পৃষ্ঠা:New Testament in Assamese.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অধ্যায়। তাক নুবুঝে॥ ১৯ তাতে যীশুএ সিবিলাকৰ সুধিবৰ মন জানি সিবিলাকত কলে, কিছু কালৰ পাছে মোক দেখিবলৈ নোপোৱা, আৰু তাৰ পৰা কিছু কালৰ পাছে অকিও দেখিবলৈ পাবা, এই যি কথা মই কলো, তাৰ অৰ্থ তোমোলাকে ইটে সিটে বিচাৰিছা নে? ২৩ মই তোমোলকিত অতি স্বৰূপকৈ কও, তোমোলাকে ক্ৰন্দন আৰু শোক কৰিবা, কিন্তু জগতৰ লোকে অনিন্দ কবি; তোমোলাকে খোদ কৰিবা, কিন্তু পাছে তোমোলাকৰ খেদ অ- নন্দ হৈ যাব। প্ৰসৱৰ কাল হলে তিৰোতাই প্ৰসৱৰ বেদনাত কষ্ট পাই, কিন্তু লৰা উপজিলেই জগতত মানুহ এটা জন্ম হোৱৰি অনিন্দৰে সেই দুঃখ তাইৰ মনত নেথাকে; ২২ সেই দৰে তোমোলাকৰো এতিয়া শেকি হৈছে; কিন্তু মই অকিও তোমোলাকক দেখা দিম, তাতে তোমোলাকৰ মনত অনিন্দ হব, আৰু তোমোলাকৰ সেই অনিন্দ কোনেও কাহি নিব নোৱাৰিব। ২৩ সেই দিনা মোত একো কথা নুসুধিবা। মই তোমোলাকত অতি স্বৰূপকৈ কওঁ, মোৰ নামেৰে পিতৃৰ অগিত যিহকে খুজিবা, তেওঁ তাকে দিব। ২৪ এতিয়ালৈকে মোৰ নামেৰে তোমোলাকে একো খেজি। নাই; খোজা, তেহে পবা, আৰু তাতে তোমোলকিৰ অনিন্দ সম্পূৰ্ণ হব। ২৫ এইবোৰ কথা উপমাৰে তামোলকিত বুঝালো; যি কলিত উপমাৰে অৰুি নকৈ প্ৰকাশ ৰূপে পিতৃৰ কথা বুঝমি, এনে কলি আহিছে। দিনাই মোৰ নামেৰে প্ৰাৰ্থনা কৰিবা, আৰু মই তোমোলাকৰ নিমিত্তে পিতৃক নিবেদন কৰিম, এনেকৈ নোবোলো; ২৭ কিয়নো তোমোলাকে মোত প্ৰীতি কৰিছা, আৰু মই ঈশ্বৰৰ পৰা আহিছে, ইয়াকে বিশ্বাস কৰি- ছা, এই কাৰণে পিতৃ এই অপূনি তোমোলকিক প্ৰীতি কৰে। ২৮ পিতৃব ওচৰৰ পৰা মই জগতলৈ আহিলো; অৰু জগতক এৰি অকিও পিতৃৰ ওচৰলৈ যাম। ২১ তেতিয়া শিষ্যবিলাকে বুলিলে, আপনি এতিয়া উপ- মাৰে নকৈ প্ৰকাশ ৰূপে কৈছে। .৩০ অপুনি সজান আৰু কোনেও অ- পোনাত সুধিবৰ প্ৰয়োজন নাই, ইয়াক আমি এতিয়া নিশ্চয়কৈ জানে; এই কাৰণে অপিনি যে ঈশ্বৰৰ পৰা আহিছে, তাতে আমি বিশ্বাস কৰি- ছে। ৩১ যীশুএ উত্তৰ কৰি এতিয়া তোমোলাকে বিশ্বাস ৩২ দেখা, তোমোলাক গোট গোট হৈ মোক অকল সৰিয়াকৈ এৰি আ- পেনি অপেন ঠাইলৈ যাব, এনে কাল আহিছে, এতিয়াও পালেহি। তথাপি মই অকল সৰিয়া নহওঁ, কিয়নো পিতৃ মোৰ লগতে আছে। ৩৩ তোমোলাকে মোত যেন কুশল পোৱা, এই নিমিত্তে এই সকলো কথা তোমোলকিত কলে॥ এই জগতত তোমেলিকি দুঃখ হব, কিন্তু নিভয় হোৱা, মই জগতকে জিনিলো। ২৬ সেই নে?