পৃষ্ঠা:New Testament in Assamese.djvu/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অধ্যায়। ১৮১ কৰিব, আৰু ৰুমীয়া লোক আহি আমাৰ এই ঠাই আৰু দেশকে। উবাৰ কৰিব। ৪৯ তেতিয়া সিবিলাকৰ মাঝৰ কায়ফা নামেৰে যি জন সেই বছৰত ৰৰ পেৰোহিত হৈ আছিল, তেওঁ সিবিলাকত কলে, তোমোলাকে একে। নুবুঝা; ৫° এই সকলো ৰাজ্যৰ বিনাশ নহবলৈ সমূহ লোকৰ নিমিত্তে এটা মৰিলেই আমালৈ ভাল, ইয়াকে বিবেচনা নকৰা। ৫১ তেওঁ এই কথা অ- পোনাৰ বুন্ধিএৰে কোৱা নাই, কিন্তু যীশু সেই দেশৰ মানুহৰ নিমিত্তে প্ৰাণ এৰিব, ৫২ আৰু অকল সিবিলাকৰ নিমিত্তেই নহয়, কিন্তু ঠায়ে ঠায়ে গোট গোট হোৱা ঈশ্বৰৰ সন্তানবিলাকক যেন চপাই একে কৰে, এই নিমিত্তেও প্ৰাণ এৰি, সেই বছৰত বৰ পেৰোহিত হৈ এই ভবিষ্যত বাক্য কলে। ৫৩ সেই দিনৰে পৰা তেওঁক বধ কৰিবলৈ সিবিলাকে আলচ কৰিলে। ৫৪ এই হেতুকে মীশু য়িহুদিবিলাকৰ মাঝত দেখাকৈ আৰু অহা যোৱা নকৰি, তাৰ পৰা হাবিৰ ওচৰ দেশৰ ইফইম নামেৰে এখন নগৰলৈ গৈ, আপোনাৰ শিষ্যবিলাকে সৈতে তাতে থাকিল। ৫৫ পাছে য়িহুদিবিলাকৰ নিস্তাৰ পৰ্ব ওচৰ হলত, সেই পৰ্বৰ অ- গৈএ অপোনাক শুচি কৰিবলৈ অনেক মানুহ গাঁৱৰ পৰা য়িৰুছলিম নগ- ৰলৈ আহিল। ৭ ৬ তাতে যীশুক বিচাৰি মন্দিৰত থিয় হৈ ইটে সিটে কলে , তেওঁ এই পৰ্ব্বলৈ নাহে নে, তোমোলাকৰ মনে কি ধৰে? ৫৭ প্ৰধান পোৰোহিত আৰু ফিচিবিলাকে তেওঁক ধৰিবৰ নিমিত্তে অজ্ঞা দি- ছিলে, বোলে, তেওঁ যত আছে, তাক যি কোনো জানে, সি দেখাই দিব। ১। অধ্যায়। পাছে নিস্তাৰ পৰ্বৰ ছ দিনৰ আগৈএ যীশু এ যি মৰা লাজৰিক মৃত্যু পৰা তুলিছিল, তাৰ থকা ঠাই বৈথনিয়া গাঁৱলৈ আহিল। ২ সেই ঠাইতে সিবিলাকে তেওঁলৈ ৰাতি ভোজ পাতিলত মাৰ্থাই বাহি দিলে, আৰু লা- জাৰো তেওঁৰ লগত বহাবিলাকৰ এজন। ৩ তেতিয়া মাৰিয়াই বহু ধনৰ অদ শেৰ জটামাসি তেল আনি যীশুৰ চৰণত ঘঁহি আপোনাৰ চুলিৰে মচিলে; তাতে তেলৰ সুগন্ধে ঘৰ গোটেইটো জুৰিলে। ৪ তেতিয়া তেওঁৰ শিষ্যবিলাকৰ মাঝৰ যি জনে তেওঁক লোকৰ হাতত সোধাই দিব, এনে ইস্কৰিওতিয়া য়িহুদা নামেৰে চিমোনৰ পুতেকে কলে, ৫ এই তেল তিনি শ শিকিলৈ বেচি দুখীয়াবোৰক কিয় দান নকৰিলে? সি দুখীয়া মানু- হলৈ চিন্তা কৰিলে, এনে নহয়; কিন্তু অপুনি চোৰ হৈ তাৰ হাতত ধনৰ জোলেঙ্গা থকাত, তাৰ ভিতৰত যি আছে তাকে নিএ, এই কাৰণেহে সেই ৭ তেতিয়া যীশু এ কলে, তাইক এৰি দিয়া; মোক মৈদামত ভ কথা কলে।