পৃষ্ঠা:New Testament in Assamese.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ অধ্যায়। ১৮১ ৩৬ এই হেতুকে . 80 কলে, মোৰ কথাতে যদি তোমোলকি থাকা, ৩২ তেন্তে মোৰ স্বৰূপ শিষ্য হৈ সত্যক জানিব, আৰু সত্যেই তোমোলাকক মুক্তি কৰিব। ৩৩ তেতিয়া সিহঁতে উত্তৰ কৰিলে, আমি আব্ৰাহামৰ বঙ্গহ, আৰু কেতিয়াও কাৰো বন্দী হোৱা নাই; তেন্তে তোমোলাক মুকুত হবা, এনে কথা তুমি কেনেকৈ বুলিছ। ৩৪ তাতে যীশুএ উৰে কৰিলে, মই তোমোলাকত অতি স্বৰূপকৈ কও, যি জনে পাপ কৰম কৰে, সি পপিৰ বন্দী। আৰু বন্দী সদায় ঘৰত নেথাকে, কিন্তু পুত্ৰ হলে সদায় থাকে। পুত্ৰই যদি তোমোলকিক মুকুত কৰে, তেন্তে নিশ্চয় মুকুত হব। মোলাক যে অব্ৰিাহামৰ বঙ্গহ, তাক মই জানে; কিন্তু মোৰ কথাই তো মা- লাকৰ হ দয়ত ঠাই নেপাই, এই হেতুকে মোক মাৰিবলৈ উপায় কৰিছা। ৩৮ মই আপোনাৰ পিতৃৰ লগত যিহকে দেখিছো, তাকে কৈছোঁ; তোমো- লকেও আপোনাৰ পিতৃৰ লগত যিহকে দেখিছ, তাকে কৰিছা। তিয়া সিহঁতে উত্তৰ কৰি কলে, আব্ৰাহাম আমাৰ পিতৃ। তাতে যীশু কলে, তোমোলাক অব্ৰাহামৰ সন্তান হোৱা হলে, আব্ৰাহামৰ কৰম কৰিলা হেঁতেন। কিন্তু ইশ্বৰৰ মুখৰ পৰা সত্য কথা শুনি তোমোলাকত কোৱা জন যি মই, মোকে মাৰিবলৈ উপায় কৰিছা; আব্ৰাহামে হলে এনে কম কৰা নাই। ৪১ তোমোলাকে আপোন ৰ পিতৃৰহে কৰম কৰিছা। তিয়া সিহঁতে কলে, আমি জাৰজ নহওঁ; আমাৰ একে জন পিতৃ আছে, তেও ঈশ্বৰ। ৪২ তাতে যীশুএ সিহঁতত কলে, ঈৰ তোমোলকিৰ পিতৃ হো1 হলে, মোত প্ৰীত কৰলহেঁতেন; কিয়নো মই ঈশ্বৰৰ পৰা ওলায় আহিছে; অপোনা আপনি অহা নাই, তেৱেই মোক পাঁচিলে। ৪৩ তো- মোলাকে মোৰ কথা কিয় নুবুঝ? কাৰণ এই, মেৰ উপদেশ সহিব নো- ৪৪ তোমোলাক আপোনা সকলৰ পিতৃ চয়তানৰ পৰাহে হল; তোমোলাকৰ সেই পিতৃৰ অভিৰুচি পূৰ কৰিছা; সি আগৰে পৰা মানুহ বধ কৰা হৈ সত্যত নেথাকিল, কিয়নো তাত সত্য নাই। সি যেতিয়া ছি৷ কয়, তেতিয়া অপপানীৰ পৰাহে কয়; কিয়নো সি মিছলীয়া, মিছাৰে। ৪৫ মই সত্য কথা কওঁ, এই নিমিত্তে তোমোলাকে নপতিওয়া। ৪৬ মোত পপি তাছে, তোমোলাকৰ মাঝত কোনে এনে প্ৰমাণ দিব পাৰে? আৰু যদি সত্য কথা কৈছে, তেন্তে কিয় মোত বিশ্বাস নকৰা; ৪৭ যি কোনো অশ্বৰ হয়, সি ঈশ্বৰৰ কথা শুনে; তোমোলাক ঈ ঘৰৰ মানুহ নো- হোৱা; এই হেতুকে ঈশ্বৰৰ কথা নুশুনা। ৪৮ তেতিয়া য়িহুদিবিলাকে উত্তৰ কৰিলে, তুমি চোমিৰোণী আৰু ভূতে পোৱা এজন, অমি ইয়াকে ভালকৈ বোলা নাই নে? ৪১ তাতে যীশু উওৰ কৰিলে, মই ভূতে পোৱা নহও, কিন্তু মই আপোনাৰ পিতৃক মৰ্যতা কৰে, আৰু তোমোলাকে মোক অমৰ্যতা কৰা। ৫০ মই আপোনাৰ . ৰা। বাপেক।