পৃষ্ঠা:New Testament in Assamese.djvu/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য়োহান। > অহিল। ৪ অপোনলৈ যি যি ঘটিব, যীশুএ তকি জানি, তাগ হৈ গৈ সিইতত সুধিলে, তোমোলাকে কাক বিচাৰিছা? ৫ সিহঁতে উত্তৰ কৰি- লে, নচিৰীয়া গীশুক বিচাৰিছে। তাতে ৰীশুএ কলে, সেই জন ময়েই। তেওঁক লোকৰ হাতত সোধাই দিয়া য়িহুদাও সিহঁতে সৈতে থিয় হৈ অছিল। ৬ তেতিয়া সেই জন ময়েই, তেওঁৰ এই কথা শুনি সিহঁতে পাচ হুহকি মাটীত পৰিল। ৭ পাছে তেওঁ সিহঁতত অকিও সুধিলে, তোমোলাকে কাক বিচাৰিছা? সিহঁতে বুলিলে, নচিৰীয়া গীশুক বিটা- ৰিছে॥ ৮ তাতে যীশু এ উত্তৰ কৰিলে, সেই জন ময়েই, এই কথ1 তোমোলাকিত কলে; এই হেতুকে যদি মোক বিচাৰিছা, তেন্তে ইবিলাকক যাব দিয়া। এনে হলত মোক যিবিলাকক দিল, সিবিলাকৰ এজনে। হেৰোৱা নাই, এই যি কথা তেওঁ কৈছিলে, সেয়ে সিন্ধি হল। তিয়া চিমেনি পিতৰৰ এখনি তৰোৱাল থকাত তাক ফাকৰ পৰা উলি- ৰাই বৰ পোৰোহিতৰ মলুক নামেৰে বন্দীক ঘা মাৰি তাৰ সোঁ কাণ খন কাটী পেলালে। ১১ তাতে যীশুএ কলে, তৰোৱাল ফুকিত সুমাই থোৱা; মোৰ পিতৃএ মেকি পান কৰিবলৈ যি পাত্ৰ দিলে, মই তাতে নেখাম নে? ১২ তেতিয়া সেন। যুম আৰু সেনাপতি আৰু য়িহুদিবিলাকৰ টেকেলাই যীশুক ধৰি বান্ধি, ১৩ হানান নামেৰে কায়ফাৰ শহুৰেকৰ ওচৰলৈ প্ৰথম- তে লৈ গল। ১৪ সেই বছৰত বৰ পেৰোহিত হৈ, মানুহ সমূহৰ নিমিত্তে এজনৰ মৰণেই ভাল, য়িহুদিবিলাকক এই অলিচ দিয়া জন সেই কায়ফা। ১৫ তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীশুৰ পাচত গল। সেই শিষ্যে বৰ পেৰোহিতেৰে চিনাকি হোৱাত যীশুএ সৈতে বৰ পোৰো- হিতৰ চৰাত সোমাল; ১৬ কিন্তু পিতৰ বাহিৰৰ দুৱাৰত থিয় হৈ থাকিল। এই হেতুকে বৰ পেৰোহিতৰ চিনাকি শিষ্যে অকিও বাহিৰলৈ গৈ দুৱৰী জনীত কৈ পিতক ভিতৰলৈ আনিলে। ১৭ তেতিয়া সেই দুৱৰী জনী পিত- ৰত কলে, তুমি এই মানুহৰ শিষ্যৰ এজন নোহোৱা নে? তাতে তেওঁ কলে মই নহওঁ। ১৮ পাছে সেই ঠাইতে বন্দীহঁতে তাৰু টেকেলাবোৰে ঝাৰৰ নিমিত্তে এঙ্গাৰৰ জুই জালি, থিয় হৈ জুই পুয়াইছিল; পিতৰেও সিবিলাকৰ লগত থিয় হৈ পুয়াইছিলে। ১১ তেতিয়া বৰ পোৰোহিতে যীশুত তেওঁৰ শিষ্যবিলাকৰে উপদেশৰে কথা সুধিলে। ২০ যীশু এ উত্তৰ কৰিলে, জগতৰ আগত প্ৰকাশকৈয়ে কথা কৈছিলোঁ; যলৈ য়িহুদিবিলাকে দিনে দিনে অহা যোৱা কৰে, সেই মন্দিৰ আৰু নাম ঘৰতো সদায় শিকাই ছিলে; গুপুতে একো কথা কোৱা নাই। ২১ মোত নো কিয় সোধাযিবিলাকে মোৰ উপদেশ শুনিলে, সেইবিলা- কত সোধা; মই যি কথা কৈছিলো, তাকে সিবিলাকে জানে। ২২ এই