১৯ অধ্যায় তোমোলাকৰ ৰজাক নো পেৰেঙ্গণিত তুলি মাৰিম নে? প্ৰধান পোৰোহিত- বিলাকে উত্তৰ কৰিলে, কৈচৰৰ বাহিৰে আমাৰ অন ৰজা নাই। ১৬ তাতে পিলাতে তেওঁক পেৰেঙ্গণিত তুলি মাৰিবলৈ সিহঁতৰ হাতত সোধাই দিলে। ১৭ তেতিয়া সিহঁতে যীশুক ধৰি লৈ গল। পাছে তেওঁ আপোনাৰ পে- বেঙ্গণি ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গুল গুল্টা বোলে, এনে মূৰৰ লাওখোলা নামেৰে ঠাই পালেগৈ। ১৮ সেই ঠাইতে সিহঁতে তেওঁক মাঝত, আৰু তেওঁৰ দয়ে ফালে আন মানুহ দুটাক পেৰেঙ্গণিত তুলি মাৰিলে। ১১ আৰু এই নাচৰীয়া যীশু য়িহুদিবিলাকৰ ৰজা, এনে পত্ৰ লিখি, পিলাতে পেৰেণিৰ ওপৰত লগাই দিলে। ২. এই পত্ৰ ইব্ৰী আৰু গ্ৰীক আৰু ৰুমীয়া ভাষাৰে লিখি অছিল; আৰু যীশুক পেৰেঙ্গণিত মৰা ঠাই নগৰৰ ওচৰ হোৱাত ভালেমান য়িহুদিবিলাকে তাক পহিলে। ২১ এই হেতুকে য়িহুদিবিলাকৰ প্ৰধান পোৰোহিতবোৰে পিলাতত এনে নিবেদন কৰিলে, ই য়িহুদিবিলা- কৰ ৰজা, এই কথা নিলিখি, ই আপোনাকে য়িহুদিবিলাকৰ ৰজা বুলি কলে, এই দৰে লিখোক। ২২ তাতে পিলাতে উত্তৰ কৰিলে, যি লিখিলে, তাকে লিখিলোঁ। ২৩ এই ৰূপে সেনাবিলাকে যীশ্বক পেৰেঙ্গণিত তুলি মাবি, তেওঁৰ পিন্ধা কাপৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ললে, আৰু তেওঁৰ ছোলাও ললে। সেই ছোলাই সিয়নী নাইকিয়াকৈ ওপৰৰে পৰা সাৱশেষে বোৱা আছিল; ২৪ এই হেতুকে সিহঁতে বুলিলে, ইয়াক নেফালি, কোনে পবি, তাৰ অৰ্থে গটি বুঝাই বঁটা কৰোহঁক। তাতে সিহঁতে অ- পোনাৰ মাঝত মোৰ লোৱা কপিৰ ভাগ বাটি ললে, আৰু মোৰ ছোলাৰ অৰ্থে গুটি বুঝাই বঁটা কৰিলে, এই যি কথা ধম পুথিত লিখা আছে, সে- নাবিলাকে এনে কৰম কৰিলত সেই কথাই সিন্ধি হল। ২৫ যীশুৰ পেৰেণীৰ ওচৰতে তেওঁৰ মাক, আৰু মাকৰ ভনীএক কল- ফাৰ যি তিৰোতা, সেই মাৰিয়া, আৰু মাগলিনী মৰিয়া, এইবিলাক থিয় হৈ আছিল। ২৬ তাতে যীশুএ আপোনাৰ মাকক আৰু তেওঁৰ ওচৰত প্ৰিয় শিষ্যক থিয় হৈ থকা দেখি মাকত কলে, হে নাৰী, এই তোমাৰ পুত্ৰক চোৱ1; ২৭ আৰু শিষ্যতে কলে, এই তোমাৰ মাতৃক চোৱা। তেতিয়াৰে পৰা সেই শিষ্যে তেওঁক আপোনাৰ ঘৰলৈ নিলেগৈ। ২৮ তাৰ পাছে সকলো কম এতিয়া সম্পূৰ্ণ হল, যীশুএ ইয়াকে জানি, ধৰ্ম পুথিৰ বচন সিন্ধি হবৰ নিমিত্তে কলে, মোৰ পিয়াহ লাগিছে। ২৯ সেই ঠাইতে টেঙ্গা ৰসেৰে পূৰ হোৱা এটা পৰি থকাত, সিহঁতে সাগ- ৰৰ ফেন এসোপা সেই টেঙ্গা ৰসেৰে তিয়াই, এচোপ নলত লগাই তেওঁৰ মুখত দিলে। ৩০ তেতিয়া তেওঁ ৰস পাই, সকলো সিন্ধি হল, ইয়াকে বুলি মৃৰ নমাই আপোনাৰ প্ৰাণ চাৰি দিলে। ৩১ সেই দিন পৰ্ব্বলৈ যুগুত কৰিবৰ দিন, এই হেতুকে বিশ্ৰাম বাৰত দেহ
পৃষ্ঠা:New Testament in Assamese.djvu/২১০
অৱয়ব