পৃষ্ঠা:New Testament in Assamese.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ অধ্যায় । ১৮৩ তাতে ১৪ যি ১৭ পাছে তাৰ পাছে ওচৰৰ মানুহবিলাকে আৰু যিবোবে আগেএ তাক কণা দেখি- ছিলে, সিবিলাকে কলে, যিটোএ বটত বহি মাগিছিলে, সেইটো এই নহয় নে ? কোনোএ বুলিলে, সেয়ে হয় ; আন কোনো বুলিলে, সি তাৰ নিচিনাই হয়; কিন্তু সি অপুনি কলে, মই সেয়ে হওঁ । হেতুকে সিহঁতে সুধিলে, কেনেকৈ তােমাৰ চকুএ দেখা হল ? সি সমিধান দি কলে, যীশু নামেৰে এজনে মোৰ চকুত বোকা লিপি কলে, চিলোহ পুখুৰিলৈ গৈ ধোৱ1; তাতে মই গৈ ধুলত চকু দেখা হলো। ১২ তেতিয়া সিবিলাকে তাত সুধিলে, সেই ডন কত আছে? সি কলে, তাক মহ নেজানে । ১৩ পাছে সেই আগৰ কণাটক ফিচিবিলাকৰ ওচৰলৈ আনিলে। দিনা য়ীশুএ বোকা কৰি তাৰ চকুএ দেখা কৰিলে, সেই দিন বিশ্রাম বাৰ। ১৫ এই হেতুকে ফিচিবিলাকে তাত অকিও সুধিলে, তুমি কেনেকৈ দেখা হল। তাতে সি কলে, তেওঁ মোৰ চকুত বোকা লিপিলে, পাছে মই ধুই দেখা হৈছে। ১৬ এই হেতুকে ফিচিৰ কেতবিলাকে বুলিলে, সেই জন ঈশ্বৰৰ পৰা নহয়, কিয়নো সি বিশ্রাম বাৰকে নেমনে। অন কোনোএ কলে, পাপী মানুহে কেনেকৈ এনে অশ্চিৰিত কৰম কৰিব পাৰে ? এই দৰে আকও সিহঁতৰ ইবােৰ সিবোৰ দুফাল হল । সিহঁতে আকও কণাত সুধিলে, তেওঁ তােমাৰ চকুএ দেখা কৰাত তেওঁৰ কথাত তুমি কি বোলা? সি কলে, তেওঁ ভবিষ্যত বক্তা। ১৮ সি যে ওপ- জাৰে কণা হৈ দেখা পালে, এই কথা য়িহুদিবিলাকে কণাৰ মাক বাপে- কক মাতি নানিলে মানে নপতিয়ালে। তাতে সিবিলাকে সিহঁতত সুধিলে, তােমোলাকৰ পুত্ৰ যে ওপজাৰে কণা বেলি, সি এয়ে হয় নে ? তেন্তে এতিয়া কেনেকৈ দেখা হল ? ২° তাতে মাক বাপেকে সিবিলাকত কলে, এয়ে অ- মাৰ পুত্র হয়, আৰু ওপজাৰে কণী, তা আমি জানে; ২১ কিন্তু এতিয়া কেনেকৈ দেখা হল, তাক অামি নেজানো, আৰু কোনে তাৰ চকুএ দেখা কৰিলে, তাকে। নেজানে1; সি বয়সীয়া, তাত সোধা ; অাপােনাৰ কথা আপুনি এ কব । ২২ য়িহুদিবিলাকৰ ভয়ত তাৰ মাক বাপেকে এই কথ? কলে; কিয়নাে কোনাে মানুহে যদি খ্রীশু খ্রীষ্ট বুলি সৈ কাহে, তেন্তে তাক নাম ঘৰৰ পৰা বাহিৰ কৰা যাব, য়িহুদিবিলাকে এই অলিচ থিৰ কৰি- ছিলে। ২৩ এই কাৰণে তাৰ মাক বাপেকে কলে, সি বয়সীয়া, তাত সোধা 1 ২৪ তেতিয়া সিবিলাকে অকও সেই আগৰ কণক মাতি কলে, ঈশ্বৰকহে স্তুতি কৰা; এই মানুহ যে পাপী, তা আমি জানো । ২৫ তাতে সি উত্তৰ কৰিলে, তেওঁ পাপী হয় নে নহয়, তাক মই নেজানো; অগেয়ে কণা আছিলো, এতিয়া দেখিছো, ইয়াকে জানো । ২৬ সিহঁতে অকিও সুধিলে, তেওঁ তােমাক কি কৰিলে ? কেনেকৈ চকুএ দেখা কৰিলে ? ২৭ তাতে