পৃষ্ঠা:New Testament in Assamese.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ ৪ য়ে হিনি। লাকলৈ য়িহুদিবিলাকৰ বজাক যেন মুকলি কৰি দিম, তোমোলাকৰ এই ইচ্ছা আছে নে? ৪০ তেতিয়া সিহঁত অটাইবিলাকে এটাহ পাৰি কলে, এই মানুহক নহয়, বাবাক। সেই বাবা ডকাইত আছিলে। ১৯ অধ্যায়। ২ 8 কলে, এই মানুহক তেতিয়া পিলাতে যীশুক নি কোবোৱালে। পাছে সেনাবিলাকে কাই- টেৰে কিৰীটি সাজি তেওঁৰ মূৰত দি, বেঙ্গেন। বণিয়া কাপৰ পিন্ধাই, ৩ হে য়িহুদিবিলাকৰ ৰজা, সেৱা, ইয়াকে বুলি তেওঁক চৰ মাৰিলে। তিয়া পিলাতে অকিও বাহিৰলৈ গৈ মানুহবিলাকত কলে, দেখা, এত একো দোষ নেপালো, তাকে তোমোলকিত বুঝাবৰ নিমিত্তে তোমোলাকৰ অগলৈ বাহিৰ কৰি আনিছোঁ। ৫ এনেতে যীশু সেই কাঁইটৰ কিৰীটি আৰু বেঙ্গেনা বণিয়া কাপৰেৰে যুণ্ঠত হৈ বাহিৰলৈ আহিলত পিলাতে চোৱকি। ৬ তেতিয়া প্ৰধান পোৰোহিত আৰু টেকে- লাবোৰে তেওঁক দেখি এটাহ পাৰি কলে, পেৰেঙ্গণিত মাৰেীক, পেৰেঙ্গ- ণিত মাৰেকি! তাতে পিলাতে কলে, তোমোলাকে আপুনি লৈ পেঙ্গেণিত মাৰাগৈ; মই এওঁত একে দোষ পোৱা নাই। ৭ য়িহুদিবিলাকে উত্তৰ কৰিলে, আমাৰ যি বিধান আছে, সেই বিধানৰ দৰে ই ই মৰিব লগা হয়, কিয়নো সি আপোনাকে ঈশ্বৰৰ পুত্ৰ কৰি বুলিলে। ৮ পিলাতে এই কথা শুনি আৰু ভয় পাই, ৯ আকও সোধৰ চৰালৈ অহি যীশুত সুধিলে, তুমি নো কৰ? তাতে যীশুএ তেওঁক একো উত্তৰ নি- দিলে। ১০ তেতিয়া, পিলীতে কলে, তুমি মোত একো কথা নোকোৱা নে? তোমাক পেৰেঙ্গণিত মাৰিবলৈ নাইবা মুকলি কৰিবলৈ মোৰ শক্তি আছে, ইয়াক তুমি নেজানা নে? ১১ যীশুএ উত্তৰ কৰিলে, ঈশ্বৰে নিদিয়া হলে, মোৰ ওপৰত তোমাৰ একো শক্তি নহলহেঁতেন; এই হেতুকে যিটে তো- মাৰ হাতত মোক সোধলে, তাৰেই অধিক পাপ হল। ১২ তাৰে পৰ। পিলাতে তেওঁক মুকলি কৰিবলৈ উপায় বিচাৰিলে; কিন্তু য়িহুদিবিলাকে এটাহ পাৰি কলে, যদি এই মানুহক এৰি দিয়া, তেন্তে তুমি কৈচৰৰ হিত নোহোৱ; যি কোনোএ অপোনাক ৰজা বুলি কয়, সি কৈচৰ বিৰোন্ধ কথা বোলে। ১৩ এই কথা শুনি পিলাতে যীশুক বাহিৰলৈ অনাই, নিস্তাৰ পৰ্ব্বলৈ যুগুত কৰা দিনৰ দুপৰ মানত ইব্ৰী ভাষাৰে যাক গাথা বোলে, এনে শিল পতা নামেৰে থানত সেধিৰ আসনত বহি, ১৪ য়িহুদিবিলাকৰ আগত কলে, তোমোলাকৰ ৰজাক চোৱাক। ১৫ কিন্তু সিহঁতে এটাহ পাৰি বুলিলে, ইয়াক নিওৱা, নিওৱা, পেৰেঙ্গণিত তুলি মাৰ্কগৈ। তেতিয়া পিলাতে কলে,