পৃষ্ঠা:New Testament in Assamese.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ অৰ্স )য়ি। ১৭৭ নো হয়। মোৰ কলি এতিয়া হোৱা নাই, কিন্তু তোমোলাকৰ কাল সদয় হৈ আছে। ৭ জগতৰ লোকে তোমোলাকক ঘিণাব নোৱাৰে, মোকেহে ঘিণ কৰে; কিয়নো সিহঁতৰ কৰম দুষ্ট, মই এনে প্ৰমাণ দিছে॥ ৮ তোমোলাকে এই পৰ্ব্বলৈ যোৱা; মই এতিয়া পৰ্ব্বীল নেও, কিয়নো মোৰ কাল এতিয়া পূৰ ৯ সিবিলাকত এই কথা কৈ, তেওঁ গালীলতে থাকিল। ১০ কিন্তু তেওঁৰ ভায়েকবিলাক গলত পাছে তেৱে। প্ৰোটিক নোহোৱাকৈ গুপুতে - লৈ গল। ১১ পৰ্বৰ মাঝত য়িহুদিবিলাকে তেওঁক বিচাৰি সুধিলে, তেওঁ কত আছে? ১২ তাতে মানুহৰ মাঝত তেওঁৰ কথাত অনেক বাদ বিচাৰ লাগিল; কোনো কোনোএ কলে, তেওঁ উত্তম মানুহ; অন কোনোএ কলে, নহয়, মানুহবোৰক ভুলাইছেহে। ১৩ কিন্তু য়িহুদিবিলাকৰ ভয়ত কোনেও তেওঁৰ অৰ্থে সাহকৈ কথা নকলে। ১৪ তাৰ পাছে পৰ্বৰ মাঝ সময়ত ৰীশএ মন্দিৰলৈ গৈ উপদেশ দিলে। ১৫ তাতে য়িহুদিবিলাকে বিস্ময় মানি কলে, এও নিশিকাকৈ বিদ্যা কেনে- কৈ জানিছে। ১৬ তাতে যীশ এ উত্তৰ কৰিলে, এই উপদেশ মোৰ অপো- নাৰ নহয়, কিন্তু যি জনে মোক পঠাইছে, তেওঁৰহে। ১৭ তেওৰ মনো- নীত কম কৰিবলৈ যি কোনো মানুহৰ ইচ্ছা হয়, মোৰ উপদেশ ঈশ্বৰৰ পৰা হৈছে নে, নাইবা মই আপোনাৰ মনৰ পৰা কৈছো, সি তাক জা- ১৮ যি জনে আপোনাৰ মনৰ পৰা কয়, সি আপোনাৰ মৰ্যতা বি- চাৰে; কিন্তু পঁচা জনৰ মৰ্যতা যি বিচাৰে, সি সত্য, আৰু তাত একে। অধম নাই। ১৯ মোচাই তোমোলাকক বিধান দিয়া নাই নে? কিন্তু তো- মোলাকৰ কোনেও সেই বিধান পালন নকৰে। মোক মাৰিবলৈ কিয় উপায় কৰিছাইক? ২০ তেতিয়া মানুহবোৰে উত্তৰ কৰিলে, তুমি ভূতে পোৱা; তো- মাক মাৰিবলৈ কোনে উপায় কৰিছে? ২১ যীশুএ সমিধান দি বুলিলে, মই এটা কৰম কৰিলো, তাতে তোমোলাক সকলোএ বিস্ময় মনিছা। চাই তোমোলাকক চৰ্মছেদনৰ ৰীতি দিলে; সেই ৰীতি মোচাৰ পৰা হৈছে, এনে নহয়, উপৰি পুৰুষবিলাকৰ পৰাহে হল; তাতে বিশ্ৰাম বাৰতো মানু- হৰ চৰ্মছেদন কৰাহঁক। ২৩ এই হেতুকে মোচাৰ বিধান উল’ ঘা নহবলৈ তোমোলাকে যদি বিশ্ৰাম দিনত মানুহৰ চৰ্মছেদন কৰ, তেন্তে মই যে বিশম বাৰত এটা মানুহক গোটেইটো স্বস্থ কবিলো, সেই নিমিত্তে তোমোলাকে মোলৈ খঙ্গ কৰিছা নে? ২৪ মুখলৈ চাই সোধ নকৰি, ৰূপ সোধ কৰা। ২৫ তেতিয়া য়িছালমৰ কোনোবোৰে কলে, সিবিলাকে যি জনক মাবি- বলৈ উপায় কৰে, সেই জন এওঁ নহয় নে? ২৬ কিন্তু দেখ, ভয় নোহোৱা- কৈ কথা কৈছে, তেও সিবিলাকে তেওঁক একো নোবেলে। এৱেই স্বৰূপ খ্ৰীষ্ট হয়, অধিকাৰবিলাকে ইয়াক নিশ্চয়কৈ জানে নে? ২৭ তথাপি এই মানুহ কৰ পৰা হল, তা আমি জানো; কিন্তু খ্ৰীষ্ট অহিলে, তেওঁ কৰ নিব। ২২ মে-