পৃষ্ঠা:New Testament in Assamese.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ ৫ অধ্যায় । ১৯৭ . ১৮ আৰু তোমোলাকৰ অনিন্দ যেন সম্পূর্ণ হয়, এই নিমিত্তে তোমোলকিত এই- বিলাক, কথা কলে।। ১২ মই যেনেকৈ তোমোলাকক প্রীতি কৰি আছো, তেনেকৈ তােমােলাকেও ইটে সিটে প্রীতি কৰিবা, মোৰ অজ্ঞা এই। ১৩ মি- তিৰবিলাকৰ নিমিত্তে আপোনাৰ প্রাণ দিয়ালৈকে যি প্রীতি, তাতকৈয়ে। আৰু বৰ প্ৰীতি কাৰো নাই । ১৪ যি যি অজ্ঞ। মই দিছো, তাক যদি পালন কৰা, তেন্তে তােমোলক মোৰ মিতিৰ হােৱা । ১৫ এতিয়াৰ পৰা মই তোমোলকিক বন্দী নোবেলো; কিয়নো প্রভু যি কৰে, বীএতকি নেজানে; কিন্তু মোৰ পিতৃৰ পৰা যি যি শুনিলো, সেই সকলোকে তো- মোলকিত কলো, এই হেতুকে তোমােলকিক মিতিৰ বুলিলে।। মোলাকে মােক মনোনীত কৰিলা, এনে নহয়, মইহে তোমোলকিক মনো- নীত কৰিলো; আৰু তােমোলাকে যেন গৈ ফল ওপজোৱা, আৰু সেই ফল যেন সদায় থাকে, এই নিমিত্তে তোমোলাকুক নিযোজন কৰিলো; তাতে মোৰ নামেৰে পিতৃৰ অগিত যি যি খুজিবা, তাকে তেওঁ তোমোলা- কক দিব । ১৭ তোমোলাকে ইটে সিটে প্রীতি কৰা, মই এই অজ্ঞা দিছে। জগতৰ লোকে যদি তোমোলাকক ঘিণাই, সিবিলাকে আগৈএ মোকেই ঘিণালে, ইয়াক তোমােলাকে জানা । ১৯ তোমোলাক জগতৰ মানুহ হোৱা হলে, জগতৰ লোকে আপোনাৰ মানুহক প্রীতি কৰিলেহেঁতেন; কিন্তু তোমে- লক জগতৰ মানুহ নোহােৱা, মই তোমােলকিক জগতৰ মাঝৰ পৰা মনো- নীত কৰিলোঁ, এই হেতুকে জগতৰ লোকে তোমোলকিক ঘিণাই। ২০ প্রভুতকৈ বন্দী বৰ নহয়, মই আগৈএ কোৱা এই কথা সোঁৱৰা । সিহঁতে যদি মে- কেই দুর্গতি কৰিলে, তেন্তে তোমােলাককো দুর্গতি কবি; মোৰ কথা যদি পালন কৰিলে, তেন্তে তোমোলাকৰ কথাও পালন কবি । ২১ কিন্তু যি জনে মোক পাঁচিলে, সিহঁতে তেওঁক নেজানে, এই হেতুকে মােৰ নামৰ নি- মিত্তে তোমােলাকলৈ সেইবোৰ কৰম কৰিব । ২২ মই সিহঁতৰ ওচৰলৈ অহি উপদেশ নিদিয়া হলে, সিহঁতৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া পপি ঢাকিবৰ উপায় নাই। যেয়ে মােক ঘিণাই, সেয়ে মােৰ পিতৃকো ঘিণাই । ২৪ আন কোনো মানুহে যেনে কম কেতিয়াও কৰা নাই, তেনে কম মই সিহঁতৰ আগত নকৰা হলে, তেন্তে সিহঁতৰ পাপ নহলহেঁতেন ; কিন্তু এতিয়া দেখিও মোক আৰু মােৰ পিতৃকো ঘিণালে । ২৫ তাতে সিবি- লীকে অকাৰণতে মােক ঘিণালে, এই যি বচন সিবিলাকৰ শাস্ত্ৰতে লিখ। অাছে, সেয়ে সিন্ধি হল । ২৬ কিন্তু পিতৃৰ পৰা ওলোৱা যি সান্তনা কৰোতা, অর্থাত সত্য অত্মিক পিতৃৰ ওচৰৰ পৰা মই তোমোলকিলৈ পাচিম, তেওঁ আহি মোৰ কথাত প্রমাণ দিব, ২৭ অৰু তোমোলাকো আ- দিৰে পৰা মােৰ লগত থকাৰ নিমিত্তে সাক্ষী হবা। ২৩