৮ অধ্যায়। ১৭৯ তিয়াও কথা কোৱা নাই। ৪৭ তাতে ফিচিবোৰে সমিধান দি কলে, তো- মোলাকো ভুল হল। নে? ৪৮ অধিকাৰ আৰু ফিচিবিলাকৰ মাঝৰ কো- নেএ তাত বিশ্বাস কৰিছে নে? ৪৯ কিন্তু বিধান নজনা এই মানুহবোৰে শাও পোৱা হয়। ৫৩ তেতিয়া সিবিলাকৰ মাঝৰ নিকদিম নামেৰে যি জন ৰাতি যীশুৰ ওচৰলৈ গৈছিলে, তেওঁ কলে, ৫১ তাৰ আপোন কথা নুশুনাৰ, কম নজনাৰ অগৈএ অমাৰ বিধানে কোনো মানুহক দুষী কৰে নে? তাতে সিবিলাকে উত্তৰ কৰি কলে, তুমিও গালীলৰ মানুহ নে? বিচাৰি চোৱা, কিয়নো গালীলৰ পৰা ভবিষ্যত বক্তা নোলাই। [৫৩ পৗছে সকলেএ আপোন অপোন ঘৰলৈ গুছি গল, আৰু যীশু জলফাই পৰ্বতলৈ গল। ৫২ ৮ অধ্যায়। B পাছে ৰাতি পুয়াতে তেওঁ অকও মন্দিৰলৈ আহিল; তাতে সকলো মা, তেওঁৰ ওচৰলৈ আহিলত, তেওঁ বহি সিবিলাকত উপদেশ দিছিলে। ৩ তেতিয়া অধ্যাপক অৰুি ফিচিবিলাকে বিভিচাৰ কৰমত ধৰা এজনী তিৰোতক আনি আটাইৰে মাঝিত থৈ কলে, হে গুৰু, এই তিৰোতাই বিভিচাৰ কৰম কৰোতেই ধৰা গৈছে। এনে তিৰোতাক শিল পেলাই মাৰিবলৈ মোচাই শাস্ত্ৰত অমিক বিধান দিলে; কিন্তু অপুনি বা কি বোলে? ৬ তেওঁক অপবাদ দিবৰ নিমিত্তে পৰীক্ষা বুঝিবলৈহে সিহঁতে এই কথা কলে। কিন্তু যীশু তললৈ মুখ কৰি আঙুলিৰে মাটীত লিখি- ৭ তাতে সিহঁতে সুধি সূধি থকাত তেওঁ মূৰ দাঙ্গি সিহঁতত কলে , তোমোলাকৰ যিটো নিদু ষী, সেয়ে তাই গতি প্ৰথমে শিল পেলাওক; ৮ পাছে অকিও তললৈ মূৰ কৰি মাটীত লিখিলে। ১ এই কথা শুনি বৰ পৰা সৰুলৈকে সকলোএ আপোনাৰ পাপ মনে জানি এটা এটা হৈ বাহিৰলৈ গল; তাতে যীশুক অকল সৰিয়াকৈ এৰিলে, আৰু তিৰোতা ও মঝিতে থাকিল। ১০ পাছে যীশুএ মূৰ দাঙ্গি সেই তিৰোতাত বাঝে কাকে। নেদেখি তাইত সূধিলে, হে তিৰী, হোমাক বাদ দিয়া সেইবোৰ কত আছে? তোমাক কোনেও দণ্ড নকৰিলে নে? ১১ তাই কলে, হে প্ৰভু, কেৱে কৰা নাই। তাতে যীশুএ কলে, ময়ো দণ্ড নকৰে; তুমি যে 1, আকও পাপ কম নকৰিবা 1] ১২ পাছে যীশু সিহঁতত আকও কলে, মই জগতৰ পহৰ; মোৰ পাচত . যি আহে, সি এন্ধাৰত নুফুৰি জীৱনৰ পহৰ পাব। ১৩ তাতে ফিচিৰি- লাকে কলে, তুমি আপোনাৰ কথাত আপুনি সাক্ষী হৈছা; তোমাৰ প্ৰমাণ স্বৰূপ নহয়। ১৪ যীশুএ সমিধান দি কলে, যদি মই আপোনাৰ কথাত অ- পুনি সাক্ষী হৈছে, তেওঁ মোৰ প্ৰমাণ স্বৰূপ; কিয় না মই কৰ পৰা আ- ২৪
পৃষ্ঠা:New Testament in Assamese.djvu/১৮৪
অৱয়ব