পৃষ্ঠা:New Testament in Assamese.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৪ (হিনি। ই সি উত্তৰ দিলে, তকি এবাৰ কলো, কিন্তু তোমে'লীকে নুশুনিল1; তেন্তে কি কাৰণে তাকিও শুনিব খোজ? তোমোলাকে1 তেওঁৰ শিষ্য হবলৈ ইচ্ছ। কৰা নে ২৮ তেতিয়া সিহঁতে তাক ধিকাৰ কৰি কলে, তইহে তাৰ শিষ্য আমি মোচাৰ শিষ্য। ২৯ ঈ এৰে মোচতি কথ1 কলে, তাক অমি জানে; কিন্তু ই কৰ মানুহ, তাক নেজানো। ৩০ সেই মানুহে সমিধান দি কলে, তেওঁ মোৰ চকুএ দেখা কৰিলে, তথাপি তেওঁ কৰ মানুহ, তাক তোমে- লীকে নে জানা, এই বৰ অশ্চিৰিত কথা। ৩১ ঈশ্বৰে পাপৰ কথা শুনে, কিন্তু যি জনে তেওঁত ভক্তি কৰি তেওঁৰ ইষ্ট কৰম কৰে, সেই জন কথা শুনে, ইয়াক আমি জা না। ৩২ কোনো মানুহে ওজৰে কণীক চকু দিছে, জগত হোৱাৰে পৰা এনে কথা কেতিয়াও কেৱে শুনা নাই। ৩৩ এই মানুহ ঈখবৰ পৰা নোহোৱ1 হলে, তেওঁ একো কম কৰিব নো- ৰিলেহেঁতেন। ৩৪ সিহঁতে উত্তৰ কৰি কলে, সম্পূৰ্ণ পপিত জনম পাই, তই আমাক শিক৷ নে? তাতে সিহঁতে তাক বাহিৰ কৰিলে। ৩৫ সিবিলাকে তাক বাহিৰ কৰিলে, যীশুএ এই কথা শুনি, পাছে তাক দেখা পাই সুধিলে, তুমি ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰছা নে? ৩৬ সি সমি- ধান দি কলে, হে প্ৰভু, মই যেন তেওঁত বিসি কৰিম, তেৱে ই নে। কোন? ৩৭ তাতে ৰীশুএ কলে, তুমি তেওঁক দেখা পালা, তা তুমি সৈতে যি জনে কথা হৈছে, সেয়ে তেওঁ। ৩৮ তেতিয়া হে প্ৰভু, বিশ্বাস কৰিছোঁ, ইয়াকে বুলি সি তেওঁক সেৱা কৰিলে। পাছে যীশুএ কলে, কণাই যেন চকু পাই, আৰু চকুএ দেখাবিলাক যেন কণা হয়, এই কাৰণে দিৰ নিমিত্তে মই জগতলৈ আহিছো। ৪০ ইয়াকে শুনি ওচৰত থকা ফিচি' কেতবোৰে কলে, আমিও কণা নে? ৪১ যীশুএ সিহঁত কলে, কণা হোৱা হলে, তোমোলকি পপি নেথাকিলহেঁতেন; কিন্তু তোমোলাকে বোলা, আমি দেখিছো, এই নিমিত্তে তোমোলাকৰ পপি থাকিল। ১০ অপায়। } মই তোমোলকিত অতি স্বৰূপকৈ কৈছো, যি জনে দুৱাৰে দি নোসোমাই, আন কোনো বাটে মেৰৰ গৰাললৈ উঠি সেমাই, সি চোৰ আৰু ডকাইত। ২ যি জনে দুৱাৰে দি সোমাই, সি মেৰ ৰখীয়া। দুৱৰীএ তালৈ দুৱাৰ মেলি দিএ, আৰু মেৰবিলাকেও তাৰ মাত শুনে; সিও আপোনাৰ মেৰক সুকিয়া সুকিয়া নামেৰে মাতি বাহিৰলৈ লৈ যাই। ৪ যেতিয়া আপোনাৰ মেৰক বাহিৰ কৰে, সি আগতে যাই, আৰু মেৰবোৰে তাৰ পাচে পাচে চলে, কিয়নো তাৰ মাত বুঝি পাই ৫ কিন্তু লোকৰ পাচত নেযাই, তাৰ পৰা পলাইহে; কিয়নো লোকৰ মাত নুবুঝে।