পৃষ্ঠা:New Testament in Assamese.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ য়োহান | যশস্যালৈ ইচ্ছা নকৰে, কিন্তু ইচ্ছা কৰা অৰু সোধো কৰা এনে এজন আছে। ৫১ মই তোমোলকিত অতি সুৰূপকৈ কওঁ, যি জনে মোৰ কথা পালন কৰে, সি কেতিয়াও মৃত্যুক নেদেখিব । ৫২ তীতে য়িহুদিবিলাকে তেওঁত কলে, তুমি যে ভূতে পোৱ1 ইয়াক এতিয়াই জানিছে। অব্রিা- হাম আৰু ভবিষ্যত বাবিলকি মৰি অাছে, কিন্তু তুমি কৈছা, ঘি জনে মোৰ কথা পালন কৰে, সি মৰ্ণৰ দুঃখ ভোগ কেতিয়াও নেপাই। ৫৩ তুমি অমৰ উপৰি পুৰুষ আব্রাহামতকৈয়ো ,বৰ নে? তেৱে। মৰিল, ভবিষ্যত বাবিলাকো মলি; তুমি আপোনাক কোন বুলি মানিছা? ৫৪ রীশু এ উত্তৰ কৰিলে, মই যদি অাপোনাৰ মৰ্য্যত অপুনি কৰে, তেন্তে মোৰ সেই মৰ্যতা একো নহয়; কিন্তু যি জনক তোমোলাকে আপোনাৰ ঈশ্বৰ বোলা, সেই মোৰ পিতৃএহে মোৰ মৰ্যতা কৰে । ৫৫ তােমোলাকে তেওঁক নেজানা ; মই হলে তেওঁক জানো; মই তেওঁক নেজানো বুলি যদি কওঁ, তেন্তে তোমোলাকৰ নিচিনা মিছলীয় হওঁ । কিন্তু মই তেওঁক জানে, আৰু তেওঁৰ অজ্ঞা পালন কৰে । তোমোলাকৰ উপৰি পুৰুষ অব্রিা- হামে মােৰ কাল দেখিবলৈ বৰকৈ বঞ্চিা কৰিলে, আৰু তাকে দেখি অ- ৫৭ তেতিয়া য়িহুদিবিলাকে তেওঁত কলে, তোমাৰ বয়স হৈ কুৰি বছৰেই নহয়; তুমি আব্রাহামক দেখিল নে ? ৫৮ তাতে যীশু এ সিহঁতত কলে, মই তোমোলকিত অতি স্বৰূপকৈ কৈছে, অব্রাহামৰ জনমৰ আগৰে পৰা মই হৈ আছে।। ৫৯ তেতিয়া সিহঁতে তেওঁক মাৰিবলৈ শিল তুলি ললে; কিন্তু যীশুএ লুকাই মন্দিৰৰ পৰা বাহিৰ হৈ সিহঁতৰ মাঝে দি গছি গল । নন্দ হল। ৯ অধ্যায়। ২ তাতে পাছে তেওঁ যাওঁতে যাওতে ওপজাৰে কণা মানুহ এটাক দেখিলে । শিষ্যবিলকে তেওঁত সুধিলে, হে গুৰু, এই মানুহ কণা হৈ উপজিবলৈ ই পপি কৰিলে নে, তাৰ মাক বাপেকে পাপ কৰিলে। ৩ তাতে য়িশু এ উত্তৰ দি কলে, ই পপি কৰিলে, নাইবা মাক বাপেকে কৰিলে, এনে নহয়; কিন্তু ইয়াৰ পৰা ঈশ্বৰৰ কম প্রকাশ হবলৈহে হৈছে । ৪ দিন থাকোতেই মোক পচা জনৰ কৰম মই কৰিবলৈ উচিত; যি কালত কোনেও কম কৰিব নােৱাৰে, এনে ৰাতি আহিছে । ৫ যেতে দিন জগতত অাছে, তেতে দিন মই জগতৰ পহৰ । ৬ এই কথা বুলি মাটীত থুই পেলাই তাৰে বোকা কৰি, পাছে সেই বোকাৰে কণীৰ চকুত লিপি তাক এই আজ্ঞা দিলে, ৭ চিলোহ অর্থাত পঁচা, এনে নামেৰে পুখুৰিলৈ গৈ ধোৱা । তাতে সি গৈ ধুলে, পাছে চকুএ দেখা হৈ উলটি আহিল ।