পৃষ্ঠা:New Testament in Assamese.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(য়হান। ১৭ অধ্যায়। 3 যীশুএ এইবিলাক কথা কৈ সুগলৈ চাই এই প্ৰাৰ্থনা কৰিলে, হে পিতৃ, কলি হিল; ২ তুমি আপোনাৰ পুত্ৰৰ হাতত যিবিলাকক সোধাই দিল, সেই সকলোকে অনন্ত আয়ুষ দিবলৈ অটাই প্ৰাণীৰ ওপৰত তুমিএ তেওঁক অধিকাৰ পৰি দৰেই সেই পুত্ৰৰ মহিমা প্ৰকাশ কৰা, তাতে তোমাৰ পুত্ৰই তোমাৰো মহিমা প্ৰকাশ কৰিব। আৰু একে জন। সত্য ঈশ্বৰ ঘি তুমি, অৰুি তুমি, পঁচা ঘি যীশু খ্ৰীষ্ট, এই দুইকো জনা, এয়েই অনন্ত আয়ুষ। ৪ মই এই জগতত তোমাৰ মহিমা প্ৰকাশ কৰিলো; মোক যি কম কৰিবলৈ দিছিল, তাক সম্পূৰ্ণ কৰিলে॥ ৫ এই হেতুকে, হে পিতৃ জগত হোৱাৰ অগৈ এ তুমি এ সৈতে থকাত মোৰ যি মহিমা আছিল, এতি- যাও আপোনাৰ গলত মোক সেই মহিমা পেৱিা কৰা তুমি এই জগতৰ পৰা যি মানুহক মেকি দিলা, মই সেইবিলাকক তো- মাৰ নাম বুঝালে॥ যিবিলাক তোমাৰ আছিল, তুমি সিবিলাকক মোক দিছিল, আৰু সিবিলাকেও তোমাৰ কথা পালন কৰিলে। ৭ অৰু তুমি মোক যি যি দিছিল, সেয়ে যে তোমাৰ পৰা হয়, সিবিলীকে তাক এতিয়া জানিছে। ৮ মেকি যি উপদেশ দিছিলা, ময়ো সিবিলাকক সেই উপদেশ দিলে, আৰু সিবিলাকে তাক গ্ৰহণ কৰিলে। মই যে তোমাৰ পৰা অ- হিছোঁ, ইয়াকো সিবিলাকে জানিলে, অৰু তুমি যে মোক পাচিলা, তাকে। বিশ্বাস কৰিলে। ৯ সিবিলাকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিছোঁ; জগতৰ লোকৰ নিমিত্তে প্ৰাৰ্থনা নকৰোঁ; কিন্তু যিবিলাকক মেকি দিল, সিবি- লাকৰ নিমিত্তেহে প্ৰাৰ্থনা কৰিছে, কিয়নো সিবিলাক তোমাৰেই। ১০ যি- বিলাক মোৰ সেইবিলাক তোমাৰে, যিবিলাক তোমাৰ সিবিলাক মোৰে, আৰু সিবিলাকেৰে মোৰ মহিমা প্ৰকাশ হয়। ১১ এতিয়াৰ পৰা মই এই জগতত নেথাকে; সিবিলাক হলে থাকিব, কিয়নো মই তোমাৰ ওচৰলৈ যাওঁ। হে পবিত্ৰ পিতৃ, আমি যেনেকৈ একে হৈ আছে, তেনেকৈ সিবিলাকেও একে হৈ যেন থাকে, এই নিমিত্তে যিবিলাকক মোক দিলা, সেইবিলাকক আপোনাৰ নামেৰে ৰক্ষা কৰা। ১২ যেতে দিন এই জগতত সিবিলাকৰ লগত থাকিলে, তেতে দিন তোমাৰ নামেৰে সিবিলাকক ৰাখিলো। যিবি- লাকক মেকি দিলা, সেইবিলাকক ৰাখিলোঁ; সিবিলাকৰ মাঝত অন কোনো নেহেৰাল, ধৰম পুথিৰ কথা সিদ্ধি হবলৈ অকল বিনাশৰ পুত্ৰই হেৰাল। ১৩ কিন্তু এতিয়া মই তোমাৰ ওচৰলৈ যাওঁ, অৰু মোত যেন সিবিলাকৰ আনন্দ সম্পূৰ্ণ হয়, এই নিমিত্তে জগতত থাকোতে এইবিলাক কথা কৈছো। ১৪ তোমাৰ কথা সিবিলাকক দিলোঁ, আৰু মই যেনেকৈ জগতৰ নহও, সিবিলাকো তেনেকৈ জগতৰ নোহোৱাত জগতৰ মানুহে 9 1