিবিলাকত কলে, ১১ হে গালীল দেশৰ মানুহ, তোমোলাকে কিয় আ- কাশলৈ চাই থিয় হৈ আছা? এই যি যীশক তোমোলাকৰ ওচৰ পৰা স্বৰ্গলৈ নিয়া হল, তোমোলাকে যেনেকৈ তেও স্বৰ্গ লৈ যোৱা দেখিলা, সেই ৰূপে অকিও আহিব। ১২ পাছে সিবিলাকে জলফাই নামে পৰ্বতৰ পৰা বিশ্ৰাম দিনত যোৱা ললে। ২৮