(হিনি।
মোৰ লগতে আছে। হিছোঁ, আৰু কলৈ যাও, তাক মই জানে। কিন্তু কৰ পৰা তাহিছে, কলৈ যাও, তাক তোমোলাকে নেজান। ১৫ তে মোলাকে সংসাৰিক ৰূপে সোধ কৰা, মই কাৰে সোধ নকৰোঁ; ১৬ কিন্তু যদি সোধ কৰে, তেও মেৰি সোধ স্বৰূপ; কিয়নো মই অকল সৰিয়া নহঁও, মোক পঁচা পিতৃ, ১৭ অৰুি দুজন সাক্ষীৰ কথা ৰূপ হয়, ইয়াক তো- মোলাকৰ বিধনিতে লিখি তাছ। ১৮ মই আপোনাৰ কথতি আপনিএই এজন সাক্ষী আছে; আৰু মোক যি জনে পাঁচিলে, সেই মোৰ পিতৃএও মোৰ কথাত সাক্ষী হৈছে। ১১ তেতিয়া সিহঁতে সুধিলে, তোমাৰ পিতৃ কত আছে? তাতে যীশু উত্তৰ কৰিলে, তোমোলাকে মোকো নেজানা, মেৰি পিতৃকো নেজানা; মোক জনা হলে, মোৰ পিতৃকে। জানিলাহেঁতেন। ২০ যীশুএ মন্দিৰত উপদেশ দি, ভঁৰাৰ খোটালিত এইবিলাক কথা কলে; তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে, কিয়নো তেতিয়া তেওঁৰ কাল হোৱা নাই। ২১ তাৰ পাছে যীশুএ আকও কল, মই যাও, পাছে তোমোলাকে মোক বিচাৰিবা, আৰু আপোনাৰ পাপত মৰিবা; মই যি ঠাইলৈ যাম, সেই ঠাইলৈ তোমোলাকে যাব নোৱাৰিবা। ২২ তেতিয়া য়িহুদিবিতাকে বুলিলে, এওঁ আপোন ঘাতী হব নে? কিয়নো মই যি ঠাইলৈ যাম, তোমে লাকে সেই ঠাইলৈ যাব নোৰিবা, এনে কথা কৈছে। ২৩ তাতে যীশু সিহঁতত কলে, তোমোলকি তৰ পৰা হৈছা, মই ওপৰৰ পৰা হৈছে; তোমো- লাক এই সংসাৰৰ, মই এই সংসাৰৰ নহও; ২৪ এই হেত্বকে মই তো- মোলকিত কল, তোমোলাক আপোনাৰ পপিতে মৰিবা; কিয়নো মই সেই জন, ইয়াক তোমোলাকে যদি বিবসি নকৰ, তেন্তে আপোনাৰ পপিত মৰিবা। ২ তেতিয়া সিহঁতে তেওঁত সুধিলে তুমি কোন? তাতে যীশু কলে, প্ৰথমতে যি জন হৈছে বুলি কলে, মই তেবেই। ২৬ মই তোমো- লাকৰ অৰ্থে অনেক কথা কবলৈ আৰু সোধ কৰিবলৈকো তাছে; কিন্তু যি জনে মোক পাঁচিলে, তেওঁ সত্য; অৰুি তেওঁৰ পৰা যিহকে শুনিলো, তাকেহে জগতৰ লোকত কৈছে। ২৭ তেওঁ যে পিতৃৰ অৰ্থে এই কথা কলে, ইয়কি সিইতে নুবুঝিলে। ২৮ তাতে যীশুএ কলে, যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা, তেতিয়া মই যে সেই জন, অৰুি অকল, আপোনাৰ ইচ্ছাৰে একো কম নকৰে, কিন্তু পিতৃএ শিকোৱাৰ দৰেই এই কথা কৈছো, ইয়াকে তোমোলাকে জানিবা। ২১ আৰু যি জনে মোক ছিলে, তেওঁ মোৰ লগতে তাছে; পিএ মোক অকল সৰিয়াকৈ নেৰিলে; কিয়নো যি কৰমত তেওঁ তুষ্ট হয়, মই সদায় তাকে কৰে। ৩০ তেওঁ এইবিলাক কথা কোৱাত অনেক মাহে তেওঁত বিশ্বাস কবি- ৩১ তাতে যি য়িহুদিবিলাকে তেওঁত বিশ্বাস কৰিলে, যীশু সিহঁতত . লে।