পৃষ্ঠা:New Testament in Assamese.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১ অধ্যায়। ২০৯ ৯ পাছে লাক বমিৰ পৰা দুশ হাত মানতকৈ অধিক আঁতিৰ হোৱা নাই। সিবিলাকে বীম উঠিলত, তাতে অঙ্গিঠাৰ জুই অৰুি তাৰ ওপৰত মাছ অক্ি পিঠা দেখিলে। যীশু এ সিবিলাকত কলে, এতিয়া যিবোৰ মাছ ধৰি- লা, তাৰো কেতেটি অনাগৈ। ১১ তাতে চিমোন পিতৰে উলটি গৈ এশ দুকুৰি তেৰেটা বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; এতেক মছি লাগিলতে জাল নিছিগিল। ১২ তেতিয়া যীশুএ সিবিলাকত কলে, তোমোলাকে আহি ভোজন কৰ!। তাতে তেৱে ই প্ৰভু, ইয়াকে জানি, তুমি কোন বুলি সুধিবলৈ শিষ্যবিলাকৰ কাৰো সহি নহল। ১৩ পীছে যীশু আহি পিঠা আৰু মাছে৷ লৈ সিবিলাকক বাহি দিলে। ১৪ মৃত্যুৰ পৰা উঠাৰ পাছে যীশু শিষ্যবিলাকক তৃতীয় বাৰ দৰ্শন দিয়া এই। ১৫ এই দৰে খাই এটালত যীশু এ পিতৰত সুধিলে, হে য়োনাৰ পুতেক

চিমেনি, তুমি ইবিলাকতকৈ মেত অধিক প্ৰীতি কৰিছা নে? তেওঁ কলে,

হয় প্ৰভু, অপেনিতি প্ৰীতি কৰিছোঁ, তাক আপুনি জানে। তেতিয়া ৰীশু এ কলে, তেন্তে মোৰ মেৰ পোৱালিটিহঁতক প্ৰতিপাল কৰা। ১৬ পীছে দ্বিতীয় বাৰ সুধিলে, হে য়োনাৰ পুতেক চিমোন, তুমি মোত প্ৰীতি কৰিছা নে? তাতে তেওঁ কলে, হয় প্ৰভু, আপোনাত প্ৰীতি কৰিছোঁ, তকি আপনি জানে। তেতিয়া যীশুএ কলে, তেন্তে মোৰ মেৰবিলাকক প্ৰতিপাল কৰা। ১৭ পাছে তৃতীয় বাৰ সুধিলে, হে য়োনাৰ পুতেক চিমোন, তুমি মোত প্ৰীতি কৰিছ। নে? তেতিয়া তুমি মোত প্ৰীতি কৰিছা নে, তেওঁ এই কথা তিনি বাৰ সোধাৰ নিমিত্তে পিতৰে অশন্তোষ কৰি কলে, হে প্ৰভু, অপুনি সকলকে। জানে; মই তোমত প্ৰীতি কৰিছোঁ, আপুনি জানি আছে। তাতে ৰীশুএ কলে, তেন্তে মেৰি মেৰবিলাকক প্ৰতিপাল কৰা। ১৮ মই তোমত অতি স্বৰূপকৈ কওঁ, তোমাৰ ডেকা কালত অপুনি কঁকালত কপিৰ বান্ধি যলৈকে ইচ্ছ। তলৈকে গৈছিল; কিন্তু ইয়াৰ পাছে বুৰ হলত হাত মেলিব, আৰু অন মানুহে তোমাৰ কঁকালত কাপৰ বান্ধি, তোমাৰ যলৈ যাবৰ ইচ্ছা নাই, তালৈকে তোমাক লৈ যাব। ১৯ তেওঁ যি ৰূপ মৰণেৰে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিব, তাকে বুঝাবৰ নিমিত্তে এই কথা কলে। ইয়াকে বুলিলত যীশুএ তেওঁত কলে, মোৰ পাচত আঁহা। ২° তেতিয়া পিতৰে মুখ ঘুৰালত যি জনে ৰাতিৰ ভেজিত যীশুৰ বুকত অউজি, হে প্ৰভু, অপেনিকি লোক হাতত কোনে সোধাই দিব, এই কথা সুধিছিলে, যীশুৰ সেই প্ৰিয় শিষ্যক পাচত অহিবৰ দেখি, ২১ যীশত সুধিলে, হে প্ৰভু, এই মানুহৰ নো কি গতি হব? ২২ তাতে যীশুএ কলে, মই অকিও নাহেঁ। মানলৈকে তেওঁ যেন জীয়াই থাকে, এই ইচ্ছ। যদি কৰোঁ, তাত তোমাৰ কি কম? তুমি মোৰ পাচত আঁহি॥ ২৩ তীতে সেই শিষ্য নবি, এই কথা ভাইবিলাকৰ মঝিত কোৱাকুই কৰিলে; কিন্তু সি নমৰে, ইয়াকে যীশ এ তেওঁত কোৱা