পৃষ্ঠা:New Testament in Assamese.djvu/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Sob ৰোহান। ৩২ পৰা হয়, তকি কোনেও নেজানে। ২৮ সেই কলিত ৰীশু এ মন্দিৰৰ মাঝত উপ দশ দিওঁতে বিদিয়াই কলে, তোমোলাকে মেকি জানা, অৰু কৰ পৰা হলো তাকে জানা; তথাপি মই আপনি ইচ্ছাৰে অহা নাই, কিন্তু ঘি জনে মেকি পাচিলে, তেৱেই সত্য; তেওঁকে তোমোলাকে নেজানা। ২৯ মই হলে তেওঁক জানে, কিয়নো মই তেওঁৰ ওচৰৰ পৰা আহিলো, তেৱে ই মেকি পাঁচিলে। তাতে সিহঁতে তেওঁক ধৰিবলৈ উপায় কৰি- লে, তথাপি কোনোএ তেওঁৰ গাত হাত নিদিলে, কিয়নো তেতিয়া তেওঁৰ কাল হোৱা নাই। ৩১ কিন্তু সমূহৰ অনেক মানুহে তেওঁত বিশ্বাস কৰি কলে, যেতিয়া খুীষ্ট অহে, এই মানুহৰ কৰমতকৈ তেওঁ অধিক অশ্চিৰিত কম কৰিব নে? মানুহবিলাকে তেওঁৰ কথাত এনে বদি বিচাৰ কৰিলে, ফিচিবিলা- কে ইয়াকে শুনিলত, সিবিলাক আৰু প্ৰধান পোৰোহিত সকলে তেওঁক ধৰি- বলৈ টেকেলাবোৰক পাঁচিলে। ৩৩ তীতে যীশএ কলে, মই অলপ দিন তো- মোলাকৰ লগত থাকি, মোক পঁচা জনৰ ওচৰলৈ যাম; তাতে তোমো- লাকে মোক বিচাৰিবা, কিন্তু নেপাব; আৰু মই যি ঠাইত থাকিম, তো- মোলাকে তালৈ যাব নোৱাৰিব। ৩৫ তেতিয়া য়িহুদিবিলাকে ইটে সিটে বুলিলে, আমি যে তেওঁক বিচাৰি নেপাম, তেওঁ নো কোন ঠাইলৈ যাব? গ্ৰিকবিলাকৰ মাঝত গোট গোট হোৱা মানুহৰ ওচৰলৈ গ্ৰিকবিলাকক উপদেশ দিব নে? ৩৬ নাইবা মোক বিচাৰিবা, কিন্তু নেপীবা, আৰু মই যি ঠাইত থাকিম, তালৈ যাব নোৱাৰিবা, এইটো নো কি কথা কৈছে? পাছে পৰ্বৰ শেষৰ প্ৰধান দিন যীশু থিয় হৈ ৰিঙ্গিয়াই কলে, কো- নো মানুহৰ যদি পিয়াহ লাগে, সি মোৰ ওচৰলৈ আহি পান কৰোক। ৩৮ যি কোনো মোত বিশ্বাস কৰে, ধৰম পূথী কোৱাৰ দৰে তাৰ ভিত- ৰৰ পৰা অমৃত জলৰ নৈবোৰ বাহিৰ হৈ ওলাব। ৩৯ তেওঁত বিশ্বাস কবি- লাকে যে আত্মা পাব, তাৰ অৰ্থে তেওঁ এই কথা কলে; কিয়নো এই কাল- লৈকে যীশুএ ঐশ্বৰ্য নোপোৱাতে পবিত্ৰ আত্মা দিয়া হোৱা নাই। ৪০ তেওঁৰ সেই কথা শুনি অনেক মানুহে কলে, নিশ্চয়ে এওঁ সেই ভবিষ্যত বক্ত; আৰু কোনোবিলাকে বুলিলে, এও খ্ৰীষ্ট হয়। কিন্তু কেতবোৰে কলে, খ্ৰীষ্ট গালীল দেশত জনমিব নে? ৪২ খ্ৰীষ্ট দাৱিদৰ বঙ্গহত আৰু দাদি থকা ঠাই বৈলেহেম নগৰত উপজিব, ধৰ্ম পুথিত এনে লিখা নাই নে? ৪৩ এই ৰূপে তেওঁৰ কথাত মানুহবিলাক দুফাল হল; ৪৪ আৰু কেতবোৰে তেওঁক ধৰিবলৈ ইচ্ছা কৰিলে, তথাপি কোনেও তেওঁৰ গাত হাত নিদিলে। পাছে টেকেলাবোৰে প্ৰধান পোৰোহিত আৰু ফিচিবিলাকৰ ওচৰ- লৈ আহিলত, সিবিলাকে সিহঁতত সুধিলে, কি কাৰণে তকি নানিলা? ৪৬ তে- তিয়া টেকেলাবোৰে উত্তৰ কৰিলে, সেই মানুহৰ দৰে কোনো মানুহে কে- ৩৭ ৪ ১ ৪ ৫