পৃষ্ঠা:New Testament in Assamese.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ অধ্যায়। সিবিলাকক ঘিণাই। ১৫ তুমি সিবিলাকক জগতৰ পৰা নিয়া, মই এই প্ৰাৰ্থনা নকৰে; কিন্তু দোষৰ পৰা ৰক্ষা কৰা, এই প্ৰাৰ্থনাহে কৰে॥ ১৬ মই যেনেকৈ জগতৰ নহওঁ, সিবিলাকো তেনেকৈ জগতৰ নহয়। ১৭ তো- মাৰ সত্যৰ দ্বাৰাই সিবিলাকক পবিত্ৰ কা; তোমাৰ বাক্যেই সত্য। ১৮ তুমি যেনেকৈ মোক জগতলৈ পাঁচিল, ময়ে। তেনেকৈ সিবিলাকক জগ- তলৈ পাচিলোঁ। ১৯ আৰু সিবিলাক যেন সত্যৰ দ্বাৰাই পবিত্ৰ হয়, এই অশিয়েৰে সিবিলাকৰ নিমিত্তে মই আপোনাকে পবিত্ৰ কৰিছে। ২০ অকল সিবিলাকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰে, এনে নহয়; সিবি- লাকৰ উপদেশেৰে যিবিলাকে মোত বিশ্বাস কৰিব, সেইবিলাকৰ নিমিত্তেও প্ৰাৰ্থনা কৰিছো। ২১ হে পিত, সিবিলাক সকলো যেন একে হয়; তুমি যেনেকৈ মোত, অৰু মই যেনেকৈ তোমাত, সিবিলাকো তেনেকৈ আমাত, যেন একে হয়; তাতে তুমি যে মেকি পাচিলা, ইয়াকে জগতৰ লোকে পতিয়াব। ২২ আৰু আমি যেনেকৈ একে, তেনেকৈ সিবিলাকে যেন একে হয়; মই সিবিলাকত আৰু তুমি মোত, এই ৰূপে সিবিলাকে যেন সম্পূৰ্ণকৈ একে হয়; অৰুি তুমি যে মোক পাঁচিল, অৰু তুমি যেনেকৈ মোক প্ৰীতি কৰিছা, সিবিলাককে। তেনেকৈ প্ৰীতি কৰিছা, ২৩ ইয়াকে জগতৰ লোকে যেন জানে, এই নিমিত্তে তুমি মোক যি মহিমা দিলা, ময়ে। সেই মহিমা সিবিলাকক দিলো। ২৪ হে পিতৃ, জগত সুজিবৰ আগৈ এ মোক প্ৰীতি কৰি যি মহিমা দিলা, মোৰ সেই মহিমা যেন সিবিলাকে দেখিবলৈ পাই, এই নিমিত্তে যিবিলাক মানুহ তুমি মোক দিল, সেই- বিলাক মই থকা ঠাইত মোৰ লগত যেন থাকে, মোৰ এই বাঞ্চ। ২* হে পমাথিক পিতৃ, জগতৰ লোকে তোমাক নেজানিলে, কিন্তু মই তোমাক জানো; আৰু তুমি যে মোক পাচিলা, তাকো ইবিলাকে জানে। তুমি মোক যি প্ৰীতিৰে প্ৰেম কৰিছা, সেয়ে যেন সিবিলাকত থাকে, আৰু ময়ো যেন সিবিলাকত থাকে, এই নিমিত্তে মই তোমাৰ নাম সিবিলাকত বুঝালে, আৰু পাদুও বুঝমি। ২৬ অৰি ১৮ অধ্যায়। এই কথা কৈ যীশু শিষ্যবিলাকক লগত লৈ কিদেণি জানৰ পাৰ হৈ, যতে এখান বাৰী আছিল, শিষ্যে সৈতে তাতে সোমাল। ২ লোকৰ হাতত তেওঁক সোধাই দিয়া য়িহুদাও সেই ঠাই চিনিলে, কিয়নো শিষ্য সকলে সৈতে যীশুএ অনেক বাৰ তালৈ অহা যোৱা কৰিছিল। ৩ সেই কালত য়িহুদাই এযম সেনাই সৈতে প্ৰধান পোৰোহিত অৰুি ফিচিবিলাকৰ পৰা টেকেলাবোৰক পাই, ফানুচ আৰিয়া অস্ত্ৰ শস্ত্ৰ হাতত লৈ সেই ঠাইলৈ