পৃষ্ঠা:New Testament in Assamese.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৮ য়োহান । ১৬ অধ্যায় ।

তোমোলাকৰ যেন বিঘিনি নহয়, এই নিমিত্তে তোমোলকিত এইবোৰ কথা কলে।। ২ মানুহবিলাকে নাম ঘৰৰ পৰা তোমোলকিক বাহিৰ কৰিব ; আৰু যি কালত তোমোলকিক বধ কৰা সকলো ঈশ্বৰৰ কৰম কৰিলে। বুলি বুঝিব, সেই কলি আহিছে । ৩ সিহঁতে পিতৃক অ িমোকো নজ- নাৰ নিমিত্তেই এইবিলাক কম অচিৰিব । ৪ কিন্তু যেতিয়া সেই কাল হব, মই তোমোলকিত কৈছিলোঁ, ইয়াকে যেন তোমোলাকে তেতিয়া, বঁৱ- ৰিবা, মই এইবোৰ কথা কলে।। মই তোমোলাকৰ লগত থকাত প্ৰথমতে এই কথা কোৱা নাই । ৫ এতিয়া মোক পঁচা জনৰ ওচৰলৈ যাওঁ তেও তুমি কলৈ যাব বুলি, তোমোলাকৰ কোনেও মোত নোসোধে । মই তোমোলকিত এইবোৰ কথা কোৱা হেতুকে তোমােলকি মন দুখেৰে পূৰ হৈছে। ৭ তথাপি মই তােমোলকিত স্বৰূপ কথা কৈছে, মই যোৱাই তোমোলাকৰ হিতহে; কিয়নো মই নগলে তোমোলাকলৈ সান্তনা কৰে। নাহে; কিন্তু মই গলে তোমোলাকলৈ তেওঁক পাচিম । ৮ তেওঁ অহি, পাপ, পুণ্য অৰু দণ্ড, এইবিলাকৰ কথাত জগতৰ লোকৰ জ্ঞান জন্মাব । ৯ সিবিলাকে মোত বিশ্বাস নকৰাৰ কাৰণে পাপৰ কথাত, ১০ তোমোলাকে পাছে নেদেখা হৈ মই তৃৰ ওছৰলৈ যোৱাৰ কাৰণে পুণ্যৰ কথাত, ১১ অৰুি এই জগতৰ অধিকাৰে দণ্ডৰ অজ্ঞা পোৱাৰ কাৰণে দঙৰ কথাত জ্ঞান জন্মাব । ১২ তোমোলকিত কবলৈ মোৰ আৰু অনেক কথা অাছে, কিন্তু সেই কথা এতিয়া সহিব নোৱাৰা । ১৩ তথাপি সেই সত্য অত্মা যেতিয়া আহিব, তে- তিয়া তেওঁ অটাই সত্য কথাত তোমোলকিক পথ দেখুয়াই নিব; কিয়- নো তেওঁ আপােনাৰ পৰা একো নকব, কিন্তু যিহকে শুনিব, তাকে কৈ তোমোলাকক ভবিষ্যত কথা বুঝবি । ১৪ তেওঁ মোৰ মহিমা প্রকাশ কবি, কিয়নাে তেওঁ মােৰ যি আছে, তাকে লৈ তোমোলাকক দেখাব । ১৫ পিতৃৰ ষি যি অাছে, সেই সকলো মোৰ; এই হেতুকে মই বুলিলে, মোৰ যি অাছে, তেওঁ তাকে লৈ তােমোলকিক দেখাব । কিছু কালৰ পাছে তোমোলাকে মেকি দেখিবলৈ নোপোৱা; আৰু তাৰ পৰা কিছু কালৰ পাছে আকও দেখিবলৈ পবি; কিয়নাে মই পিতৃৰ ওচৰলৈ যাওঁ । ১৭ তেতিয়া শিষ্যবিলাকৰ কোনোবোৰে ইটে সিটে কোৱাকুই কবিলে, কিছু কালৰ পাছে মোক দেখিবলৈ নোপোৱা, অাৰু তাৰ পৰা কিছু কা- লৰ পাছে দেখিবলৈ পাবা, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ, এই যি কথা তেওঁ অমিত কৈছে, তাৰ অর্থ কি ? ১৮ এই হেতুকে সিবিলাকে কলে, কিছু কাল যে বুলিছে, ইয়াৰ অর্থ কি? তেওঁ যি কৈছে, আমি .