পৃষ্ঠা:New Testament in Assamese.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ য়োহিনি। আপোনাৰ ভনী মাৰিয়াক গুপুতে মাতি কল, গুৰু অহিল, আৰু তে। মাক মাতিছে। ২১ এই কথা শুনি এই তাই বেগাই উঠি তেওঁৰ ওচৰলৈ আহিল। ৩০ যীশুএ তেতিয়া গাঁৱৰ মাঝত নোলোমাই, যি ঠাইত মৰ্থিাই তেওঁক দেখা পালে, সেই ঠাইতে অছিল। ৩১ আৰু যি য়িহুদিবিলাকে মাৰিয়াই ৈৈসতে ঘৰত থাকি তাইক সান্তনা কৰিছিল, সিবিলাকে তাইক বেগাই উঠি বাহিৰলৈ যাবৰ দেখি কলে, তাই মৈদামৰ ওচৰত কান্দিবলৈ গৈছে; এই বুলি সিবিলাকে ওলাই তাইৰ পাচত গল। ৩২ পাছে যি ঠা- ইত যীশু অছিল, মাৰিয়াই সেই ঠাই পাই, তেওঁক দেখি চৰণত পৰি বুলিলে, হে প্ৰভু, আপুনি ইয়াত থকা হলে, মেৰি ভাই নমৰিলহেঁতেন। ৩৩ যীশু তাইক আৰু তাইৰ লগত অহ। য়িহুদিবিলকিকো কান্দিবৰ দেখি, মনেৰে শোক কৰি ব্যাকুল হৈ কলে, তাক কত থৈছা? ৩৪ সিহঁতে কলে, হে প্ৰভু, অহি চোৱা। ৩৫ তীতে যীশুএ ক্ৰন্দন কৰিলে। ৩৬ তে। তিয়া য়িহুদিবিলাকে বুলিলে, এওঁ তাক কেনে প্ৰীতি কৰিছিল! ৩৭ আৰু সিহঁতৰ কোনোবোৰে বুলিলে, যি জনে কণক চকু দিলে, তেওঁ এই মানু- হৰ মৃত্যু নিবাৰণ কৰিব নোৱাৰিলেহেঁতেন নে: ৩৮ তেতিয়া ৰীএ অ- কও মনত ব্যাকুল হৈ মৈদামৰ ওচৰলৈ আহিল। সেই মৈদামেই এট? গতি; আৰু তাৰ মুখতে এচটা শিল অছিল। ৩৯ তেতিয়া যীশুএ কলে, শিল গুছাই দিয়া। তাতে মৰাটৰ ভনীএক মৰ্থিাই কলে, হে প্ৰভু, এতিয়া তাত দুৰ্গন্ধ হৈছে, কিয়নো মৈদামত থৰৰ অজি চাই দিন হল। তিয়া যীশুএ কলে, যদি বিশ্বাস কৰা, তেন্তে ইশ্বৰৰ মহিমা দেখিবলৈ পাবা, এই কথা মই তোমাত কোৱা নাই নে? ৪১ পীছে মৰাটে। থকা মৈদামৰ পৰা শিল গুছালত যীশুএ ওপৰলৈ চাই কলে, হে পিতৃ, মোৰ নিবেদন শুনিছা, এই কাৰণে তোমাক স্তুতি কৰোঁ; ৪২ আৰু তুমি মোক সদায় শুনি আছি, তাকে৷ মই জানো; কিন্তু তুমি যে মোক পাচিলা, ইয়াত থকা মানুহবিলা- কে তাক যেন বিশ্বাস কৰে, সেই নিমিত্তে সিবিলাকৰ কাৰণে এই কথা কলে॥ ৪৩ ইয়াকে বুলি তেওঁ বৰকৈ ৰিঙ্গিয়ই কলে, হে লাজৰি, বাহি- ৰলৈ আঁহা। তাতে সেই মৰা জন হাত ভৰি মৈদামৰ কাপৰেৰে বন্ধা, আৰু গামোচাৰে মুখ বন্ধ হৈ বাহিৰলৈ আহিল। যীশুএ কলে, বান্ধৰ পৰা মুকলি কৰি ইয়াক এৰি দিয়া। ৪৫ তেতিয়া মাৰিয়াৰ ওচৰলৈ অহা যি য়িহুদিবিলাকে ৰীশুৰ এই কম দেখিলে, সিবিলাকৰ অনেকে বিশ্বাস কৰি- ৪৬ কিন্তু আন কোনোবোৰে ফিচিবিলাকৰ ওচৰলৈ গৈ, যীশুৰ এই কৰমৰ কথা কাল। ৪৭ পাছে প্ৰধান পোৰোহিত সকল আৰু ফিৰুচিবিলাকে মেল, পাতি বুলিলে, আমি কি কৰিহেঁ। এই মানুহে অনেক অনেক আশ্চৰিত কম কৰিছে; ০৮ তাক যদি আমি এনেকৈ এৰে, অটাই মানুহে তাক বিশ্বাস ও ৪ লে;