পৃষ্ঠা:New Testament in Assamese.djvu/১৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। ১৮ ৭ ৩ আছে। ৪ যীশুএ এই কথা শুনি কলে, এই ৰোগ মৃত্যুলৈ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰৰ মহিমা প্ৰকাশ হবৰ নিমিত্তে ঈশ্বৰব কীতিলৈহে হৈছে। ৫ যীশু এ মৰ্থ। আৰু তাইৰ ভনীএক আৰু লাজক প্ৰীতি কৰিছিল; ৬ কিন্তু লাজাৰ নৰিয়া হোৱাৰ কথা শুনি, তেওঁ যি ঠাইত অছিল, তাতে আৰু দুদিন থাকিল। ৭ পাছে তেওঁ শিষ্যবিলাকত কলে, আমি আকও য়িহুদা দেশল যাও, ৮ তাতে শিষ্যবিলাকে কলে, হে গুৰু, য়িহুদিবিলাকে তোমাক শিল মাৰিবলৈ উপায় কৰাৰ অলপ দিন হৈছে; আকও তালৈকে যোৱা নে? যীশু উত্তৰ কৰিলে, এক দিনতে বাৰে ঘৰি নহয় নে? দিনত অহা যোৱা কৰিলে কোনেও ঝুটি নেই, কিয়নো সি জগতৰ পহৰ পাই; ১০ ৰাতি অহা যোৱা কৰিলে ঝুটি খাই, কিয়নো তাত পহবেই নাই। ১১ ইয়াকে বুলি পাছে তেওঁ সিবিলাকত কলে, আমাৰ মিতিৰ লাজাৰ টোপনিতে আছে; কিন্তু তাক টোপনিৰ পৰা জগাবলৈ মই যাও। ১২ যীশুএ এই কথা তাৰ মৃত্যুৰ অৰ্থে কলে, কিন্তু টোপনিয়াই জিৰোৱাৰ অৰ্থে কলে বুলি বুঝি, ১৩ শিষ্যবিলাকে বুলিলে, হে প্ৰভু, সি যদি টোপনিতে আছে, তেন্তে ভা- লেই হব। ১৪ তেতিয়া যীশুএ পোনে পোনে সিবিলকিত কলে, লাজাৰ মৰি আছে। ১৫ কিন্তু তোমোলাকে যেন বিশ্বাস কৰা, এই কাৰণে মই তীতে নাইকিয়া দেখি, তোমোলাকৰ নিমিত্তে মোৰ আনন্দ হল। তথাপি এতিয়া তাৰ ওচৰলৈ যাওক। ১৬ তেতিয়া থোমা, যাক দিদুম বোলে, সেয়ে লগৰ শিষ্যবিলকিত কলে, বলা, আমিও তেওঁৰ লগত মৰিবলৈ যাওঁ। ১৭ পাছে যীশুএ গৈ সেই ঠাই পালিত, লাজৰিক মৈদামত থৰ চাই দিন হল, এই কথা শুনিলে। ১৮ বৈথনিয়৷ য়িৰুছলিমৰ ওচৰতে, দাৰ মান বে- লিৰহে আঁতৰ; ১৯ তাতে অনেক য়িহুদিবিলাকে ভায়েকৰ অৰ্থে মৰ্থি। আৰু মাৰিয়াৰ শোক শান্ত কৰিবলৈ সিবিলাকৰ ওচৰলৈ আহিল। পাছে মাৰ্থাই যীশু আহিবৰ কথা শুনিএই গৈ, তেৱে সৈতে দেখা দেখি হল; কিন্তু মাৰিয়াই ঘৰতে বহি আছিল। ২১ তেতিয়া মাৰ্থাই যীশুত কলে, হে প্ৰভু, অপুনি ইয়াত থকা হলে, মোৰ ভাই নমৰিলহেঁতেন; ২২ কিন্তু এতিয়াও ঈশ্বৰৰ অগিত তুমি যিহকে প্ৰাৰ্থনা কৰিবা, ঈশ্বৰে তোমাক তাকে দিব, ইয়াকে জানে। ২৩ ৰীশুএ তাইত কলে, তোমাৰ ভায়া উঠিব। মৰ্থিাই কলে, সি শেষৰ দিনা উঠাৰ কালত উঠিব, মই তাক জানে॥ ২৫ তে- তিয়া যীশুএ কলে, ময়েই উঠানে। জীৱনো; যি কোনোএ মোত বিশ্বাস কৰে, সি মৰা হলেও জীব; ২৬ অৰু যি কোনোএ জীয়াই থাকি মোত বিশ্বাস কৰে, সি কেতিয়াও নমৰে, এই কথাতে বিশ্বাস কৰিছা নে? ২৭ তাই কলে, হে প্ৰভু, হয়; জগতত যি জন জনমিব লগা আছিল, আপনি ঈশ্ব- ৰৰ সেই পুত্ৰ খ্ৰীষ্ট, ইয়াক বিশ্বাল কৰিছে। ২৮ এই কথা বুলি তাই গৈ ২ ০ ২৪ তাতে .